Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ঘগ্ৰাপাৰৰ গলিয়া প্ৰাথমিক বিদ্যালয়ত মুল জপনামুখৰ আৰম্ভ আৰু শৈক্ষিক সভা

publisher by publisher
October 12, 2025
in News, Assam
Reading Time: 1 min read
0
ঘগ্ৰাপাৰৰ গলিয়া প্ৰাথমিক বিদ্যালয়ত মুল জপনামুখৰ আৰম্ভ আৰু শৈক্ষিক সভা
2
SHARES
19
VIEWS
ShareShareShareShare

Ghagrapar:✒️নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত গলিয়া প্ৰাথমিক বিদ্যালয়ত আজি মুল জপনামুখৰ আৰম্ভণি আৰু শৈক্ষিক সভা অনুষ্ঠিত কৰা হয়।

ADVERTISEMENT

জপনামুখৰ আৰম্ভণি কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট চিকিৎসক ডাঃ পুতুল মহন্তই। আৰম্ভণি পাছত তেওঁ বিদ্যালয়ৰ প্ৰতি নিজৰ গভীৰ স্নেহ আৰু আবেগ প্ৰকাশ কৰি কয়, “এই বিদ্যালয়েই মোৰ জীৱনৰ আৰম্ভণি স্থান। এতিয়া মই য’ত আহিছোঁ, সেই যাত্ৰাৰ আৰম্ভণি হৈছিল এই বিদ্যালয়ৰ বেঞ্চ-ডেক্সৰ পৰা। সেয়েহে মোৰ এই বিদ্যালয়ৰ উন্নয়নলৈ নিজৰ পৰা যিমান পাৰোঁ সহায় কৰিবলৈ সংকল্প লৈছোঁ। এই মুল জপনামুখখনো মোৰ নিজ ধনেৰে নিৰ্মাণ কৰিম, যাতে ভবিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকলে এক সুন্দৰ পৰিৱেশত শিক্ষা লাভ কৰিব পাৰে।”

RelatedPosts

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

School inspector fired:১৫ হাজাৰ টকা উৎকোচ লৈ নিলম্বিত বিদ্যালয়ৰ পৰিদৰ্শকৰ বৰ্খাস্ত

বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৃতী শিক্ষক গিৰিন্দ্ৰ কাশ্যপে আতধৰা এই শৈক্ষিক সভাত উপস্থিত থাকি লন্ডনস্হিত বিশিষ্ট চিকিৎসক তথা শিক্ষাবিদ ডা: জয়ন্ত বিশ্ব শৰ্মাই ভাষণত কয় ,“বিদ্যালয় কোনো এটা ভবন নহয়, ই হৈছে চিন্তা আৰু জ্ঞানৰ ক্ষেত্ৰ। আজিৰ দিনত পুৰণি ছাত্ৰসকলে নিজৰ বিদ্যালয়লৈ ঘূৰি আহি উন্নয়নত অংশগ্ৰহণ কৰাটো সত্যই অনুকৰণীয়।”

গুৱাহাটীৰ মুখ্য কাৰ্যালয়ৰ কৰ অধিক্ষক ৰাতুল মহন্তই তেওঁৰ ভাষণত বিদ্যালয় পৰিচালনা আৰু শিক্ষকসকলৰ ভূমিকা প্ৰশংসা কৰি কয় ,”বিদ্যালয়ৰ শৃংখলা, পৰিচালনা আৰু শিক্ষকৰ একতাই শিক্ষাৰ মূল আধাৰ। গলিয়া বিদ্যালয়ে সেই দিশত এক উদাহৰণ স্থাপন কৰিছে।”

আনহাতে বনভাগ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যোগেন্দ্ৰ কলিতা,বেংক বিষয়া মন্মী দাস মহন্ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰণা মূলক ভাষণ ৰাখে।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কুসুম তালুকদাৰে আদৰণি ভাষণত অতিথিসকলক ধন্যবাদ জনায়।লগতে গাও উন্নয়ন সমিতিৰ পৰা জেষ্ঠ নাগৰিক অৰবিন্দ কলিতাই বিদ্যালয়খনৰ অভাব-অভিয়োগ সন্দৰ্ভত অতিথিসকলৰ দৃষ্টি নিক্ষেপ কৰে। সভাখনত বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকা আৰু স্থানীয় জেষ্ঠ ব্যক্তিসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NALBARI
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d