Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

‘ঐ ডেকা, চাধা অকণ দেচোন’ বুলি ক’বলৈ আৰু নাই জুবিন গাৰ্গ

এজন প্ৰকৃত মানুহ হেৰাই গ'ল! আক্ষেপত দগ্ধ ক্ষুদ্ৰ ব্যৱসায়ী মনোজ

publisher by publisher
September 25, 2025
in News, Assam
Reading Time: 1 min read
0
‘ঐ ডেকা, চাধা অকণ দেচোন’ বুলি ক’বলৈ আৰু নাই জুবিন গাৰ্গ
1
SHARES
7
VIEWS
ShareShareShareShare

Zubeen Garg:✒️অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আকস্মিক তথা অকাল বিয়োগক লৈ সমগ্ৰ ৰাজ্য শোকত দগ্ধ। বুধবাৰৰ পৰা স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ’লেও ক’ৰবাত যেন নাই পূৰ্বৰ প্ৰাণচাঞ্চল্য। ঠিক তেনে পৰিবেশতে সময় পাৰ কৰিছে মহানগৰীৰ কাহিলীপাৰাৰ ভগদত্তপুৰৰ পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ী মনোজ দাসে।

ADVERTISEMENT

একান্ত বাধ্যত পৰিহে আজি তেওঁ চাহ-বিস্কুট, পুৰী, ৰুটি, তৰকাৰী আদি বিক্ৰী কৰা দোকানখন খুলিছে। তেওঁৰ দোকানলৈ গ্রাহকৰো আগমন ঘটিছে। অথচ ক’ৰবাত কিবা এটা তেওঁ হেৰুৱাইছে আৰু সেইবাবে নাই স্বাভাৱিক গতিশীলতা। জুবিন গাৰ্গৰ লগত মনোজ দাসৰ আছিল বিশেষ সম্পর্ক।

RelatedPosts

এতিয়াও অবিশ্বাস্য যে জুবিন হেৰাই গ’ল!

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

ভগদত্তপুৰৰ যিটো এপার্টমেণ্টৰ ফ্লেটত হিয়াৰ আমঠু শিল্পীগৰাকীয়ে বাস কৰিছিল, তাৰ প্ৰৱেশ পথৰ সন্মুখতে দাসৰ সাধাৰণ এই দোকানখন। ঘৰত থকা সময়ত পুৱাৰ পৰা নিশালৈকে দিনটোৰ কোনোবা নহয় কোনোবা সময়ত জুবিন গাৰ্গ তেওঁৰ দোকানখনলৈ আহিছিল। ইমান জনপ্রিয়, ইমান প্রভাৱশালী শিল্পী, অথচ সাধাৰণ মানুহৰ লগত জুবিনৰ আছিল হৃদয়ৰ পৰা হৃদয়লৈ সম্পর্ক। জুবিনৰ ওচৰত মনোজ দাসৰ নামটো হেৰাই গৈছিল। জুবিনে তেওঁৰ নাম দিছিল ডেকা।

‘ঐ ডেকা, চাধা অকণ দেচোন’- ধহমহকৈ দোকানলৈ সোমাই আহি এনেদৰে মৰমভৰা আদেশ দিছিল জুবিনে। আজি সেই সুৰ বিচাৰি হাইৰাণ হৈছে মনোজ দাস। কেৱল চাধাই নহয়, পুৰি-তৰকাৰীৰো সোৱাদ প্ৰায়ে লৈছিল। দোকানখনত যি দুযোৰ ডেস্ক-বেঞ্চ আছে, সেয়াও জুবিনেই দিছিল। জুবিন গাৰ্গ মনোজ দাসৰ বাবে গ্রাহক নাছিল, আছিল এক মানৱতাদৰদী সত্তা।

সেই কথা সুঁৱৰি বৰপেটা চহৰৰ ইচ্ছাপুৰহাটীৰ বাসিন্দা তথা বর্তমান গুৱাহাটীতে স্থায়ীভাৱে থকা দাসে কয়, ‘ইমান ডাঙৰ শিল্পী, ইমান জনপ্রিয় শিল্পী; অথচ আমাৰ দৰে মানুহৰ লগত তেওঁৰ যি সম্পৰ্ক আছিল, সেয়া আজিৰ দিনত দুর্লভ। মোৰ ভাগ্য যে তেনে এজন মানুহে নিজে আমাক আপোন কৰি লৈছিল। সেই কাৰণেই জুবিন গাৰ্গ আমাৰ দৰে সাধাৰণ মানুহৰ অন্তৰত চিৰদিন ৰৈ যাব। তেওঁক হেৰুৱাই কিমান শোক পাইছো, তাক প্রকাশ কৰিব নোৱাৰো।’

দাসে লগতে কয় যে তেওঁ আমাৰ দৰে মানুহৰ অভাৱ-অনাটনৰো খবৰ ৰাখিছিল। সেই কাৰণে সামান্য পৰিমাণৰ চাধা এপালি হাতৰ পৰা লোৱাৰ লগতে কেতিয়াবা দুই-তিনি হেজাৰ টকা হাতত গুজি দিছিল। ‘এইখিনি ৰাখ’-বুলি কৈ কিবা অসুবিধা হ’লে জনাবলৈয়ো কৈ যায়। আনকি দোকান কেতিয়াবা কিবা কাৰণত বন্ধ থাকিলেও খবৰ লয়। দাসে কয় যে কেৱল তেৱেই নহয়, ওচৰ-পাঁজৰৰ সাধাৰণ উপাৰ্জনৰ মানুহবোৰকো একেদৰেই সহায় কৰিছিল জুবিনে। এবাৰ কেইজনমান লোকে দাসৰ দোকানখন ভাঙিবলৈ চেষ্টা কৰিছিল। জুবিন গার্গে যেতিয়া কথাটো গম পাইছিল, তেতিয়া সাহস দি কৈছিল- ‘কোনে তোৰ দোকান ভাঙে? মোৰ কথা কৈ দিবি যা!’

প্ৰতি বছৰে পূজাত জুবিনে দাসক পইচা দিছিল। এইবাৰো পূজা আহিছে। পইচা দিয়া মানুহজন যে নোহোৱা হ’ল, সেইটো কথা নহয়! এজন যে প্রকৃত মানুহ পৃথিৱীৰ পৰা হেৰাই গ’ল, তাকে লৈ মনোজ দাস আৰু তেওঁৰ পৰিয়াল বেদনাদগ্ধ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DiedZubeen Garg
publisher

publisher

Related Posts

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী
India

দেশৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ আগজাননী

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d