Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

আগন্তুক সপ্তাহতে আকাশ উজ্জ্বল হ’ব ‘হাৰভেষ্ট মুন’ৰ আলোকত

publisher by publisher
October 3, 2025
in world
Reading Time: 1 min read
0
আগন্তুক সপ্তাহতে আকাশ উজ্জ্বল হ’ব ‘হাৰভেষ্ট মুন’ৰ আলোকত
1
SHARES
5
VIEWS
ShareShareShareShare

শীঘ্রেই শৰতৰ আকাশত এক অনিন্দ্য সুন্দৰ মুহূৰ্তৰ সাক্ষী হ’ব মহাকাশ প্রেমীসকল। অহা সপ্তাহতে আকাশজুৰি পোহৰ বিলাব বিশাল আকাৰৰ চন্দ্ৰই, যাক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘হাৰভেষ্ট মুন’। এনে ঘটনা মহাকাশ জগতত বিৰল তথা বিশেষৰূপে বিবেচিত হয়। অহা সপ্তাহতে সেই বিশেষ ঘটনা ঘটিব।

ADVERTISEMENT

কাৰণ পৃথিৱীৰ বহু ওচৰলৈ গুচি আহিব আমাৰ গ্ৰহৰ একমাত্ৰ উপগ্রহটো। ফলত চন্দ্রটোক আন সময়ৰ তুলনাত অনেক ডাঙৰ আৰু অধিক উজ্জ্বল দেখা যাব। মহাকাশ বিজ্ঞানৰ ইতিহাসত এই চন্দ্রোদয়ৰ বিশেষ গুৰুত্বৰ উপৰি ‘হাৰভেষ্ট মুন’ক লৈ পৃথক লোককথাও আছে। নামতে লুকাই আছে তাৰ ইংগিত।

RelatedPosts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

প্রচলিত বিশ্বাস অনুসৰি, এই সময়ৰ পৰাই ফচল ভালদৰে ফলনৰ সময় আৰম্ভ হয়। অহা ছয় আৰু সাত অক্টোবৰত আকাশ উজ্জ্বল কৰি উদয় হ’ব বিশাল আকাৰৰ চন্দ্ৰ। ঘূর্ণনৰ ফলত পৃথিৱীৰ দিশৰ পৰা চন্দ্ৰটোৰ অৱস্থান এনেকুৱা হ’ব যে দেখিলেই ধাৰণা হ’ব যেন হাত আগবঢ়ালেই চন্দ্ৰটো স্পৰ্শ কৰিব পৰা যাব। আচলতে এই বিশেষ সময়খিনিত চন্দ্ৰটো পৃথিৱীৰ একেবাৰে ওচৰলৈ গুচি আহিব। ইয়াক ‘ছুপাৰ মুন’ বুলিও কোৱা হয়।

এই সময়ত অন্ততঃ ছয় শতাংশ ডাঙৰকৈ চন্দ্ৰটোৱে দেখা দিয়ে আৰু তাৰ উজ্জ্বলতা বৃদ্ধি পায় ১৩ শতাংশ। বিজ্ঞানীসকলে জনাইছে যে অহা ছয় অক্টোবৰৰ পৰা চন্দ্ৰটো লাহে লাহে পৃথিৱীৰ নিকটৱৰ্তী হৈ থাকিব। সাত অক্টোবৰত সূর্যাস্তৰ পাছতে আকাশত স্নিগ্ধ পোহৰ বিলাই দিব চন্দ্রই। সেই সময়ত চন্দ্ৰৰ ৰঙো হ’ব সামান্য পৃথক।

ক’ৰ পৰা দেখা যাব এই মহাজাগতিক বিৰল ঘটনা? জনা গৈছে যে আকাশ পৰিষ্কাৰ থাকিলে তথা বৰষুণ নিদিলে উত্তৰ গোলাৰ্ধৰ পৰা ‘হাৰভেষ্ট মুন’ সবাতোকৈ ভালদৰে দৃশ্যমান হ’ব। ভাৰতৰ পৰাও সাত অক্টোবৰত সন্ধিয়া নমাৰ পাছতে খালী চকুৰে দেখা যাব এখন থালীৰ দৰে চন্দ্রটো।

য’ত বায়ু প্রদূষণ কম, তেনে স্থানৰ পৰা বৰ ভালকৈ এই দৃশ্য চাব পৰা যাব।বিজ্ঞানীসকলে জনাইছে যে বিগত ২০২০ত এই বিশেষ চন্দ্রটো দেখা গৈছিল। অংকৰ হিচাপ অনুসৰি, পুনৰ ২০২৮ত এই বিশেষ চন্দ্ৰৰ উদয় হ’ব। অর্থাৎ এইবাৰ ‘হাৰভেষ্ট মুন’ দেখা নাপালে আকৌ তিনি বছৰলৈ অপেক্ষা কৰিব লাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট
world

আফ্ৰিকাত পৃথিৱীৰ খোলাত মেলিছে ফাট

May 2, 2026
নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?
News

নিজৰ সন্তানক কিদৰে পালন কৰিব মাতৃয়ে?

May 2, 2026
মাথোঁ এক লিটাৰ ইথানল উৎপাদনৰ বাবে প্রয়োজন হ’ব ১০ হেজাৰ লিটাৰ পানী

ডিজিটেল যুগত মহিলাৰ সুৰক্ষা, সামাজিক মাধ্যমত হাৰাশাস্তিৰ সন্মুখীন হ’লে কি কৰিব

May 1, 2026
বিৱৰ্তন স্তব্ধ হোৱা নাই, সলনি হৈ আছে মানুহ!

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d