Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিহাৰত ভোটাৰৰ মাজত কাম কৰিলে কমেও ২০ হেজাৰ স্বয়ংসেৱকে

publisher by publisher
November 15, 2025
in News, India
Reading Time: 1 min read
0
বিহাৰত ভোটাৰৰ মাজত কাম কৰিলে কমেও ২০ হেজাৰ স্বয়ংসেৱকে
2
SHARES
15
VIEWS
ShareShareShareShare

Bihar:✒️হাৰিয়ানা, মহাৰাষ্ট, দিল্লীৰ পাছত বিহাৰতো বিজেপিয়ে কেনেকৈ জয়ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল তাক লৈ চর্চা হোৱাটোরে স্বাভাৱিক। বিগত লোকসভা নির্বাচনত আশানুৰূপ ফল দেখুৱাবলৈ সক্ষম নোহোৱা দলটোৰ পুনৰ উত্থান সঁচাকৈয়ে চমকপ্রদ হোৱাৰ পশ্চাতত আৰএছএছৰ বৃহৎ ভূমিকা থকাৰ প্ৰসংগ চর্চালৈ আহিছে। অধিকাংশ ৰাজনৈতিক বিশ্লেষকৰ অনুমান ভুল প্রমাণিত কৰাত বিজেপিক ইয়াৰ অভিভাৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বৃহৎ বৰঙণি যোগাইছে। বিজেপিকে ধৰি মূলসুঁতিৰ ৰাজনৈতিক দলসমূহে বিভিন্ন নির্বাচনত উত্তাপ সৃষ্টিৰে প্ৰচাৰ চলোৱাৰ বিপৰীতে আৰএছএছে সাধাৰণভাৱে বিজেপিৰ পক্ষত প্ৰচাৰ চলাই আহিছে।

ADVERTISEMENT

ৰাষ্ট্ৰীয়তাবাদৰ বাৰ্তা লৈ সাধাৰণ ভোটাৰৰ মাজত স্বয়ংসেৱকসকল সোমাই পৰি বিজেপিৰ হকে প্ৰচাৰ চলায়। এনেদৰে স্বয়ংসেৱকসকলে বিজেপিৰ বাবে এক অনুকূল বাতাবৰণ বা পৃষ্ঠ তৈয়াৰ কৰে। ইয়াৰ সুবাদত দলে জয়ৰ অশ্বমেধ ঘোঁৰা দৌৰাবলৈ সক্ষম হৈ আহিছে। সূত্ৰৰ মতে, আৰএছএছৰ কর্মীসকলে সাধাৰণ ভোটাৰসকলক এনে এক চৰকাৰ নিৰ্বাচন কৰিবলৈ উদ্বুদ্ধ কৰে যি চৰকাৰে উন্নয়নমূলক কাম কৰে আৰু নিজৰ কৰ্মৰ দায়িত্ব মূৰ পাতি লয়।

RelatedPosts

কাটিহাৰৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

Guwahati:মহানগৰীত বিহাৰৰ কুখ্যাত ডকাইত দল আৰক্ষীৰ জালত

ভোটাৰৰ মাজত থাকি চলোৱা প্ৰচাৰৰ ৰণনীতিৰ অংশৰূপে আৰএছএছে জনতাৰ সমস্যাক লৈ অনেক ড্রয়িং কমত অনেক সৰু সৰু সভা অনুষ্ঠিত কৰে। এনে বৈঠকসমূহত হিন্দুত্ব বাকধাৰাই স্বাভাৱিকতে স্থান লাভ কৰে। গতিকে সাধাৰণতে সক্ৰিয় ৰাজনীতিৰ পৰা দূৰত্ব বজাই ৰাখিলেও আৰএছএছে বিজেপিৰ পক্ষত ৰাষ্ট্ৰীয়তাবাদৰ মূল বার্তা জনতাৰ মাজলৈ বোৱাই লৈ যাবলৈ সক্ষম হৈছে।

সূত্ৰৰ মতে, আৰএছএছে বিশ্বাস কৰে যে ভোটাৰৰ মাজত থাকি নীৰৱ আৰু নিৰৱচ্ছিন্ন কৰ্মৰ জৰিয়তেহে পৰিৱৰ্তন আহে। এই বিশ্বাসক সাৰোগত কৰি সংগঠনটোৱে বিগত সময়ত বিভিন্ন নির্বাচনত বিজেপিৰ পক্ষত টৌ বোৱাই আহিছে।

সূত্ৰৰ মতে, বিজেপিৰ হৈ পূর্বে বণনীতি বিশেষজ্ঞৰূপে কাম কৰা প্রশান্ত কিশোৰে নিজে দল গঠন কৰি সক্রিয় ৰাজনীতিত প্ৰৱেশ কৰাত বিহাৰক লৈ আৰএছএছ অধিক সক্রিয় হৈ উঠে। স্বয়ংসেৱকসকলে ভোটাৰৰ মাজত থাকি ৰাষ্ট্ৰীয়তাবাদ আৰু হিন্দুত্বৰ আদৰ্শৰ উত্তৰণ ঘটোৱাৰ চেষ্টা অহৰহ অব্যাহত ৰাখে। ইয়াৰ মূল উদ্দেশ্য আছিল বিজেপিৰ বাবে এক অনুকূল বাতাবৰণ সৃষ্টি কৰা। সূত্ৰৰ মতে বিহাৰৰ সদ্যসমাপ্ত নির্বাচনত কমেও ২০ হেজাৰ আৰএছএছৰ স্বয়ংসেৱক জড়িত হৈ পৰে।

এইসকলে তৃণমূল স্তৰত হিন্দুত্ব আৰু ৰাষ্ট্ৰীয়তাবাদৰ ঢৌ তুলিবলৈ চেষ্টা কৰে। তেওঁলোকে ভোটাৰসকলৰ সম্মুখত তুলি ধৰে যে এনডিএ চৰকাৰ আৰু আৰএছএছৰ কাৰ্য ৰাষ্ট্ৰীয় স্বাৰ্থৰে জড়িত। ইয়াৰ সুবাদতে বিজেপি নেতৃত্বাধীন এনডিএ এইবাৰ বিহাৰত দুই শতাধিক আসন দখল কৰিবলৈ সক্ষম হোৱা বুলি চর্চিত হৈছে।

তদুপৰি বিজেপি সংখ্যাগৰিষ্ঠ দলত পৰিণত হৈছে। এই নির্বাচনত দলৰ সফলতাৰ হাৰ প্ৰায় ৯৫ শতাংশ। এনডিএৰ এই বিপুল জয়ে এই কথাও প্রতিপন্ন কৰিছে যে বিহাৰৰ জনতাৰ আস্থা আৰু বিশ্বাস মুখ্যমন্ত্রী নীতিশ কুমাৰ আৰু প্রধানমন্ত্রী নবেন্দ্র মোদীৰ ওপৰত এতিয়াও অটুট আছে।

দিল্লী নিৰ্বাচনৰ প্ৰাকক্ষণত আৰএছএছে ৫০ হেজাৰ ‘ড্রয়িং কম’ সভাৰ আয়োজন কৰে

সূত্ৰৰ মতে, দিল্লী বিধানসভাৰ শেহতীয়া নিৰ্বাচনৰ প্ৰাকক্ষণত আৰএছএছে দিল্লীত কমেও ৫০ হেজাৰ ড্ৰয়িং কম সভাৰ আয়োজন কৰে। এই সভাসমূহতো জনস্বাৰ্থৰ স’তে জড়িত বিষয়সমূহে স্থান লাভ কৰে। তদুপৰি সভাসমূহত ‘কা’ বিৰোধী প্রতিবাদ, দিল্লী সংঘর্ষ, দিল্লীৰ বায়ু প্রদূষণ, যমুনা নির্মলীকৰণ আদি ইছ্যু আলোচনা কৰি আপক সমালোচনা কৰা হয়। আৰএছএছৰ এই বণনীতিয়ে অৱশেষত সুফল দিয়ে। কাৰণ ২৭ বছৰৰ মূৰত পুনৰ দিল্লী দখল কৰে বিজেপিয়ে।

মহাৰাষ্ট্ৰত ৬০ হেজাৰ সৰু-সুৰা সভাৰ আয়োজন

উদ্ধৱ থাকৰেৰ মাৰাঠী ‘সাম্রাজ্য’ৰ তচনচ কৰি বিজেপিয়ে মহাৰাষ্ট্ৰৰ বিগত নির্বাচনত বিপুল জয়ধ্বজা উৰুৱাবলৈ সক্ষম হোৱাত আৰএছএছে বৃহৎ ভূমিকা পালন কৰে। সূত্ৰৰ মতে, বিজেপিক ক্ষমতালৈ অনাৰ উদ্দেশ্যে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আৰএছএছে ৰাজ্যখনত প্রায় ৬০ হেজাৰ সৰু-সুৰা সভাৰ আয়োজন কৰে। ‘ছাজা বহো’ (সতর্ক থাকক) শীর্ষক অভিযানৰ অধীনত সংগঠনটোরে এই সভাসমূহৰ আয়োজন কৰে। এই সভাসমূহৰ বিষয়বস্তু সুপৰিকল্পিত আছিল। স্বয়ংসেৱকসকলে লাভ জেহাদৰ দৰে বিষয় সভাসমূহত উত্থাপন কৰে। এনে সভা দুর্গম স্থানতো সংগঠনটোৱে আয়োজন কৰে। আনকি ঘৰে ঘৰে গৈয়ো আৰএছএছে প্ৰচাৰ চলাই বিজেপিৰ বাবে এক অনুকূল বাতাবৰণ গঢ়ি তোলে।

হাৰিয়ানাত জাটক বাদ দি আন সম্প্ৰদায়ৰ দ্বাৰস্থ হৈছিল দীর্ঘকাল ধৰি হাৰিয়নাৰ ৰাজনৈতিক ভূচিত্রাৱলী জাট সম্প্ৰদায়ৰ মুষ্টিমেয় সংখ্যক ক্ষমতাশালী পৰিয়ালে দখলত ৰাখিছিল। গতিকে ৰাজ্যখনত আৰএছএছে সুকীয়া ৰণনীতি প্রস্তুত কৰে। এই বণনীতিৰ অংশৰূপে আৰএছএছৰ স্বেচ্ছাসেৱকসকল পঞ্জাবী, বণিয়া, ব্রাহ্মণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ ওচৰ চাপে। এই উদ্দেশ্যে সংগঠনটোৱে কমেও ২০ হেজাৰ সমাৱেশৰ আয়োজন কবে। এই সভাসমূহৰ জৰিয়তে ধর্মীয় আৰু সাংস্কৃতিক আলোচনাৰ মাজেৰে পঞ্জাবী, বণিয়া, ব্রাহ্মণ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলক সংগঠনটোৱে নিজৰ সমৰ্থকত পৰিণত কৰে। ইয়াৰ সুবাদত বিজেপিয়ে বিগত হাৰিয়ানা নির্বাচনত অভাৱনীয় বিপুল জয় সাব্যস্ত কৰে।

উক্ত গুৰুত্বপূৰ্ণ ৰাজ্যসমূহৰ পাছত সম্প্রতি আৰএছএছৰ লক্ষ্য হৈছে উত্তৰ প্ৰদেশ। ২০২৭ত উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব। এই উপলক্ষে আগন্তুক সময়ত এক কোটি পৰিয়ালক সাক্ষাতৰ লক্ষ্য লৈছে সংগঠনটোরে। এই উদ্দেশ্যে সমগ্র ৰাজ্যখনক ছটা অঞ্চলত বিভক্ত কৰি সংগঠনটোৱে এনে আঁচনি লৈছে। অহা ২০ নৱেম্বৰত আৰএছএছে ‘গৃহ সম্পর্ক অভিযান’ আৰম্ভ কৰিব। এই অভিযান চলি থকা কালত সমগ্ৰ দেশৰ ২৫ লক্ষাধিক আৰএছএছৰ স্বেচ্ছাসেৱকে জনতাৰ ঘৰে ঘৰে গৈ আৰএছএছৰ মতাদৰ্শৰ স’তে সম্পর্কিত সাহিত্য বিতৰণ কৰিব। আৰএছএছৰ এই কাৰ্যসূচীৰ স’তে আগন্তুক উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ সম্পৰ্ক থকা বুলি চৰ্চা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BiharElection
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d