Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক

publisher by publisher
November 19, 2025
in world, News
Reading Time: 1 min read
0
মেক্সিকোত মহিলাৰ কোলালৈ আহিল ‘এআই’ নিৰ্দেশত নৱজাতক
1
SHARES
10
VIEWS
ShareShareShareShare

Mexico:✒️গৰ্ভত সন্তান ধাৰণ, জন্মদান, প্রথম মাতৃত্বৰ স্বাদ- সেয়াতো এক স্বর্গীয় অনুভূতি। যুগ যুগ ধৰি এয়াই জীৱনৰ শ্রেষ্ঠতম মুহূর্ত বুলি বিবেচিত হৈ আহিছে। নাৰী হওক বা পুৰুষ, নৱজাতকৰ আগমনৰ লগে লগে অভিভাৱকৰূপে নৱজন্ম লাভ কৰে পিতৃ-মাতৃয়েও। সময় যিমানে আগুৱাই আহিছে, সন্তান জন্মৰ পদ্ধতি সিমানেই আধুনিক আৰু প্রায় যন্ত্রণাহীন হৈ আহিছে।ইয়াৰ অন্তৰালত আছে উন্নততৰ প্রযুক্তি।

ADVERTISEMENT

অৱশ্যে সম্প্রতি মেক্সিকোৰ এগৰাকী মহিলাই যিদৰে মাতৃত্বৰ স্বাদ পালে, তাক যাদু বুলি ক’লেও হয়তো অত্যুক্তি নহ’ব। পদ্ধতি অৱশ্যে পৰিচিত- আইভিএফ; কিন্তু সেই কাম চিকিৎসক বা নাৰ্ছে কৰা নাই।আইভিএফৰ সমস্ত পদ্ধতি সম্পাদন হৈছে ‘এআই’ বা কৃত্রিম বুদ্ধিমত্তাৰ সাহায্যত। দাবী কৰা হৈছে যে চিকিৎসা বিজ্ঞানততো হয়েই, আনকি প্ৰযুক্তিৰ ইতিহাসতো ই এক বিপ্লৱ।

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

কৃত্রিম বুদ্ধিমত্তা পৰিচালিত যন্ত্ৰই মানৱৰ নিৰ্দেশ অমান্য কৰিবঃমাইক্ৰ’ছফটৰ এআই বিশেষজ্ঞৰ সকীয়নি

কৃত্রিম বুদ্ধিমত্তাৰ লক্ষ্য মহিলা কৰ্মচাৰী

সম্প্রতি মেক্সিকোৰ গুয়াডালজাৰা চহৰত এগৰাকী ৪০ বছৰীয়া মহিলাৰ কোলা শুৱনি কৰি আহিছে এটি নৱজাতক আইভিএফ পদ্ধতিত শিশুটিৰ জন্ম হৈছে। অৱশ্যে নেপথ্যত সকলো কাম কৰিছে পৃত্রিম বুদ্ধিমত্তাই। নিউ য়ৰ্কৰ এটা সংস্থা ইমানেই উন্নত প্রযুক্তি নির্মাণত সক্ষম বুলি দাবী কৰা হৈছে। সংস্থাটোৱে দাবী কৰিছে যে মেক্সিকোৰ সেই মহিলাগৰাকীৰ মাতৃ হোৱাৰ ঘটনাই সন্তান উৎপাদনৰ পদ্ধতিক এক বিপ্লৱত পৰিণত কৰিছে।

ভৱিষ্যতে এই পথৰে বাট বুলিবলৈকে আগ্রহী হ’ব ভাবী পিতৃ-মাতৃসকল।এতিয়া প্রশ্ন হ’ল, এই পদ্ধতি আচলতে কি? সাধাৰণ আইভিএফ পদ্ধতিত ইন্ট্রাছাইট’প্লাজম স্পার্ম ইঞ্জেকচন বা ‘আইচিএছআই’ পদ্ধতি প্রয়োগ কৰা হয়। সেই পদ্ধতিত এটা শুক্রাণুক এটা ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰোৱা হয়। এই পদ্ধতি সততে শংকাজনক। শুক্রাণু-ডিম্বাণুৰ নিষেক সঠিকভাবে নহ’লে সমগ্র পদ্ধতিটোৱেই বাতিল হৈ যায়।

কোনো বিশেষজ্ঞ চিকিৎসকে এই কাম কৰিলেও ‘হিউমেন এৰ’ৰ’ক লৈ অনিশ্চয়তা থাকিয়ে যায়। এতিয়া সেই ‘ভুল’খিনি নিৰাময় কৰিবলৈকে এআই বা কৃত্রিম বুদ্ধিমত্তাৰ সাহায্য লৈছে নিউ য়ৰ্কৰ সেই সংস্থাটোৱে। এই কামৰ বাবে এআই ৰবট নিয়োগ কৰা হৈছে। ‘আইচিএছআই’ৰ সমস্ত পদ্ধতিটো যাতে সঠিকভাৱে সম্পন্ন হয়, তাৰ বাবে ২৩টা স্তৰত ৰবটটোক নির্মাণ কৰা হৈছে। কাঁটাই কাঁটাই দক্ষতাৰে প্ৰতিটো স্তৰ সম্পন্ন কৰাত সক্ষম সেই ৰবট। নিউ য়ৰ্কৰ এই সংস্থাত এআই ৰবটৰ সাহায্য লৈ মুঠ পাঁচটা ভ্রূণ তৈয়াৰৰ চেষ্টা কৰিছিল। প্ৰথমটো ব্যর্থ হয়। দ্বিতীয়ৰ পৰা সফলতা আহে। ইয়াৰ ভিতৰত মেক্সিকোৰ সেই মহিলাই ইতিমধ্যেই সন্তান জন্ম দিছে। বাকী তিনিটা ভ্রূণ লাহে লাহে বিকশিত হৈ থকা বুলি সংস্থাটোৱে দাবী কৰিছে।

মাতৃত্বক লৈ দীর্ঘদিন ধৰি গৱেষণা অব্যাহত ৰখা এজন চিকিৎসকৰ মতে, আইভিএফ আৰু এআইৰ এই সংযোগত এক ঐতিহাসিক ঘটনা ঘটিবলৈ গৈ আছে। যিসকলে কিবা নহয় কিবা জটিলতাৰ কাৰণে এতিয়াও পিতৃ-মাতৃ হ’ব পৰা নাই, তেওঁলোকৰ বাবে এই কৃত্রিম বুদ্ধিমত্তা আৰু আইভিএফ পদ্ধতি এক সুৱৰ্ণ সুযোগ। নিউ য়ৰ্কৰ সেই সংস্থাৰ অন্যতম প্রতিষ্ঠাপকে দাবী কৰিছে যে তেওঁলোক যিদৰে এই কামটোক আগুৱাই নি আছে, সেয়া সম্পূৰ্ণৰূপে সফল হ’লে আইভিএফৰ জটিলতা আৰু খৰচ বহুখিনি হ্রাস পাব। এটো লেবৰেটৰীত এআই ৰবটেই অনেক শুক্রাণু-ডিম্বাণুৰ মিলন ঘটাবলৈ সক্ষম হ’ব আৰু সেয়া হ’ব অতি সূক্ষ্মতা আৰু দ্রুততাৰে। কোনো দম্পতীয়েই আৰু সন্তানহীন হৈ থাকিব নালাগিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: aiMexicoPregnancy
publisher

publisher

Related Posts

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d