Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bijni;বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ সংবাদমেল

বাঙালীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দি কথা নাৰাখিলে মুখ্যমন্ত্ৰীয়ে

publisher by publisher
December 11, 2025
in Assam
Reading Time: 1 min read
0
Bijni;বিজনীত সদৌ বিটিচি বাঙালী যুৱ ছাত্র ফেডাৰেছনৰ সংবাদমেল
2
SHARES
15
VIEWS
ShareShareShareShare

Bijni :

ডি ভোটাৰ, ডিটেনছন কেম্প, বৈদেশিক ন্যায়াধিকৰণত চলি থকা গোচৰ, প্ৰকৃত ভাৰতীয়ক বিদেশীৰ নামত অত্যাচাৰ, বাঙালী সকলৰ সমস্যা সন্দৰ্ভত সদৌ বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক শুভ মজুমদাৰে সংবাদমেল সম্বোধন কৰে।বিজনীৰ সম্পৰ্ক হোটেলত আয়োজন কৰা সংবাদমেলত চৰকাৰে হিন্দু বেংগলিক বাদ দি কোচৰাজবংশী আৰু গৰ্খা সকলক বিনা স্বৰ্তত নাগৰইকত্ব দিয়া হ’ব আৰু বিদেশী ন্যায়াধীকৰণৰ গোচৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।অসমৰ এটা বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত এই বাতৰিৰ পাছত সংগঠনটোৱে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰে পৃথকে পৃথকে হোৱা বৈঠকত আইনী অধিবক্তাৰ মাধ্যমেদি গোচৰ সমূহ যাতে খাৰিজ কৰা যায় তাৰ বাবে আশ্বাস প্ৰদান কৰিছিল।কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নাৰাখিলে।

ADVERTISEMENT

আজিলৈ আইনী অধিবক্তা প্ৰদান নকৰিলে সংবাদমেলত অভিযোগ উত্থাপন কৰে।মুখ্যমন্ত্ৰীয়ে কথা দি কথা নৰখাটো দুখৰ বিষয়, আমি গৰিহণা জনাইছোঁ বুলি কয় নেতা গৰাকীয়ে।তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰীয়ে হিন্দু বাঙালীৰ বাবে আজিলৈ কি কৰিছে শ্বেতপত্ৰ বিচাৰিছোঁ।মুখ্যমন্ত্ৰীলৈ বাঙালী সমাজৰ বহুতো প্ৰশ্ন আছে বুলি মন্তব্য কৰি কেতবোৰ প্ৰশ্ন উত্থাপন কৰে।তেওঁ কয় যে ধলা শদিয়াত উগ্ৰপন্থীয়ে বাঙালী লোকক হত্যা কৰাৰ তদন্ত হলনে নাই?বসুন্ধৰা আঁচনিৰ জৰিয়তে কেইজন হিন্দু বাঙালীক মাটিৰ পট্টা দিয়া হ’ল?উগ্ৰপন্থী কেডাৰক পুনৰসংস্থাপনৰ জৰিয়তে পাঁচ লাখকৈ টকা দিলে, চাকৰি দিলে।

RelatedPosts

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Guwahati:অসমবাসীলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

Raijor Dal Pressmeet :আমি বিচৰা ১৮ টা সমষ্টিৰ ভিতৰত মাত্র ৪টা আমাক দিছে:ভাস্কো দি শইকীয়া

কিন্তু আমাৰ প্ৰাক্তন বিটিএফ, এনএলএফবি কেডাৰক পুনৰ সংস্থাপনৰ নামত কি দিছে?বডোলেণ্ড আন্দোলনত শ্বহীদ হোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰিয়ালক পাঁচ লাখকৈ টকা দিছে কিন্তু আমাৰ হিন্দু বাঙালী কোনজন শ্বহীদক টকা দিছে?বিভিন্ন জাতিৰ সংগঠনক ছাত্ৰাবাস আৰু কমিউনিটি হো’ল বনোৱাৰ নামত টকা দিছে কিন্তু আমাৰ হিন্দু বাঙালীৰ কোনটো সংগঠনক কমিউনিটি হো’ল বা ছাত্ৰাবাস বনোৱাৰ বাবে টকা দিছে?ব্ৰহ্মপুত্ৰ ভেলীত বাঙালী সম্প্ৰদায়ৰ পৰা এজনো মন্ত্ৰী দিয়া নাই।আনহাতে বিজেপিৰ সভাপতি আৰু মুখ্যমন্ত্ৰীয়ে জাতিয়তাবাদ দেখুওৱাৰ বাবে প্ৰতিযোগিতাত নামিছে আন এক অভিযোগ উত্থাপন কৰে।

কোনে কিমান জাতিয়তাবাদ দেখুৱাব পাৰে তাৰহে প্ৰতিযোগিতাত নামিছে। অসমত থকা বিজেপি দল ৰাষ্ট্ৰীয়তাবাদী বিজেপি দল নহয় জাতিয়তাবাদী বিজেপি দল হৈ পৰিছে বুলি ভাবিছোঁ।মুখ্যমন্ত্ৰীয়ে হিন্দুত্বৰ নামলৈ ৰাজনীতি কৰি আছে কিন্তু আমাৰ হিন্দু বাঙালী সকলৰ বিষয়ে কেতিয়াবা মাত মাতিছে নে?তেওঁ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজনী, টংলা আৰু গৰেশ্বৰ সমষ্টিত বাঙালী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ প্ৰতিটো ৰাজনৈতিক দলক আহ্বান জনায়। যদি আমাৰ দাবী নামানে সদৌ বিটিচি বাঙালী যুৱ ছাত্র ফেডাৰেছনে তিনিওটা সমষ্টিত প্ৰাৰ্থীত্ব ঠিয় কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে।

পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত অহা ১৪ ডিচেম্বৰত বিজনীত বিটিচি বাঙালী ফেডাৰেছনৰ প্ৰাক্তন সদস্য আৰু বাঙালী সমাজৰ বুদ্ধিজীৱীৰ লগত এখন বৈঠক বহা হ’ব বুলি মন্তব্য কৰে। বিজনী চহৰৰ সম্পৰ্ক হোটেলত আয়োজন কৰা সংবাদমেলত কাৰ্যকৰী সভাপতি ব্ৰজগোপাল সৰকাৰ, উপসভাপতি সঞ্জয় মল্লিক, সহকাৰী সাধাৰণ সম্পাদক সজল আচাৰ্য, চিৰাং জিলা কমিটিৰ সাধাৰণ সম্পাদক ৰাজু সাহা মণ্ডল, ক্ৰীড়া সম্পাদক ৰাজীৱ সাহা উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BijniPressmeetSadou BTC bangali yuba chatra Federation
publisher

publisher

Related Posts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি
News

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

March 7, 2026
প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d