Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Fake Doctor :মুখ্যমন্ত্ৰীৰ সমষ্টিতে ভুৱা চিকিৎসকৰ দৌৰাত্ম্য !

দদৰাত ফাৰ্মাচীত চেম্বাৰ বহুৱাই চলাই গৈছে দুষ্কার্য, ৰাজ্যত ধৃত ভুৱা চিকিৎসকৰ সংখ্যা ৫৭ জনলৈ বৃদ্ধি: তাৰ পাছতো সুৰক্ষিত আব্দুল চৌধুৰী

publisher by publisher
September 13, 2025
in News, Assam, Crime
Reading Time: 1 min read
0
Fake Doctor :মুখ্যমন্ত্ৰীৰ সমষ্টিতে ভুৱা চিকিৎসকৰ দৌৰাত্ম্য !
5
SHARES
48
VIEWS
ShareShareShareShare

Fake Doctor :

জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই ভুৱা চিকিৎসকৰ কেন্দ্রবিন্দুলৈ পর্যবসিত হৈ পৰিছে অসম। ভুৱা চিকিৎসকৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সংশ্লিষ্ট বিভাগে সময়ে সময়ে অভিযান চলাই অর্ধশতাধিকক গ্ৰেপ্তাৰ কৰিছে যদিও এই অবৈধ ব্যৱসায় বোধ হোৱা নাই। তাৰ মাজতে পোহৰলৈ আহিছে যে স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ অধীনত দদৰাত এজন ভুৱা চিকিৎসকে নির্বিঘ্নে চলাই গৈছে এই অবৈধ বেহা। অভিযোগ অনুসৰি, দদৰাত ‘জাৰা মেডিকেয়াৰ’ নামৰ এখন ফাৰ্মাচী খুলি তাতেই চেম্বাৰ বহুৱাই দীর্ঘদিন ধৰি এজন ভুবা চিকিৎসকে চিকিৎসা সেৱাৰ নামত অবৈধ বেহা চলাইছে।

ADVERTISEMENT

নিজকে চিকিৎসক বুলি দাবী কৰা আব্দুল চৌধুৰী নামৰ লোকজনে নিজকে মুখ্যমন্ত্ৰীৰ এজন অ’এছডিৰ ঘনিষ্ঠ বুলিও দাবী কৰি আহিছে। উল্লেখ্য যে চৌধুৰীৰ চিকিৎসাৰ পদ্ধতিৰ ক্ষেত্ৰত স্থানীয় লোকৰ সন্দেহ ওপজাত সংশ্লিষ্ট বিভাগত অভিযোগ দাখিল কৰিছিল আৰু এই সন্দৰ্ভত বাতৰিও প্রকাশিত হৈছিল। ইয়াৰ পাছতে চৌধুবীয়ে কিছুদিন বোগী চোৱা বন্ধ কৰি দিয়ে। শেহতীয়াকৈ ফার্মাচীখনত এজন চিকিৎসকৰ ফলক আঁৰি দিয়া যদিও এই চিকিৎসকজনৰ নাম লৈ চৌধুৰীয়েই চিকিৎসা সেৱা অনায়াসে চলাই গৈছে।

RelatedPosts

Flying Squad operations:গুৱাহাটী সহ ৰাজ্যৰ বহু অঞ্চলত ফ্লায়িং স্কোৱাডৰ অভিযানত বৃহৎ পৰিমাণৰ ধন জব্দ

Minal Saikia: পথ উদ্বোধন কৰিবলৈ অহা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক জবাবদিহি কৰিলে ৰাইজে 

বিজনীত আটক ভুৱা চিকিৎসক 

ইফালে, দেশৰ ভিতৰতে সৰ্বাধিক ভুৱা চিকিৎসকৰ ঘাটি অসমত স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিত এনে প্ৰৱঞ্চকে বিনাবাধাই ৰমৰমীয়া বেহা চলাই যাবলৈ সক্ষম হোৱা বিষয়টোরে বিশেষ তাৎপর্য বহন কৰিছে। নিজকে এমবিবিএছ চিকিৎসক বুলি দাবী কৰি চেম্বাৰ খুলি অবৈধ বেহা চলাই অহা চৌধুৰীয়ে চেম্বাৰতে গুৰুতৰ ৰোগৰো চিকিৎসা কৰাৰ নামত বৃহৎ পৰিমাণৰ ধন সৰকাই অহাৰ অভিযোগ আছে। উল্লেখ্য যে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই নিজকে চিকিৎসক বুলি দাবী কৰি অবৈধ বেহা চলাই অহা এনে প্ৰৱঞ্চকৰ বিৰুদ্ধে ন্যায়ালয়ৰ নির্দেশত এক অভিযানকাৰী দলে ৰাজ্যৰ বিভিন্ন প্রান্তত অভিযান অব্যাহত ৰাখিছে যদিও আজিকোপতি চৌধুৰীৰ কাষ চাপিবলৈ সক্ষম হোৱা নাই।

আনহাতে, ‘অসম কাউন্সিল অৱ মেডিকেল ৰেজিস্ট্রেছন’ (এচিএমআব) নামৰ সংস্থাটোৰ অধীনত ডাঃ অভিজিৎ নেওগৰ নেতৃত্বত গঠিত তদাৰক দলটোৰ লগতে সংশ্লিষ্ট বিভাগসমূহে সামগ্রিকভাবে মুঠ ৫৭জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিছে। কালিও শিলচৰত পংকজ চৌধুৰী আৰু সুবীৰ চৌধুৰী নামৰ আন দুজন ভুৱা চিকিৎসক অভিযানকাৰী দলৰ জালত পৰিছে। লগতে তদন্তত পোহৰলৈ আহিছে যে গুৱাহাটী মহানগৰীকে ধৰি বিশেষকৈ পিছপৰা অঞ্চলসমূহত এতিয়াও একাংশই বহিঃৰাজ্য নাইবা বিদেশৰ পৰা চিকিৎসাজনিত কোনো ডিপ্ল’মা নাইবা ডিগ্ৰীৰ প্ৰমাণপত্ৰ লে নিজকে চিকিৎসকৰূপে চিনাকি দি ৰোগীৰ জীৱনক লে হেতালি খেলি ৰমৰমীয়া অবৈধ বেহা চলাইছে;

কিন্তু বিভাগৰ একাংশ শীর্ষ বিষয়া-কর্মচাৰী, জিলাৰ সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়া-কর্মচাৰীক মেনেজ কৰি এনে ৰমৰমীয়া অবৈধ বেহা চলাই গৈছে ভুৱা চিকিৎসকসকলে। ইয়াৰ জ্বলন্ত উদাহৰণ দন্দৰাৰ আব্দুল চৌধুৰী। কর্তৃপক্ষৰ জ্ঞাতসাৰেই এনেদৰে দুষ্কাৰ্য চলাই যোৱা কাৰ্যই বৰ্তমানৰ মুখ্যমন্ত্রী বিগত দুই দশকৰো অধিককাল ধৰি স্বাস্থ্য বিভাগৰ মন্ত্ৰীৰূপে দাবী কৰি অহা সাফল্যৰো নগ্ন স্বৰূপ উদঙাই দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DadaraFake DoctorJalukbariPM ConstituencyPublic Complaint
publisher

publisher

Related Posts

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d