Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Flying Squad operations:গুৱাহাটী সহ ৰাজ্যৰ বহু অঞ্চলত ফ্লায়িং স্কোৱাডৰ অভিযানত বৃহৎ পৰিমাণৰ ধন জব্দ

জালুকবাৰীত ২৬ লাখ টকা,গোৰেশ্বৰৰ বাঙালীপাৰাত ৬ লাখ ১২ হাজাৰ, কোকৰাঝাৰৰ কোৰ্টপাৰাস্থিত এচবিআইৰ সমীপত ৫৬ লাখ জব্দ

publisher by publisher
March 31, 2026
in News
Reading Time: 1 min read
0
Flying Squad operations:গুৱাহাটী সহ ৰাজ্যৰ বহু অঞ্চলত ফ্লায়িং স্কোৱাডৰ অভিযানত বৃহৎ পৰিমাণৰ ধন জব্দ
1
SHARES
9
VIEWS
ShareShareShareShare

Flying Squad operations:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত গুৱাহাটী মহানগৰী সহ ৰাজ্যৰ বিভিন্ন অঞ্চলত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ধন ৷ গুৱাহাটী মহানগৰীৰ জালুকবাৰী উৰণীয়া সেতুৰ সমীপত তথা লাচিত উদ্যানৰ কাষত এখন নীলা ৰঙৰ এক্সইউভি-৭০০ বাহনৰ পৰা জালুকবাৰী আৰক্ষীয়ে Static Surveillance Teamৰ সৈতে যৌথভাবে অভিযান চলাই জব্দ কৰে ২৬ লাখ টকা ৷জব্দকৃত বাহনখনৰ নম্বৰ এএছ-০১ এফজে-৫০৫৮। পাছত জব্দকৃত ধনখিনি আয়কৰ বিভাগক জমা দিয়ে। ইফালে বাহনৰ গৰাকীয়ে ফাৰ্মাচীৰ ব্যৱসায়িক লেনদেনৰ বাবে গুৱাহাটীৰ পৰা নলবাৰীলৈ ধনখিনি লৈ গৈ আছিল বুলি সদৰী কৰিছে।ধনখিনি সন্দৰ্ভত বৰ্তমান আয়কৰ বিভাগে চলাই আছে তদন্ত।

ADVERTISEMENT

আনহাতে বশিষ্ঠ আৰক্ষীয়ে মাইঘুলিত চাৰি লাখ ৬৬ হেজাৰ আঠশ টকা জব্দ কৰে। এগৰাকী মণিপুৰী মহিলাৰ পৰা ধনখিনি জব্দ কৰা হয়। অৱশ্যে ধনখিনিৰ উৎস এই পর্যন্ত জানিব পৰা হোৱা নাই বুলি আৰক্ষীয়ে সদৰী কৰিছে।

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

Re-voting in N.karimganj One Polling Centre:শ্রীভূমিৰ এটা ভোটকেন্দ্রত আজি পুৱাৰে পৰা পুনৰ আৰম্ভ ভোটগ্রহণ

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

একেদৰে গোৰেশ্বৰৰ বাঙালীপাৰাত নিশা ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ কৰা হয় ৬ লাখ ১২ হাজাৰ ৫০০ টকা । কৃষ্ণকান্ত সেন নামৰ ব্যৱসায়ীজনৰ বাহনত উদ্ধাৰ হয় টকাখিনি৷টংলাৰ পৰা তামুলপুৰ অভিমুখী আছিল বাহনখন ।

আনহাতে কোকৰাঝাৰৰ কোৰ্টপাৰাস্থিত এচবিআইৰ সমীপত এখন বাহনৰ পৰা জব্দ হয় প্ৰায় ৫৬ লাখ টকা ৷ এক বিশেষ সূত্ৰৰ ভিত্তিত দুজন লোকক তালাচী চলাই আৰক্ষীৰ ফ্লায়িং স্কোৱাডৰ দলে জব্দ কৰে বৃহৎ পৰিমাণৰ ধনখিনি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: assam assembly elaction 2026Flying Squad operationsJalukbari
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d