Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ব্রিটিছ মিউজিয়ামত সংৰক্ষিত এখন বিশেষ ৰেছমৰ শাৰীৰ প্ৰতি বিশ্বজুৰি বিশেষ আকর্ষণ কিয়?

publisher by publisher
November 13, 2025
in News, Lifestyle
Reading Time: 1 min read
0
ব্রিটিছ মিউজিয়ামত সংৰক্ষিত এখন বিশেষ ৰেছমৰ শাৰীৰ প্ৰতি বিশ্বজুৰি বিশেষ আকর্ষণ কিয়?
1
SHARES
11
VIEWS
ShareShareShareShare

Victoria and Albert Museum:✒️১৮৬০ৰ সময়ৰ কথা। তেতিয়া ভাৰতবৰ্ষ ব্ৰিটিছ শাসনৰ অধীনত আছিল। দক্ষিণ ভাৰতত বর্তমান প্রযুক্তিবিদৰ অন্যতম লক্ষ্যস্থলী হৈ পৰা বাংগালুৰুৰ পৰা এঘণ্টাৰ বাট দূৰত্বৰ ৰামনগৰা অঞ্চলত ৰেছমৰ সূতাৰে শাৰী বনোৱাত ব্যস্ত এজন ৰেছম শিল্পী। কাঠৰ মেচিনত কোমল ৰেছমৰ কাপোৰ তৈয়াৰ কৰা হৈছে। ইয়াক উজ্জ্বল ৰঙেৰে ৰঙীন কৰা হ’ব। বোধহয় মহীশূৰৰ ৰাদিয়া ৰাজবংশৰ কোনো ৰাজবোৱাৰী বা ৰাজকুমাৰীৰ বাবে শাৰী বনোৱাত ব্যস্ত আছিল ৰেছম শিল্পীজন।

ADVERTISEMENT

কোনে জানিছিল যে সেই শাৰীৰ উজ্জ্বলতাই ২০২৫তো ইউৰোপৰ জনসাধাৰণক মোহিত কৰিব। লণ্ডনস্থিত বিশ্বৰ সৰ্ববৃহৎ প্রয়োগ কলা সংগ্রহালয় ভিক্টোৰিয়া এণ্ড এলবার্ট মিউজিয়ামত সংৰক্ষিত হৈ আছে এই শাৰীখন।

RelatedPosts

No Content Available

আমোদজনক কথাটো হ’ল যে সেই সংগ্ৰহালয় আৰু শাৰীখন প্রায় একে বয়সৰ। সংগ্ৰহালয়টো ১৭৩ বছৰ পুৰণি আৰু শাৰীখনো ১৫০ বছৰৰ অলপ বেছি পুৰণি। কিন্তু কিয় হঠাৎ ব্রিটিছ মিউজিয়ামে ভাৰতৰ বিভিন্ন পৰম্পৰাগত শাৰীবোৰ বাদ দি ১৫০ বছৰীয়া মহীশূৰৰ ৰেছম শাৰীখন সংৰক্ষণ কৰিলে।

ইয়াৰ উত্তৰ দিলে ব্রিটেইনৰ ভাৰতীয় মূলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনকৰ পত্নী অক্ষতা মূর্তিয়ে। তেওঁ হৈছে ইনফ ‘ছিছৰ প্রতিষ্ঠাপক নাৰায়ণ মূর্তি আৰু ভাৰতীয় সাংসদ সুধা মূৰ্তিৰ কন্যা। অক্ষতাই কয় যে এই শাৰীখন কেৱল ধুনীয়াই নহয় ইয়াৰ ইতিহাসো বিৰল বিষয়।

শাৰীখনৰ গাটো হালধীয়া ৰঙৰ। আচলৰ ৰং উজ্জ্বল ৰাণী গুলপীয়া। তাৰ ওপৰত আছে সোণ বৰণীয়া আৰু হালধীয়া ৰঙৰ ৰেখা। চাৰে তিনি ইঞ্চি বহল পাৰিৰ ওপৰ আৰু তলত গুলপীয়া-সেউজীয়া-বগা সূতাৰ ডেৰ ইঞ্চি আঁচটনা আছে আৰু পাৰিত সৰু সৰু ৰাণী গুলপীয়া সূতাৰ চেক চেক ডিজাইন আছে।

এক দৃষ্টিত ইয়াৰ বিশেষত্ব অনুমান কৰাটো টান। কিন্তু মহীশূৰৰ ৰেছম শাৰীৰ জনপ্ৰিয়তা হ্রাস পোৱা সময়ত এই শাৰীখন নিৰ্মাণ কৰা হৈছিল।

ভাৰতত উপলব্ধ ৰেছমৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত মহীশূৰৰ বেছম অলপ বেলেগ। এই শাৰীখন আন ৰেছমতকৈ বহুত কোমল। আৰু আন ৰেছমতকৈও ইয়াৰ জিলিকনি বেছি। এই ৰেছমৰ শাৰীখন পাতল আৰু সেই সময়ত এনে শাৰীবোৰত কেৱল সোণ বা ৰূপৰ সূতাৰ ডিজাইনহে কৰা হৈছিল। কিয়নো এইবোৰ শাৰী ৰজাঘৰীয়া বা সমাজৰ উচ্চ শ্ৰেণীৰ লোকে পৰিধান কৰিছিল।

কিন্তু কৰ্ণাটকত টিপু চুলতানৰ পতনৰ পাছত মহীশূৰ ৰেছমৰ জনপ্রিয়তা কিছু হ্রাস পাইছিল। সেয়েহে মহীশূৰ ৰেছমক অধিক আকর্ষণীয় কৰি তুলিবলৈ উজ্জ্বল ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। লণ্ডনত সংৰক্ষিত এই শাৰীখন প্রাকৃতিক ৰঙৰ পৰিৱৰ্তে কৃত্ৰিম ৰং ব্যৱহাৰ কৰা প্ৰথম শাৰীসমূহৰ ভিতৰত অন্যতম।

বর্তমান অক্ষতা লণ্ডন সংগ্ৰহালয়ৰ ব’ৰ্ড অৱ ট্রাষ্টীৰ সদস্য। তেওঁৰ প্ৰশ্নৰ উত্তৰত কিউৰেটৰে শাৰীখনৰ গাৰ ৰং কেঁচা হালধীয়া ব্যৱহাৰ কৰি ৰং কৰা বুলি কোৱা শুনা গ’ল। অৱশ্যে উজ্জ্বল গুলপীয়া ৰঙৰ বাবে কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হৈছিল। সেই সময়ত ভাৰতত প্ৰধানকৈ প্রাকৃতিক ৰঙেৰে শাৰী তৈয়াৰ কৰা হৈছিল।

বিশেষকৈ ৰেছমৰ দৰে কোমল শাৰীত ৰাসায়নিক ৰং ব্যৱহাৰ কৰা হোৱা নাছিল। সেই প্ৰথমবাৰৰ বাবে কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হৈছিল। সেইবাবেই এই শাৰীৰ এক বিশেষ তাৎপর্য আছে। এতিয়া ৰেছমৰ শাৰীত বিভিন্ন ধৰণৰ কৃত্ৰিম ৰং ব্যৱহাৰ কৰা হয়, এই শাৰীখন এই ক্ষেত্রত অগ্রণী।

১৮ শতিকাৰ শেষৰ ফালে ভাৰতীয় ৰেছম শিল্পীৰ পৰা এই শাৰীখন পেৰিছৰ ফেশ্বন জগতৰ বিশিষ্ট ব্যক্তিসকলে সংগ্ৰহ কৰে। ফেশ্বন আৰু শিল্পৰ তীৰ্থস্থান পেৰিছত প্রদর্শিত হৈছিল এই শাৰীখন। লণ্ডনৰ সংগ্ৰহালয়ে তাৰ পৰাই শাৰীখন সংগ্ৰহ কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mysore silkVictoria and Albert Museum
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d