Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বাচন বনোৱা মাটি আনোতেও ছিণ্ডিকেট: এক অভিশাপ হৈছে

কে'বা লক্ষাধিক মাটিৰ চাকিৰে জগত পোহৰোৱাৰ বাবে সাজু পূর্ণখুমদুম হীৰাপাৰাৰ মৃৎশিল্পী

publisher by publisher
October 15, 2025
in News, Assam
Reading Time: 1 min read
0
বাচন বনোৱা মাটি আনোতেও ছিণ্ডিকেট: এক অভিশাপ হৈছে
1
SHARES
8
VIEWS
ShareShareShareShare

Diwali:✒️পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কামৰূপ আৰু নলবাৰী জিলাৰ সীমান্তবর্তী পশ্চিম বড়িগোগ মৌজাৰ পূৰ্ণঘুমদুম হীৰাপাৰাৰ লগতে বৰভাগ ৰাজহ চক্ৰৰ অধীনস্থ উত্তৰকুছি হীৰা চুবুৰিৰ সকলো মৃৎশিল্পী পৰিয়াল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি তৈয়াৰ কৰাত।

ADVERTISEMENT

সমাগত দীপাৱলীলৈ উক্ত স্থানৰ প্রায় ৬০টা মৃৎশিল্পী পৰিয়ালে কে’বা লক্ষাধিক মাটিৰ চাকি বিক্ৰীৰ বাবে বজাৰলৈ উলিয়াই দিয়াৰ পৰিকল্পনা কৰিছে। এইবাৰ দীপাৱলীৰ বাবে হীৰাপাৰাৰ প্ৰায় তিনিকুৰি মৃৎশিল্পী পৰিয়ালে কে’বা লক্ষাধিক মাটিৰ চাকি তৈয়াৰ কৰি বজাৰত উলিয়াই দিয়াৰ লক্ষ্য স্থিৰ কৰিছে।

RelatedPosts

ছয় লক্ষাধিক কোটি টকাৰ বিক্ৰী: এইবাৰৰ দীপাৱলীৰ নতুন অভিলেখ

দীপাৱালীৰ পাছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণামান সূচকাংক 

প্ৰাণৰ শিল্পী জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যুৱে গ্ৰাস কৰিলে দীপাৱলীৰ আনন্দ

ইফালে, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ বাবে এইবেলি দীপাৱলীৰ উৎসৱ কিছু ম্লান পৰিব যদিও মাটিৰ চাকিৰ চাহিদা পূৰ্বৰ তুলনাত কিছু বেছি হ’ব বুলি এইসকল শিল্পীয়ে আশা কৰিছে। ইফালে, গাঁৱে-ভূঞে চাকি বিক্রী কৰিবলৈ যোৱাত ক্ৰেতাৰ মুখত সহজে শুনিবলৈ পাইছে যে এইবেলি মিঠাতেলৰ অতিপাত চৰা দাম।

তথাপি ৰাইজে বছৰেকীয়া উৎসৱটোৰ বাবে মাটিৰ চাকি ক্রয় কৰিবই। ইফালে, প্রয়াত জুবিন গাৰ্গবিহীন দীপাৱলীৰ বাবে একাংশ সংগঠনে বোমা বা আতচবাজী প্রজ্বলনত বাধা আৰোপ কৰিছে যদিও মাটিৰ চাকি প্রজ্বলনত কোনো বাধা-বিঘিনি নাই। সেয়েহে পূৰ্বৰ বিক্ৰীৰ তুলনাত এইবেলি কিছু সৰহকৈ বিক্ৰী হ’ব পাৰে বুলি এইসকল মৃৎশিল্পীয়ে আশা কৰিছে।

সম্প্ৰতি পূৰ্ণঘুমদুম হীৰাপাৰাৰ এইসকল হীৰা সম্প্ৰদায়ৰ লোকে ‘দৈনিক অগ্রদূত’ক আক্ষেপ কৰি কয়, ‘আমি পোহৰৰ উৎসৱ দীপাৱলীলৈ হেঁপাহৰে মাটিৰ চাকি প্রস্তুত কৰো। ৰাইজেও আমাৰ বংশগত শিল্পকলাক সম্মান জনাই আহিছে। ৰাইজৰ আশীৰ্বাদত আমি আমাৰ পৰম্পৰাগত কর্মটোক জীয়াই ৰাখিছো।

ইয়াৰ মাজতে আন দেশৰ ৰংচঙীয়া লাইট আৰু ভিন্ন ৰঙী মাটিৰ চাকিয়ে আমাৰ নিচিনা শিল্পীসকলৰ কৰ্মত বাধাৰ প্রাচীৰ হৈ থিয় দিছে। সচেতন ৰাইজ তথা চৰকাৰখনে এই ক্ষেত্ৰত দৃষ্টি ৰাখি আমাৰ কৰ্মক উৎসাহিত কৰিলে আমি সুখী হ’ম।’

তেওঁলোকে পুনৰ কয়, ‘আমাৰ নিচিনা হীৰা সম্প্ৰদায়ৰ লোকসকলে কেনে ধৰণে জীয়াই আছে তাক খবৰ ল’বলৈ জনপ্রতিনিধি তথা চৰকাৰৰ আহৰি নাই। মাটিৰ বাচন বনাই জীবিকা নির্বাহ কৰা হীৰা সম্প্ৰদায়ৰ লোকসকলে বাচন বনোৱা মাটিখিনিও বহু কষ্টৰে যোগাৰ কৰিব লাগে। গাড়ী ভাড়া কৰি ছিণ্ডিকেট পদ্ধতিৰে আজিও মূল উপাদান হীৰা মাটি আনিব লগাটো সম্প্রদায়টোৰ বাবে অভিশাপ স্বৰূপ হৈ পৰিছে।’

এইসকল থলুৱা শিল্পীৰ ক্ষেত্ৰত চৰকাৰে সুদৃষ্টিবে সহায়ৰ হাত আগবঢ়ালে এই শিল্পটো ৰক্ষা পৰিব বুলি তেওঁলোকে দৃঢ়তাৰে কয়। অন্যথা বিকল্প চিন্তাৰে আন কৰ্মৰ সন্ধান কৰিবলগীয়া হ’ব। ইতিমধ্যে বহুতো পৰিয়ালে উক্ত কৰ্মৰ পৰা অব্যাহতি লৈছে। আমিও যাতে উক্ত পৰম্পৰাগত বৃত্তিটোক এৰি দিব লগা নহয় তাৰ বাবে চৰকাৰ তথা বেচৰকাৰী সংস্থাসমূহে গুৰুত্ব দিব লাগিব। তেতিয়া আমি আমাৰ বংশানুক্রমে কৰি অহা কর্মটোক জীয়াই ৰাখিব পাৰিম।’ এইদৰে কয় মৎশিল্পীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diwali
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d