Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিগত ২৫ বছৰত ৰাজ্যত শিশু জন্মৰ পঞ্জীয়ন চাৰি গুণ বৃদ্ধি

publisher by publisher
September 2, 2025
in Assam, News
Reading Time: 1 min read
0
বিগত ২৫ বছৰত ৰাজ্যত শিশু জন্মৰ পঞ্জীয়ন চাৰি গুণ বৃদ্ধি
1
SHARES
5
VIEWS
ShareShareShareShare

Child birth registration:দেশত জনসংখ্যা নিয়ন্ত্রণলৈ আনিবলৈ কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰসমূহেও বিভিন্ন নীতি গ্ৰহণ কৰি আহিছে যদিও প্রতিবছৰে বৃদ্ধি পাইছে শিশু জন্মৰ সংখ্যা।

ADVERTISEMENT

কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে প্রকাশ কৰি আহিছে প্ৰতি বছৰে দেশত বৃদ্ধি পাইছে জন্ম পঞ্জীয়নৰ সংখ্যা।সেই অনুসৰি, ২০২২ত দেশত মুঠ জন্ম পঞ্জীয়নৰ সংখ্যা হৈছে দুই কোটি ৫৪ লাখ ৩৯ হেজাৰ ১৬৪।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কেতবোৰ নীতি গ্রহণ কৰাৰ সমান্তৰালভাৱে জন্ম নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাই আহিছে যদিও বিদেশী সমস্যাৰে জৰ্জৰিত ৰাজ্যখনত প্রতি বছৰে বৃদ্ধি পাইছে জন্ম পঞ্জীয়নৰ সংখ্যা।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, বিগত ১০ বছৰত অসমত বছৰি গড়ে চাৰে সাত লাখকৈ জন্ম পঞ্জীয়ন হৈছে। ১৯৯৮, ১৯৯৯, ২০০০ত দুই-আঢ়ৈ লাখ জন্ম পঞ্জীয়ন হোৱা অসমত এই সংখ্যা সম্প্রতি প্রায় চাৰি গুণলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে প্রকাশ কৰা তথ্য অনুসৰি, ২০১৩ৰ পৰা ২০২২লৈ অসমত মুঠ জন্ম পঞ্জীয়নৰ সংখ্যা হৈছে ৭৫ লাখ ১২ হেজাৰ ৮৯৬ জন।

একেদৰে ইয়াৰ পূৰ্বৰ ১০ বছৰত অৰ্থাৎ ২০০৩ৰ পৰা ২০১২লৈ অসমত মুঠ জন্ম পঞ্জীয়ন হৈছিল ৫৫ লাখ ৫৬ হেজাৰ ১৩৮ জন। অর্থাৎ এই ১০ বছৰৰ ব্যৱধানত ৰাজ্যখনত জন্ম পঞ্জীয়নৰ সংখ্যা ১৯ লাখ ৫৬ হেজাৰ ৭৫৮জন বৃদ্ধি পালে।

সমান্তৰালভাৱে শেহতীয়া পাঁচ বছৰত অৰ্থাৎ ২০১৮ৰ পৰা ২০২২লৈ অসমত জন্ম পঞ্জীয়নৰ সংখ্যা হৈছে ৩৬ লাখ ৫২ হেজাৰ ৭৭ জন। একেদৰে বিগত ২৫ বছৰত অৰ্থাৎ ১৯৯৮ৰ পৰা ২০২২ লৈ অসমত মুঠ জন্ম পঞ্জীয়ন হৈছে এক কোটি ৪৪ লাখ ৬২ হেজাৰ ৬৯৬ জন।

গৃহ মন্ত্রণালয়ে প্রকাশ কৰা বার্ষিক জন্ম পঞ্জীয়নৰ তথ্য অনুসৰি, ২০২২ত অসমত মুঠ জন্ম পঞ্জীয়ন হৈছিল সাত লাখ সাত হেজাৰ ৩৬টা। একেদৰে ২০২১ত ছয় লাখ ৬৩ হেজাৰ, ২০২০৩ সাত লাখ ৫১ হেজাৰ, ২০১৯৩ সাত লাখ ৬২ হেজাৰ, ২০১৮৩ সাত লাখ ৬৭ হেজাৰ, ২০১৭ত সাত লাখ আঠ হেজাৰ, ২০১৬ত সাত লাখ ৩৪ হেজাৰ, ২০১৫ত ১০ লাখ পাঁচ হেজাৰ, ২০১৪ত সাত লাখ ২৩ হেজাৰ, ২০১৩ত ছয় লাখ ৮৮ হেজাৰ, ২০১২ত ছয় লাখ ১২ হেজাৰ, ২০১১ত ছয় লাখ আৰু ২০১০ত সাত লাখ ৩২ হেজাৰ জন্ম পঞ্জীয়ন হৈছে অসমত। ১৯৯৮৩ ২,০৫,৮১২ টা জন্ম পঞ্জীয়ন হোৱা অসমত শেহতীয়া তথা ২০২২ত ৭,০৭,০৩৬টা জন্ম পঞ্জীয়ন হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamChild birth registration
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d