Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পঞ্চদশ বিত্ত আয়োগৰ আন্তঃগাঁথনি উন্নয়ন শিতানৰ তিনি হেজাৰ কোটিৰো অধিক টকা উভতি যোৱাৰ উপক্ৰম

উন্নয়ন পুঁজি ব্যয়ত চূড়ান্ত ব্যর্থ দিছপুৰ

publisher by publisher
October 27, 2025
in News, Assam
Reading Time: 1 min read
0
পঞ্চদশ বিত্ত আয়োগৰ আন্তঃগাঁথনি উন্নয়ন শিতানৰ তিনি হেজাৰ কোটিৰো অধিক টকা উভতি যোৱাৰ উপক্ৰম
1
SHARES
11
VIEWS
ShareShareShareShare

Dispur :✒️অসমক দেশৰ শীর্ষ ৰাজ্যকেইখনৰ ভিতৰৰ অন্যতম কৰাৰ শ্ল’গান দি অহা ৰাজ্য চৰকাৰখনে – আন্তঃগাঁথনি উন্নয়নৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰাত – চূড়ান্তভাবে ব্যর্থ হৈছে। এই ধন ব্যয় কৰিবলৈ চৰকাৰখনক সকীয়াই দিবলগীয়া ঘটনা শেহতীয়াকৈ সংঘটিত হৈছে।

ADVERTISEMENT

উত্তৰ-পূব উন্নয়ন মন্ত্রণালয়ে এই সকীয়নি দিছে বাজ্য চৰকাৰক। নিয়মীয়াকৈ বিভিন্ন উৎসৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ ঋণ লৈ বিনামূলীয়া আঁচনি ৰূপায়ণত সর্বাধিক গুৰুত্ব আৰোপ কৰি অহা ৰাজ্য চৰকাৰৰ এনে ভূমিকাক স্বয়ং কেন্দ্ৰীয় চৰকাৰো উদ্বিগ্ন।

RelatedPosts

Dispur Campaign:দিছপুৰত প্ৰদ্যুৎ বৰদলৈ মাৰাথন প্ৰচাৰাভিযান

Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

Assam Cabinet Meeting:শিক্ষকৰ ইএল ১০ দিনৰ বিপৰীতে ১৫ দিনলৈ বৃদ্ধি ৰাজ্যিক কেবিনেট

যোৱা ছেপ্টেম্বৰৰ শেষত হোৱা মন্ত্রণালয়ৰ এক পৰ্যালোচনাত দেখা যায় যে অসমে পঞ্চদশ বিত্তীয় আয়োগৰ হেজাৰ হেজাৰ কোটি টকা ব্যয় কৰিবলৈ এতিয়াও বাকী আছে; অথচ আয়োগৰ সময়সীমাৰ অন্ত পৰিবলৈ মাজত মাত্র কেইটামান মাহহে আছে।

যদিহে চৰকাৰে আগন্তুক সৰ্বাধিক চাৰি মাহৰ ভিতৰত এই পুঁজি ব্যয় কৰিবলৈ সক্ষম নহয়, তেন্তে সেই ধন উভতি যাব। ড’নাৰ মন্ত্রণালয়ৰ ওচৰত অসমৰ ৰিপ’ৰ্ট কার্ড এনেয়েও তেনেই নিৰাশাজনক। প্রকল্প ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত হৈ আহিছে।

তেনে কাৰণত বিগত সময়ছোৱাত কে’বাটাও প্ৰকল্পৰ কাম মন্ত্রণালয়ে আধাতে চিৰদিনলৈ বন্ধ কৰি দিবলৈ বাধ্য হৈছিল।শেহতীয়াকৈ এনে কে’বাটাও সিদ্ধান্ত ড’নাৰ মন্ত্রণালয়ে গ্রহণ কৰিছে। তাৰ মাজতে এইবাৰ আকৌ পুঁজি ব্যয় কৰিবলৈয়ো সতৰ্ক কৰি দিবলগীয়া হৈছে।

অসমৰ দৰে পিছপৰা ৰাজ্য এখনৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নিতান্তই দুর্ভাগ্যজনক বুলি বিবেচিত হৈছে।শেহতীয়াভাৱে মন্ত্রণালয়ে নির্ধাৰণ কৰে যে ড’নাৰৰ বিভিন্ন আঁচনিৰ নামত অসমে অদ্যাপি ৩,৩৫১.২৩ কোটি টকা ব্যয় কৰিবলৈ বাকী আছে।

আন্তঃগাঁথনি নিৰ্মাণৰ বিভিন্ন কামৰ বাবদ এই পুঁজি ৰাজ্যখনক আবণ্টন দিয়া হৈছিল। যোৱা ৩০ ছেপ্টেম্বৰত মন্ত্রণালয়ৰ এখন বৈঠকত স্পষ্ট কৰা হয় যে পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত আবণ্টন দিয়া এই পুঁজি অহা চাৰি মাহৰ ভিতৰত ব্যয় কৰিব নোৱাৰিলে উভতি যোৱাটো নিশ্চিত।

এনে ক্ষেত্রত প্রশ্ন উত্থাপিত হৈছে যে ইমান দিনে হাতত থকা পুঁজিও ব্যয় কৰিব নোৱাৰা ৰাজ্যখনে কি যাদুৰ সহায়ত এই বৃহৎ পৰিমাণৰ পুঁজি খৰচ কৰিব? এই পুঁজি পিএম ডিভাইন, পথ, বিশেষ পেকেজ, উত্তৰ-পূব পৰিষদৰ আঁচনি আদি শিতানত আবণ্টন দিয়া হৈছিল। অসমৰ বিৰুদ্ধে সততে ড’নাৰৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্রণালয়ে যিকেইটা অভিযোগ বিশেষভাৱে লাভ কৰি আহিছে, তাৰ ভিতৰত অন্যতম হ’ল আঁচনি ৰূপায়ণত যথেষ্ট পলম হোৱা, নিৰ্ধাৰণ কৰি দিয়া নীতি-নির্দেশনাতকৈ নিম্নমানৰ কাম কৰা আৰু ঠিকাদাৰক সময়মতে ধন পৰিশোধ নকৰা।

ড’নাৰে এই অভিযোগবোৰকো শেহতীয়াকৈ পুনৰ বিশ্লেষণ কৰে। তেনে বিশ্লেষণৰ আধাৰত চাৰিটা বিশেষ প্ৰকল্পৰ কাম চিৰদিনলৈ বন্ধ কৰি দিয়াৰ নতুন এক সিদ্ধান্তও গ্ৰহণ কৰিছে। এই প্রকল্পকেইটা বন্ধ কৰি অসম চৰকাৰক ৭.৬৮ কোটি টকা ঘূৰাই দিবলৈ নির্দেশ দিয়া হৈছে। ইতিমধ্যে ব্যয় হোৱা ধনক বাদ দি বাকী কামখিনি ৰাজ্য চৰকাৰক নিজৰ পুঁজিৰে সম্পূৰ্ণ কৰিবলৈয়ো কোৱা হৈছে। এনে দুটা প্ৰকল্পৰ এটা হ’ল হাফলং পানী যোগান আঁচনি। ৬.৫৪ কোটি টকা ব্যয় ধার্য কৰা আঁচনিখনৰ ২.২৬ কোটি টকা বিভাগটোৱে মোকলাই দিছিল। অথচ আঁচনিখন আগনাবাঢ়িল। দ্বিতীয়টো ডিমা হাছাওৰে এটা পথ নির্মাণ প্রকল্প। এই প্রকল্পটোৰ বাবে ৭.৬০ কোটি টকা অনুমোদন দি পুঁজিও মোকলাই দিয়া হৈছিল। এই প্রকল্পটোও অসম্পূৰ্ণ হৈ ৰয়। আনহাতে, কাম সম্পূৰ্ণ কৰাৰ অংশৰ দায়িত্বত থকা ঠিকাদাৰকো আজিকোপতি সম্পূর্ণ ধন মোকলাই দিয়া নহ’ল।

ছেপ্টেম্বৰৰ পৰ্যালোচনাতে অসমৰ ক্ষেত্ৰত আন এটা গুৰুতৰ তথ্যও পোহৰলৈ আহে। সেই অনুসৰি, ২০২২-২৩ত ড’নাৰৰ পুঁজিৰ মাত্র ৪০.৪২ শতাংশহে ব্যৱহাৰ হয়। ২০২৩-২৪ত সেই পৰিমাণ ৩৩.৯৫ শতাংশলৈ হ্রাস পায়। অসমে উন্নয়নৰ পুঁজি ব্যৱহাৰত কিদৰে ব্যৰ্থ হৈছে, এয়া তাৰেই শেহতীয়া এক উদাহৰণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dispur
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d