Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সন্মুখত নির্বাচন! জলবোমা সদৃশ প্রকল্প উদ্বোধন নকৰে মোদীয়ে!

publisher by publisher
December 5, 2025
in Assam, News
Reading Time: 1 min read
0
সন্মুখত নির্বাচন! জলবোমা সদৃশ প্রকল্প উদ্বোধন নকৰে মোদীয়ে!
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

অসমক বিপদৰ মুখলৈ ঠেলি ভূকম্পন প্ৰৱণ স্থানত পাঁচটা সুৰংগ নিৰ্মাণ এনএইছপিচিৰ

Sovansiri Hydropower Project :স্পৰ্শকাতৰ হিমালয় মণ্ডলত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নির্মাণ বিপজ্জনক

NHPC:✒️সুদীর্ঘ দুটা দশকৰ পাছত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখৰ নামনি সোৱণশিৰি বৃহৎ নদীবান্ধটো নেচনেল গ্রীডৰ স’তে সংযুক্ত হ’ল। অসমৰ মূৰৰ ওপৰত জলবোমা সদৃশ এই বান্ধটোৰ এটা উৎপাদন গোটক বুধবাৰে সন্ধিয়া ৬.১২ বজাত গ্রীডৰ স’তে সংযুক্ত কৰা হয়।

ADVERTISEMENT

ফলত নদীবান্ধটোত ব্যৱসায়িক ভিত্তিত বিদ্যুৎ উৎপাদনৰ বাট সম্পূর্ণ মুকলি হৈ পৰিল; কিন্তু একে সময়তে স্বয়ং প্রধানমন্ত্রীৰ কাৰ্যালয়ে আজি গ্ৰহণ কৰা স্থিতি চৰকাৰী স্তৰত চৰ্চাৰ বিষয় হৈ পৰিছে। অভাৱনীয় প্রত্যাহ্বানক নেওচি বিদ্যুৎ উৎপাদনৰ বাবে সাজু হৈ উঠা প্রকল্পটো প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জৰিয়তে উদ্বোধন কৰিবলৈ এনএইছপিচিয়ে সকলো ধৰণৰ প্ৰস্তুতি চলাই আহিছে।

ইয়াৰ বাবে বান্ধটোৰ নিৰ্মাণ সংস্থাটোৱে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ লগত প্রয়োজনীয় সকলো প্রক্রিয়াও আগবঢ়াইছিল; কিন্তু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বান্ধটো উদ্বোধন কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ইচ্ছুক নহয় বুলি স্পষ্ট কৰি দিছে।

সূত্ৰত প্রকাশ যে বৃহৎ নদীবান্ধটোক অসমৰ ৰাইজে তীব্র সংশয় প্রকাশ কৰি আহিছে। ২০১১ৰ পৰা ২০১৯ৰ অক্টোবৰলৈ বান্ধটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰাৰ মূল কাৰণ আছিল অসমত গঢ়ি উঠা প্রবল প্রতিবাদ। প্ৰতিবাদৰ সেই প্রাবল্য ৰাজ্যখনৰ একাংশ দল-সংগঠনৰ ৰহস্যজনক মূৰ পোলোকা মৰা ভূমিকাৰ বাবে পাছলৈ স্তিমিত হৈ পৰে; কিন্তু বান্ধটোক লৈ অহৰহ আতংকত দিন পাৰ কৰিছে অসমৰ সাধাৰণ জনতাই।

বিশেষকৈ বান্ধটোৰ নামনি অংশৰ ৰাইজ অতিকে ভীতিগ্রস্ত হৈ পৰিছে। আইনৰ সুৰুঙা আৰু নানান কূট কৌশলেৰে এনএইছপিচিয়ে বৃহৎ বান্ধটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’লেও অসমৰ বৃহৎ অংশত যি আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, সেই আতংক আগন্তুক দিনত অধিক বৃদ্ধি হোৱাটো নিশ্চিত। বিশেষকৈ অতি ভূ-কম্পন প্রৱণ অঞ্চলত নির্মাণ কৰা বান্ধটোৰ আন্তঃগাঁথনিৰ দুৰ্বলতা বাৰম্বাৰ স্পষ্ট হৈছে।

অভিযোগ অনুসৰি, অৰুণাচল প্ৰদেশৰ ভূমিত নিৰ্মাণ কৰা বান্ধটোৰ নামনিৰ অসমৰ ৰাইজৰ আতংকক অংগুষ্ঠ দেখুৱাই এনএইছপিচিয়ে নিজৰ কাম সম্পাদন কৰাতহে সর্বতোপ্ৰকাৰে গুৰুত্ব প্রদান কৰে।

বুধবাৰে সন্ধিয়াৰে পৰা বৃহৎ নদীবান্ধটোত ব্যবসায়িক ভিত্তিত বিদ্যুৎ উৎপাদনৰ দুৱাৰ মুকলি হোৱাৰ পাছত নামনিৰ অসমৰ লাখ লাখ জনতাই এতিয়া যে প্রতি মুহূৰ্তত আতংকৰ বোজাৰ মাজত সময় পাৰ কৰিব লাগিব, সেয় ধুরুপ। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে প্রধানমন্ত্রীয়ে বান্ধটোত বিদ্যুৎ উৎপাদন কার্য মুকলি কৰিবলৈ ইচ্ছুক হোৱা নাই।

উল্লেখ্য যে দৈনিক দুহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন হ’বলগীয়া বান্ধটোৰ দুই নম্বৰ উৎপাদন গোটটোক কালি সন্ধিয়া নেচনেল গ্রীডৰ স’তে সংযোগ কৰা হয়। প্রথম গোটটোত দেখা দিয়া কাৰিকৰী বিসংগতিৰ বাবে দ্বিতীয় গোটটোক গ্রীডৰ স’তে সংযোগ কৰা হয়। ইয়াৰ ফলত প্ৰথমতে গেৰুকামুখৰ বৃহৎ নদী বান্ধটোত উৎপাদিত ২৫০ মেগাৱাট বিদ্যুৎ গ্রীডৰ জৰিয়তে সংবহন হোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

বান্ধটোত মুঠ আঠটা উৎপাদন গোট আছে আৰু প্ৰতিটোৰে দৈনিক উৎপাদন ক্ষমতা হ’ল ২৫০ মেগাবাট। এনএইছপিচিয়ে নির্ধাৰণ কৰা লক্ষ্য অনুসৰি আগন্তুক বৰ্ষৰ মাৰ্চৰ ভিতৰত বৃহৎ নদীবান্ধটোরে দুহেজাৰ মেগাৱাটকৈ বিদ্যুৎ দৈনিক উৎপাদন কৰিবলৈ সক্ষম হ’ব। ইয়াতকৈ অধিক পলম কৰাৰ পক্ষপাতি নহয় এনএইছপিচি।

কাৰণ ইতিমধ্যে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে এই নদীবান্ধটো নিৰ্মাণৰ বাবদ প্ৰস্তাৱিত পৰিমাণতকৈ কে’বাগুণ অধিক পুঁজি ব্যয় কৰিবলগীয়া হৈছে। বিগত ২০০৫ত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা নদীবান্ধটোৰ প্ৰাৰম্ভিক প্ৰকল্প ব্যয়ৰ পৰিমাণ আছিল ৬,২৮৫ কোটি টকা। সেই হিচাপ অনুসৰিয়েই কামৰ অগ্রগতি হৈছিল; কিন্তু ২০০৯ৰ পৰা অসমত বৃহৎ নদীবান্ধ বিৰোধী আন্দোলন গঢ়ি উঠে।

এই আন্দোলনে প্রবল ৰূপ ধাৰণ কৰাত ২০১১-২০১৯লৈ নির্মাণ কার্য সম্পূর্ণ স্তব্ধ হৈ পৰে। তাৰ ফলত নিৰ্মাণ ব্যয়ৰ পৰিমাণ যথেষ্ট বৃদ্ধি হয়। এতিয়ালৈকে প্রকল্পটোৰ নিৰ্মাণত ব্যয় হৈছে ২৬,০৭৫ কোটি টকা। এনে বৃহৎ পৰিমাণৰ অতিৰিক্ত ব্যয় হোৱাৰ পাছত বান্ধটোক লৈ আৰু কোনো ধৰণৰ আপোচৰ স্থিতিত নাই এনএইছপিচি; কিন্তু প্রধানমন্ত্রীৰ কাৰ্যালয়ে বান্ধটো উদ্বোধন কৰিবলৈ নৰেন্দ্ৰ মোদী ইচ্ছুক নহয় বুলি জনোৱাৰ পাছত বিষয়টোরে দৃষ্টি আকর্ষণ কৰিছে।

অৱশ্যে প্রধানমন্ত্রীয়ে উদ্বোধন নকৰিলেও বান্ধটোত বিদ্যুৎ উৎপাদন আৰম্ভ কৰিবলৈ এনএইছপিচি বদ্ধপৰিকৰ।

প্রসংগক্রমে উল্লেখ্য যে ২০১১ৰ পৰা বান্ধটোৰ নিৰ্মাণ কাৰ্য বন্ধ হোৱাত বিজেপিৰ ভূমিকা আছিল বিশেষ গুৰুত্বপূর্ণ। কাৰণ ২০১৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজৰ মন জয় কৰিবলৈ বিজেপিৰ জ্যেষ্ঠ নেতাসকল নদীবান্ধ বিৰোধী আন্দোলনত জঁপিয়াই পৰিছিল; কিন্তু দলটো শাসনলৈ অহাৰ পাছৰ পৰাই এনএইছপিচিৰ পক্ষেহে স্থিতি গ্ৰহণ কৰে।

এনে ক্ষেত্ৰত অসমৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বান্ধটো মুকলি কৰি ৰাজ্যত বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰক প্রতিষ্ঠান বিৰোধী ঢৌৰ মাজলৈ ঠেলি নিদিয়াৰ অংক আছে বুলি চৰকাৰী মহলতে চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NHPCSubansiri Lower Hydroelectric project
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d