Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমক বিপদৰ মুখলৈ ঠেলি ভূকম্পন প্ৰৱণ স্থানত পাঁচটা সুৰংগ নিৰ্মাণ এনএইছপিচিৰ

publisher by publisher
December 9, 2025
in Assam, News, Uncategorized
Reading Time: 1 min read
0
অসমক বিপদৰ মুখলৈ ঠেলি ভূকম্পন প্ৰৱণ স্থানত পাঁচটা সুৰংগ নিৰ্মাণ এনএইছপিচিৰ
2
SHARES
22
VIEWS
ShareShareShareShare

hydropower project:✒️নামনি সোৱণশিৰিৰ দৈত্যকায় বৃহৎ জলবিদ্যুৎ প্রকল্পটোৰ পাছত অসমক আন এক বিপদৰ মুখলৈ ঠেলি দিবলৈ উঠিপৰি লাগিছে এনএইছপিচি। বিশ্বৰ সৰ্বাধিক ভূকম্পন প্ৰৱণ অঞ্চলটোত সকলো বিৰোধ-প্রতিবাদক অংগুষ্ঠ দেখুৱাই ভাৰত চৰকাৰৰ জলবিদ্যুৎ উৎপাদন প্রতিষ্ঠানটোৱে এইবাৰ আগন্তুক ২০৩২ত বিদ্যুৎ উৎপাদন কাৰ্য আৰম্ভ কৰিবলৈ ২,৮৮০ মেগাৱাট শক্তিসম্পন্ন দিবাং প্রকল্পটোত জঁপিয়াই পৰিছে।

ADVERTISEMENT

ইয়াৰ বিৰুদ্ধে অসমৰ লগতে অৰুণাচলতো তীব্র প্রতিবাদ অব্যাহত আছে। অৰুণাচলৰ লৱাৰ দিবাং ভেলীত নিৰ্মাণ কৰি থকা প্রকল্পটো সম্পূৰ্ণ হৈ উঠিলে ভাৰতৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্রকল্পৰূপে পৰিগণিত হোৱাই নহয়, বিশ্বৰ বৃহৎ বিদ্যুৎ উৎপাদন প্রকল্পবোৰৰ অন্যতম ৰূপেও পৰিচিত হ’ব। এই স্বীকৃতিয়ে ভাৰতক এফালে তথাকথিত গৌৰৱৰ অধিকাৰী কৰিব আৰু আনফালে জীৱটো হাতৰ মুঠিত লৈ সময় পাৰ কৰিব লাগিব প্ৰকল্পৰ নামনিৰ অসমৰ জনগণে।

RelatedPosts

সন্মুখত নির্বাচন! জলবোমা সদৃশ প্রকল্প উদ্বোধন নকৰে মোদীয়ে!

অসমক এনে দুর্ভাগ্য জাপি দি সম্প্রতি এনএইছপিচিয়ে পানীৰ সোঁত পৰিৱৰ্তন কৰিবলগীয়া পাঁচটা সুৰংগৰ নিৰ্মাণ সম্পূর্ণ কৰে। এই কাম সম্পূর্ণ কৰিবলৈ সক্ষম হৈ উল্লসিত হৈ পৰিছে নির্মাণ প্রতিষ্ঠানটো। সোমবাৰে প্রতিষ্ঠানটোৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে প্রতিটো সুৰংগৰ ব্যাসার্ধ ১২ মিটাৰ। পাঁচটা সুৰংগৰ মুঠ দৈর্ঘ্য ৬.৩ কিলোমিটাৰ।

প্রতিষ্ঠানটোৰ মতে পৃথক পৃথক জটিল ভূতাত্ত্বিক অৱস্থাক অতিক্রম কৰি এই সুৰংগ নির্মাণ সম্পূৰ্ণ কৰা হয়। হেজাৰ হেজাৰ গছ কাটি, প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই নিৰ্মাণ কাৰ্য অব্যাহত ৰখা দিবাং জলবিদ্যুৎ প্রকল্পটো নির্ধাৰিত সময়সীমাৰ ভিতৰত সম্পূর্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এনএইচপিচিক কঠোৰভাৱে নির্দেশ দিছে।

একেদৰে এনএইছপিচিও সময়ৰ ভিতৰতে প্রকল্পটো শেষ কৰিবলৈ বদ্ধপৰিকৰ হৈছে। কাৰণ অসমত হোৱা প্রবল প্রতিবাদ, নিকৃষ্ট ৰাজনীতি আদিৰ বাবে গেৰুকামুখ তথা নামনি সোৱণশিৰিৰ প্ৰকল্পটোত বৃহৎ লোকচানৰ সন্মুখীন হয়। প্রায় আঠ বছৰ কাম বন্ধ হৈ থকাত প্রস্তাৱিত নির্মাণ ব্যয় কে’বাগুণো বৃদ্ধি হয়।

ইতিমধ্যে নামনি সোৱণশিৰি প্রকল্পত বিদ্যুৎ উৎপাদন আৰম্ভ হৈছে যদিও ইতিপূর্বে হোৱা লোকচান পূৰোৱাটো সহজসাধ্য নহয়। সেয়েহে দিবাং প্রকল্প নির্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নচলিব বুলি কেন্দ্ৰীয় চৰকাৰে এনএইছপিচিক সকীয়নি প্রদান কৰিছে।

ফলস্বৰূপে প্রতিষ্ঠানটোৱে পাৰিলে লক্ষ্য নির্ধাৰিত সময়ৰ পূৰ্বেই কাম সম্পূৰ্ণ কৰাৰো চিন্তা কৰিছে। সেই কাৰণে অৰণাচলত হোৱা প্রতিবাদক অংগুষ্ঠ প্রদর্শন কৰি নিৰ্মাণ কাৰ্য আগবঢ়াইছে। লক্ষ্যণীয়ভাবে অসমত প্রকল্পটোৰ বিৰোধিতা প্রথমে কৰা হৈছিল যদিও বহস্যজনকভাবে সেই সকলোবে যেন ক’ৰবাত মুখ বন্ধ ৰাখিবলৈ বাধ্য হৈছে।

ইয়াৰ বিপৰীতে অৰুণাচলত প্রতিবাদ অব্যাহত আছে। বিশেষকৈ লৱাৰ দিবাং ভেলী জিলাত স্থানীয় লোকৰ প্রতিবাদ চলি আহিছে। তাৰ বাবে নির্মাণ কার্যত সময়ে সময়ে যতি পৰিলেও সেই ক্ষতিক যুদ্ধংদেহী ৰূপত আগুৱাই নিছে এনএইছপিচিয়ে। প্রকল্পটোৰ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে প্রায় ১৭ হেজাৰ কোটি টকা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Subansiri Lower Hydroelectric project
publisher

publisher

Related Posts

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d