Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পৰস্পৰ বিৰোধিতা নে সুবিধাবাদ ?

publisher by publisher
September 15, 2025
in Assam, News
Reading Time: 1 min read
0
পৰস্পৰ বিৰোধিতা নে সুবিধাবাদ ?
0
SHARES
4
VIEWS
ShareShareShareShare

পৰস্পৰ বিৰোধিতা নে সুবিধাবাদ ?

# প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

দেশৰ জনতাক শাসকবর্গই কি ধৰণে মূর্খ সাজিবলৈ লৈছে, সেয়া ভাৰতত সঘনে ন ন ৰূপত প্রকাশ পাইছে। যি জনতাৰ ভোটৰে শাসনভাৰ হস্তগত কৰিছে, সেই জনতাৰ স’তেই এনে আচৰণ গণতন্ত্ৰত নিশ্চয়কৈ দুঃসাহস বুলিয়েই ক’ব লাগিব। ইয়াৰ শেহতীয়া সংযোজন হৈছে এই দেওবাৰে ডুবাইত অনুষ্ঠিত হোৱা এছিয়া কাপ টুর্ণামেণ্টৰ ভাৰত-পাকিস্তানৰ খেলখন। এই কথা দোহৰাৰ প্ৰয়োজন নাই যে ক্রিকেটপ্রেমীসকলৰ বাবে ভাৰত আৰু পাকিস্তানৰ খেল সদায়েই বিশেষ আকৰ্ষণৰ। যোৱা ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত পাক মদতপুষ্ট সন্ত্রাসবাদীৰ দ্বাৰা ২৬ জনকৈ নিৰীহ পর্যটকক অমানুষিকভাবে গুলীয়াই হত্যাৰ ঘটনাৰ পাছৰে পৰা দুই দেশৰ মাজৰ সম্পর্কত তিক্ততা আৰু উত্তেজনাই চৰম ৰূপ পায়। কাশ্মীৰত সন্ত্রাসবাদ নিয়ন্ত্রণ তথা শান্তি-সুবক্ষা স্বাভারিক কৰি তুলিবলৈ সক্ষম হোৱা বুলি কেন্দ্রই দাবী কবি অহাৰ পাছতো পাকিস্তানৰ পৰা অনুপ্রৱেশ কৰা সন্ত্রাসবাদীয়ে এনে এক জনপ্রিয় পর্যটনথলীত কিদৰে নাৰকীয় হত্যাযজ্ঞ চলাবলৈ সক্ষম হ’ল আৰু তাৰ বাবে কোনে দায়িত্ব মূৰ পাতি ল’ব, তাৰ উত্তৰ আজি পর্যন্ত চৰকাৰৰ তৰফৰ পৰা দিয়া নহ’ল। তাৰ পৰৱৰ্তী ঘটনাৱলী দেশবাসীৰ জ্ঞাত।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

এই ঘটনাৱলীৰ পাছত প্ৰথমবাৰলৈ ভাৰত আৰু পাকিস্তান ক্রিকেট দল পৰস্পৰৰ মুখামুখি হ’ল এখন তৃতীয় দেশ ডুবাইৰ স্টেডিয়ামত। চলিত এছিয়া কাপৰ গ্ৰুপ ‘এ’ত ভাৰত, পাকিস্তানৰ উপৰি ইউএই আৰু ওমান অন্তর্ভুক্ত হৈছে। গতিকে অৱধাৰিতভাবেই পৰৱৰ্তী পৰ্যায়লৈ উন্নীত হ’লেই অহা ২১ ছেপ্টেম্বৰত ভাৰত-পাক পুনৰ মুখামুখি হ’ব। কিন্তু ভাৰতত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত কৰিবলৈ দীর্ঘকাল ধৰি সক্রিয় হৈ অহা পাকিস্তানৰ স’তে এনেদৰে ক্রিকেট খেলত অংশগ্ৰহণৰ প্ৰয়োজনীয়তাক লৈ বিতৰ্কৰ সূত্রপাত হৈছে। এছিয়া কাপৰ সূচী প্রকাশৰ পাছৰে পৰাই ভাৰতে পাকিস্তানৰ স’তে খেলত অৱতীর্ণ হ’ব নালাগে বুলি দাবী উত্থাপিত হৈ আহিছে। পহলগামত নিহতৰ পত্নী-সন্তানকে ধৰি নিকটাত্মীয়ৰ লগতে সাধাৰণ নাগৰিক আৰু বিৰোধী দলসমূহে পাকিস্তানৰ স’তে ভাৰতীয় ক্রিকেট দলৰ খেলত অংশগ্রহণৰ তীব্র বিৰোধিতা কবে। এই খেল বাতিলৰ দাবীত বিভিন্ন পক্ষ সৰৱ হয় যদিও ভাৰত চৰকাৰে পৰস্পৰবিৰোধী তথা পক্ষপাতদুষ্ট সুবিধাবাদী চৰিত্ৰ উদঙাই দি এই খেলৰ সপক্ষেহে স্থিতি গ্রহণ কৰাটো লক্ষ্যণীয়।

পহলগামত ফুৰিবলৈ গৈ সন্ত্রাসবাদীৰ গুলিত প্রাণ হেৰুওৱা শুভম দ্বিবেদীব বিধৱা পত্নী ঐশন্যা দ্বিবেদীয়ে গভীৰ অসন্তুষ্টি প্রকাশ কৰি কৈছে যে সেই আক্ৰমণৰ পাছত চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে যদিও পাকিস্তানৰ স’তে ক্রিকেট খেলে বিশ্বলৈ এক ভুল বার্তা প্ৰেৰণ কৰিব। ভাৰতে পাকিস্তানৰ স’তে খেল খেলাৰ প্রস্তাৱত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ড (বিচিচিআই) মাস্তি হ’বই নালাগিছিল বুলি মন্তব্য কবি তেওঁ ইয়াক এটা ডাঙৰ ভুল আখ্যা দিয়ে। তেওঁৰ আক্ষেপ এয়ে যে ভাৰতৰ মানুহেই এনে এটা ভুল কৰিলে। এনেবোৰ অনুভৱলৈ বিচিচিআইৰ কোনো ভ্রূক্ষেপ নাই বুলিও ঐশন্যাই ক্ষোভ উজাৰে। ‘এই খেল খেলি আমি পাকিস্তানকে মজবুত কৰিলো; কিয়নো এই খেলৰ জৰিয়তে যি ধন উপার্জন কবিব, সেয়া তেওঁলোকে সন্ত্রাসবাদীলৈ সাহায্য প্রদানতে ব্যয় কৰিব।’

এইদৰে মন্তব্য কৰি সন্ত্রাসবাদীৰ পাশবিকতাত শিৰৰ সেন্দূৰ হেৰুওৱা যুৱতীগৰাকীয়ে এই বিষয়টোক লৈ এজনো ভাৰতীয় ক্রিকেটাৰে কোনো ধৰণৰ প্ৰতিক্রিয়া প্রকাশ নকৰাত গভীৰ আক্ষেপ প্রকাশ কৰে। যদি ভাৰতত ক্রিকেটতে সবাতোকৈ ‘ৰাষ্ট্রীয় আবেগ-অনুভূতি’ জড়িত হৈ আছে বুলি কোৱা হয়, তেন্তে কোনো এজন ভাৰতীয় ক্রিকেটাৰে এই খেল বাতিল হ’ব লাগে বুলি এযাৰ মাত নমতাক লৈ তেওঁ আশ্চর্য প্রকাশ কৰে। দেশৰ কাৰণে এনে এক স্থিতি ল’বলৈ কিয় কোনো এজনো ক্রিকেটাৰ আগবাঢ়ি নাহিল বুলি ঐশন্যাই গভীৰ হতাশাৰে প্রশ্ন উত্থাপন কৰে।

তেনেদৰেই পহলগামত প্রাণ হেৰুওৱা আন এজন পর্যটক সন্তোষ জগদালেৰ কন্যা আশাৱৰীয়ে এই খেলক লৈ গভীৰ ক্ষোভ প্রকাশ কৰিছে। চৰকাৰে যিহেতু দেশবাসীৰ আৱেগ-অনুভূতিলৈ কেৰেপ নকৰি পাকিস্তানৰ স’তে ভাৰতীয় দলক ক্রিকেট খেল খেলিবলৈ দিলে, সেয়েহে এই খেল টিভিত উপভোগ কৰাৰ পৰা বিৰত থাকিবলৈ আশাৱৰীয়ে সকলোকে আহ্বান জনাইছে। অন্যান্য ভুক্তভোগী সকলৰ ভাষ্যও পৃথক নহয়।

কেবল পহলগামত নিহতৰ নিকটাত্মীয়ই নহয়, কে’বাটাও ৰাজনৈতিক দলেও পাকিস্তানৰ স’তে ভাৰতৰ ক্ৰিকেট খেল বাতিলৰ দাবী জনাইছিল। তেনে দাবীলৈ কাণসাৰ নকৰি নিজৰ সুবিধা অনুযায়ী ৰাষ্ট্ৰবাদৰ ধ্বনি দিয়া নৰেন্দ্ৰ মোদী চৰকাৰে নিজস্ব যুক্তিৰে এই খেলৰ সমর্থনতহে থিয় হ’ল। ‘অপাৰেছন সিন্দূৰ’ৰ সময়ত প্রধানমন্ত্রী মোদীয়ে যথেষ্ট উষ্মাৰে দেশবাসীৰ সমুখত দিয়া ভাষণ বহুতৰে মনত আছে নিশ্চয়। ভাৰতৰ পৰা বৈ যোৱা নদীসমূহৰ পানী বান্ধৰ জৰিয়তে আবদ্ধ কৰি পাকিস্তানলৈ যোৱাত বাধাদানৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰি তেওঁ কৈছিল যে তেজ আৰু পানী একে সময়তে বৈ যাব নোৱাৰে। সন্ত্রাস আৰু বাণিজ্য একে সময়তে চলিব নোৱাৰে বুলিও প্রধানমন্ত্রীয়ে কঠোৰভাৱে সকীয়াই দিছিল। পহলগাম কাণ্ডৰ পাছত ব্যৱসায়-বাণিজ্যকে ধৰি পাকিস্তানৰ স’তে সকলো ধৰণৰ দ্বিপাক্ষিক সম্পর্ক ছেদ কৰিছিল ভাৰত চৰকাৰে।

সেইবোৰ আজিও পুনৰ মুকলি কৰা হোৱা নাই। তদুপৰি ‘অপাৰেছন সিন্দুৰ’ বন্ধ কৰা হোৱা নাই বুলিও চৰকাৰে সংসদত ঘোষণা কৰিছে। তেন্তে তেজ আৰু ক্রিকেট মেচ একেলগে চলিব পাৰে নেকি? যুদ্ধ আৰু খেল একা? এই প্রশ্ন উত্থাপন কৰিয়েই শিৱ সেনা (থাকবে)ৰ মুৰব্বী উদ্ধৱ থাকৰেই ক্ষোভ প্রকাশ কৰে যে ভাৰত চৰকাৰে দেশভক্তিক কেৱল বেপাৰলৈ পর্যবসিত কৰি পেলাইছে। এই খেলৰ পৰা আয় হোৱা ধনৰ লালসাতে দেশৰ মা-ভনীৰ শিৰ সেন্দুৰ মচা গ’লেও তেওঁলোকে কোনো পৰোৱা নকৰে বুলিও তেওঁ মোদী চৰকাৰক সমালোচনাৰে বিদ্ধ কবে। সেই বিজেপি আৰু নৰেন্দ্র মোদীয়ে আনক দেশভক্তিৰ পাঠ দিব বিচৰাটো উপহাস মাথোন বুলিও থাকৰেই কটাক্ষ কৰে।

আম আদমী পার্টিয়েও প্রশ্ন উত্থাপন কৰিছে যে ভাৰত চৰকাৰৰ সমুখত এনে কি বাধ্যবাধকতা আছে যাৰ বাবে দেশৰ ভগ্নীসকলৰ শিৰৰ সেন্দুৰ কাঢ়ি নিয়াসকলৰ স’তে ক্রিকেট খেলিব লগা হৈছে। একেদৰে কংগ্ৰেছেও এই ভাৰত-পাক ক্রিকেট খেলৰ পৰা আয় হ’বলগীয়া বিজ্ঞাপনৰ ৰাজহতকৈও পহলগামত সন্ত্রাসবাদী আক্ৰমণত নিহত ভাৰতীয় সকলৰ মূল্য কম নেকি বুলি প্রশ্ন উত্থাপন কৰিছে। এয়া কোনো ক্রীড়া আরেগ নহয়; বৰঞ্চ ছহিদৰ বক্ততকৈ আর্থিক লাভালাভক অধিক গুৰুত্ব প্রদানৰ লজ্জাজনক উদাহৰণ বুলি কংগ্রেছে প্রতিক্রিয়া প্রকাশ কৰিছে।

ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰবক্তা, সাংসদ তথা বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ অনুৰাগ ঠাকুৰে ভাৰত-পাকিস্তান খেলক পূর্ণ সমর্থন জনায়। আন্তর্জাতিক টুর্ণামেন্টসমূহ এচিচি বা আইচিচিয়ে আয়োজন কৰে আৰু সেয়েহে তাত অংশগ্রহণ কৰাটো যিকোনো দেশৰ বাবেই বাধ্যতামূলক আৰু জৰুৰী বুলি তেওঁ যুক্তি দাঙি ধৰে।

কিন্তু প্রশ্নটো হৈছে- সন্ত্রাসবাদক সাহায্য প্রদানৰ পৰা পাকিস্তান বিৰত আছে নেকি? নিশ্চয় নাই, আৰু সেইবাবেই ভাৰত চৰকাৰে ঘোষণা কৰিছে যে ‘অপাৰেছন সিন্দুৰ’ বন্ধ কৰা হোৱা নাই; অর্থাৎ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ চলি আছে। গতিকে চৰকাৰে ঘোষণা কৰি দিয়া উচিত আছিল যে এছিয়া কাপ টুর্ণামেন্ট খেলিবলৈ পাকিস্তান সন্ত্রাসবাদৰ পৰা আঁতৰি আছে আৰু ভাৰতেও ‘অপাবেছন সিন্দুৰ’ বন্ধ ৰাখিছে! চৰকাৰ, বিজেপি অথবা বিচিচিআইৰ হৈ অনুৰাগ ঠাকুৰে যিয়েই যুক্তি দিয়াৰ চেষ্ট নকৰক কিয়, এই কথা আৰু বুজিবলৈ বাকী নাই যে কেৱল এই খেলৰ পৰা হোৱা বৃহৎ আর্থিক মুনাফাৰ স্বার্থতে দেশবাসীক মূর্খ সজাব বিচৰা হৈছে।

পহলগামত নিহত নিৰীহ পর্যটকসকলৰ বিধৱা পত্নীসকলক লৈ আন বাদেই, স্বয়ং পাক সেনাৰ মুৰব্বী আছিম মুনীৰ আৰু একাংশ ক্রিকেটাৰেও অতি অসংবেদনশীল তথা ঘৃণনীয় ছবি আৰু বক্তব্য দাঙি ধৰাৰ কথা কোনে পাহৰিলে? যিকোনো কথাতে সঁচা-মিছা বিচাৰ নকৰাকৈ যাকে-তাকে দেশবিবোধী আখ্যা দি পাকিস্তানলৈ খেদি পঠিওৱাৰ হুংকাৰ দিয়াসকল এই খেলক লৈ নীৰৱ কিয়? পহলগাম কাণ্ডৰ পাছত পাকিস্তানৰ পুলি পোখা উভালি পেলাবলৈ উন্মুখ হৈ পৰাসকলে সেই পাকিস্তানৰ স’তেই ভাৰতে ক্রিকেট খেল খেলিবলৈ লোৱাৰ পাছতো টু শব্দ এটাও কৰা নাই কিয়?

চৰকাৰী পক্ষই এই কথা দৃঢ়তাৰে ক’ব পৰা নাই যে এবাৰ এই টুর্ণামেন্টত অংশগ্ৰহণৰ পৰা ভাৰত বিৰত থাকিলে কি অপূৰণীয় ক্ষতি হ’লহেঁতেন! ক্রিকেটপ্রেমীসকলৰ অৱগত যে ১৯৮৪ত আৰম্ভ হোৱা এই টুর্ণামেন্ট ১৯৮৬ত ভাৰতে বর্জন কৰিছিল সেই সময়ত শ্রীলংকাৰ স’তে চলি থকা অসহজ সম্পর্কৰ বাবে। একেদৰে ১৯৯০-৯১ত পাকিস্তানে এছিয়া কাপ বৰ্জন কৰিছিল ভাৰতৰ স’তে উত্তেজনাপূর্ণ ৰাজনৈতিক পৰিস্থিতিৰ বাবে। একে কাৰণতে ১৯৯৩ত এই টুর্ণামেন্ট বাতিল কৰিবলগীয়া হৈছিল। গতিকে এয়া নহয় যে পূর্বতে ভাৰতে অথবা পাকিস্তানে এছিয়া কাপ টুর্ণামেন্ট বর্জন নকৰাকৈ আছে। তেন্তে সাম্প্রতিক এই চৰম বিদ্বেষপূর্ণ সময়তো পাকিস্তানৰ স’তে খেল খেলিবলৈ নামি দিল্লীয়ে বিশ্বক কি বার্তা দিলে?

দৰাচলতে ২০১৪ৰ পৰাই প্ৰতিটো ক্ষেত্ৰতে স্ববিৰোধিতা আৰু পক্ষপাতদুষ্ট সুবিধাবাদ প্রদর্শনৰ ধাৰাবাহিকতা বজাই ৰাখি চৰকাৰখন দৃঢ় হৈ পৰিছে যে দেশবাসীক মূর্খ সজোৱাটোৱে সহজ। সেইবাবেই যেতিয়াই যেনেদৰে প্রয়োজন অনুভৱ হৈছে, তেনেদৰেই পদক্ষেপ গ্রহণ কৰিছে- ইয়াত দেশবাসীৰ আবেগ-অনুভূতি-মর্যাদাৰ প্রতি ভ্রূক্ষেপ কৰাৰ কোনো প্রয়োজন অনুভৱ কৰা নাই। ফোনঃ ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asia cup 2025Criceket tournamentEditor articleindia vs pakistanPahalgam IncidentPranjalsen Deka
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d