Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

মানৱ সভ্যতা ধ্বংসৰ পাছত পৃথিৱী দখল কৰিব অক্টোপাছে!

আমাৰ উত্তৰাধিকাৰীৰ কথা সদৰী কৰিলে অক্সফোর্ডৰ বিজ্ঞানীয়ে

publisher by publisher
September 11, 2025
in world, News
Reading Time: 1 min read
0
মানৱ সভ্যতা ধ্বংসৰ পাছত পৃথিৱী দখল কৰিব অক্টোপাছে!
0
SHARES
4
VIEWS
ShareShareShareShare

পৃথিৱীৰ পৰা যদি এদিন মানব সভ্যতা সম্পূৰ্ণৰূপে বিলুপ্ত হৈ যায়, তেন্তে পৰৱৰ্তী সভ্যতাৰ পতাকা কোন প্ৰাণীৰ হাতত উঠিব? দীর্ঘদিনৰ পৰাই এই প্রশ্নই বিজ্ঞানী, দার্শনিক তথা লেখকসকলৰ মনত কৌতূহলৰ সঞ্চাৰ কৰি আহিছে। কোনো কোনো লোকৰ মতে নহয় ৰবট। আন কাৰোবাৰ মতে কৃত্ৰিম বুদ্ধিমত্তা। কোনোৱে আকৌ ভিনগ্ৰহৰ প্ৰাণীৰ কথা কয়। অৱশ্যে অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক টিম ক’লছনৰ মতে, মানুহৰ পাছত সভ্যতাৰ সম্ভাৱ্য উত্তৰাধিকাৰী হ’ব পাৰে সাগৰীয় প্রাণী অক্টোপাছ।

ADVERTISEMENT

অধ্যাপক ক’লছনৰ মতে, অক্টোপাছ এনে এবিধ প্রাণী যাৰ বুদ্ধিমত্তাই স্তন্যপায়ীকো প্রত্যাহ্বান জনাব পাৰে। সিবোৰে সাঁথৰ সমাধান কৰিব পাৰে, বটল খুলিব জানে, আনকি সৰু-সুৰা যন্ত্ৰ-পাতি ব্যৱহাৰ কৰাতো সক্ষম। সিহঁতৰ শৰীৰৰ প্ৰতিটো বাহুৱেই কার্যতঃ একো একোটা স্নায়ুতন্ত্ৰৰ দৰে কাম কৰে।

RelatedPosts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

সেয়ে কেন্দ্রীভূত নহয়, বৰঞ্চ বিকেন্দ্রীকৃত চিন্তাশক্তি আছে অক্টোপাছৰ। লগতে আশ্চৰ্যৰ বিষয় যে অক্টোপাছে ৰং পৰিৱৰ্তনৰ মাধ্যমেৰে ইটোৱে সিটোৰ লগত যোগাযোগ কৰিব পাৰে, যি ভৱিষ্যতে ভাষাৰ বিকল্পৰূপে কাম কৰিব পাৰে।

অৱশ্যে সকলোবোৰ ইমান সহজ নহয়। মানুহৰ দৰে দীর্ঘ আয়ু অক্টোপাছৰ নাই। বেছি ভাগ প্ৰজাতিৰে তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত মৃত্যু হয়। অধিকাংশ অক্টোপাছে একাকী জীৱন যাপন কৰে, দলবদ্ধভাবে বসবাস নকৰে। সন্তান জন্মৰ পাছত বহু মাতৃ অক্টোপাছৰ মৃত্যু হয়, পোৱালিবোৰে অকলেই ডাঙৰ-দীঘল হয়।

ফলত প্ৰজন্মৰ পৰা প্রজন্মলৈ জ্ঞান সঞ্চাৰ নহয়, যিটো সভ্যতা গঢ়ি উঠাৰ অন্যতম প্রধান চর্ত। অধ্যাপক ক’লছনৰ মতে, এই সীমাবদ্ধতাবোৰ হয়তো বিবৰ্তনৰ পথত এদিন অক্টোপাছে পাৰ কৰিবলৈ সক্ষম হ’ব।

বিজ্ঞানী সমাজত অৱশ্যে এই বিষয়ত প্ৰৱল মতভেদ আছে। বহুতৰ মতে, সামাজিক গাঁথনি অবিহনে কোনো উন্নত সভ্যতাৰ বিকাশ সম্ভৱ নহয়। অক্টোপাছৰ আচৰণ প্ৰধানকৈ স্বতন্ত্র। সিঁহতে প্রয়োজনত বুদ্ধি খটায়, কিন্তু সম্মিলিত উদ্যোগ নাই। তথাপি সাম্প্রতিক গবেষণাত দেখা গৈছে যে পৰিৱেশগত চাপত প্রাণীবোৰে দ্রুতগতিৰে অভিযোজন ক্ষমতা গঢ়ি তুলিব পাৰে।

মানুহৰ দৰে জটিল নহ’লেও অক্টোপাছবোৰে হয়তো নিজৰ মাজতে ভিন্ন ধৰণৰ সামাজিক গাঁথনি ভবিষ্যতে সৃষ্টি কৰিব পাৰে।

অধ্যাপক ক’লছনে অৱশ্যে কল্পনা কৰিছে যে যদি মানুহ এদিন জলবায়ু পৰিৱৰ্তন, পাৰমাণৱিক যুদ্ধ বা আন কোনো বিপৰ্যয়ৰ বাবে লুপ্ত হৈ পৰে, তেন্তে পৰৱৰ্তী কে’বা হেজাৰ বা কে’বা নিযুত বছৰৰ ভিতৰত সাগৰৰ গভীৰ অন্ধকাৰৰ পৰা উঠি আহিব পাৰে এক নতুন সভ্যতা।

হয়তো সেয়া হ’ব পানীৰ তলত হেৰাই যোৱা কিংবদন্তিৰ চহৰ ‘এটলান্টিছ’ৰ দৰে কোনো এখন জগত, য’ত অক্টোপাছবোৰে নিজৰ স্বতন্ত্র কৌশলৰে সমাজ গঢ়ি তুলিব।

একাংশ বিশেষজ্ঞই অৱশ্যে সতৰ্ক কৰিছে যে এই ধাৰণাটো অনুমানৰ বাহিৰে আন একো নহয়। আনকি এই চিন্তাৰ অন্তৰালত পর্যাপ্ত প্রমাণো নাই। অৱশ্যে মানুহৰ দৰে নহয়, সম্পূর্ণ ভিন্ন পথৰে গৈ যদি কোনো প্রজাতিয়ে সুদূৰ ভৱিষ্যতে সভ্যতা গঢ়ি তোলে, তেন্তে অক্টোপাছ সেই তালিকাৰ শীৰ্ষত থাকিব বুলিয়ে বহুতেই একমত প্রকাশ কৰিছে।

উল্লেখ্য যে অক্টোপাছক কেন্দ্র কৰি দীৰ্ঘদিনৰ পৰাই মানুহৰ কৌতূহল প্ৰৱল। সিবোৰৰ ৰহস্যময় বুদ্ধিমত্তা, অদ্ভুত শৰীৰ আৰু অভূতপূর্ব অভিযোজন ক্ষমতাই বিজ্ঞানীসকলক বাৰে বাৰে আচৰিত কৰি আহিছে।

এতিয়া প্রশ্ন উত্থাপন হৈছে যে মানুহ পতনৰ পাছত বাৰু সঁচাকৈয়ে সাগৰৰ অন্ধকাৰ গহ্বৰৰ পৰা জাগি উঠিব নেকি অক্টোপাছৰ সভ্যতা? এতিয়া অৱশ্যে ইয়াৰ উত্তৰ নাই; কিন্তু কল্পনাৰ দেউকা মেলি সেই প্রশ্নই আজি বিজ্ঞানী মহলত চৰ্চাৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d