Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Durga Puja SOP in Guwahati: মহানগৰীত দুৰ্গা পূজা অনুস্থিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ এছঅ’পি জাৰি

publisher by publisher
September 18, 2025
in News, Assam
Reading Time: 1 min read
0
Durga Puja SOP in Guwahati: মহানগৰীত দুৰ্গা পূজা অনুস্থিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ এছঅ’পি জাৰি
1
SHARES
5
VIEWS
ShareShareShareShare

Durga Puja SOP in Guwahati:

শৰতৰ আগমনৰ লগে লগে দুৰ্গোৎসৱৰ মহা আয়োজনৰ প্ৰস্তুতি দুৰ্গা পূজা কমিটি সমূহৰ ৷ উত্তৰ পূবৰ সৰ্ববৃহৎ মহানগৰ হিচাপে পৰিচিত গুৱাহাটীত দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মহানগৰ প্ৰশাসনে জাৰি কৰিছে এছঅ’পি ৷

ADVERTISEMENT

উল্লেখ্য যে এছঅ’পি জাৰি কৰাৰ পূৰ্বে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু দূৰ্গাপূজা সমিতিৰ মাজত অনুস্থিত হৈছিল এক যৌথ বৈঠক। বৈঠকত কামৰূপ জিলা আয়ুক্তৰ লগতে উপস্থিত থাকে গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন।

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

২৮ ছেপ্তেম্বৰৰ ষষ্ঠীৰ পৰা ২ অক্টোবৰৰ দশমীলৈ পূজা সুচাৰুৰূপে আয়োজনৰ ক্ষেত্ৰত কামৰূপ মহানগৰ প্ৰশাসনে জাৰি কৰি নিৰ্দেশনা অনুসৰি প্ৰতিখন পূজাস্থলীত চিচিটিভি থকাটো বাধ্যতামূলক ৷ একেদৰে পূজাস্থলীত কমিটি সমূহে নিয়োগ কৰি স্বেচ্ছাসেৱক ৷ স্বেচ্ছাসেৱৰ তালিকা আগতিয়াকৈ আৰক্ষী প্ৰশাসনৰ হাতত জমা দিব লাগিব ৷

আনহাতে পূজা কমিটি ভক্তৰ নিৰাপত্তা দিশটো সুনিশ্চিত কৰিবৰ বাবে পূজাস্থলীত হেল্প ডেক্স আৰু মেডিকেল ইউনিটৰ ব্যৱস্থা কৰিব ৷ তদুপৰি পূজাস্থলীলৈ কোনো ভিআইপি আহিলে আগতিয়াকৈ পূজা কমিটিয়ে আৰক্ষীক অৱগত কৰিব লাগিব ৷

আনহাতে পূজা কমিটি সমূহ যানবাহন নিয়ন্ত্ৰণৰ বাবে নিজা উদ্যোগ গ্ৰহণ কৰাৰ লগতে ভক্তৰ বাবে
বিনামূলীয়া খোৱা পানীৰ ব্যৱস্থা কৰিব ৷ একেদৰে মদ্যপান কৰি কোনো লোকৰ পূজা মণ্ডপলৈ যোৱাত বাধাৰোপ কৰিব লাগিব পূজা কমিটি সমূহে ৷ তদুপৰি পূজা কমিটিৰ উচ্চস্বৰত মাইক – ডেক বজোৱাত নিষেধাজ্ঞা আৰোপ প্ৰশাসনৰ ৷

উল্লেখ্য যে বিগতবৰ্ষত অসমত মুঠ দুৰ্গা পূজাৰ সংখ্যা আছিল ৪৮০৪ ৷ ইয়াৰ ভিতৰত শীৰ্ষত থকা জিলা খন হ’ল কাছাৰ ৷ জিলা খনত মুঠ দুৰ্গা পূজাৰ সংখ্যা ১০৩২ ৷ দ্বিতীয় শীৰ্ষত আছিল মধ্য অসমৰ সৰ্ববৃহৎ জিলা নগাঁও ৷ জিলা খনত মুঠ পূজাৰ সংখ্যা ৩৫৪ ৷ তৃতীয় শীৰ্ষত থকা জিলা খন হ’ল হোজাইত । ইয়াত মুঠ পূজাৰ সংখ্যা ৩৪১ ৷ তাৰ পিছত একাদিক্ৰমে তিনিচুকীয়াত ৩৩৫,হাইলাকান্দিত ৩৩৩ আৰু কামৰূপ মহানগৰ জিলাত ২৬৬ ৷ এইবৰ্ষত ৰাজ্যত দুৰ্গা পূজাৰ সংখ্যা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে ৷ ইতিমধ্যে সংশ্লিষ্ট জিলা প্ৰশাসনে পূজাৰ দিন কেইটা শান্তিপূৰ্ণভাৱে উদযাপনৰ ক্ষেত্ৰত যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Durga Puja SOPGuwahatikamrup Metro Administration
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d