Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Nagaon:নগাঁৱৰ নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত ‘ৰাইজৰ উৎসৱ’ সফলতাৰে সম্পন্ন 

দৃষ্টিনন্দন শোভাযাত্ৰা আৰু প্ৰদৰ্শনীত ঐতিহ্যৰ ৰেঙনি

publisher by publisher
December 11, 2025
in Assam
Reading Time: 1 min read
0
 Nagaon:নগাঁৱৰ নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত ‘ৰাইজৰ উৎসৱ’ সফলতাৰে সম্পন্ন 
2
SHARES
16
VIEWS
ShareShareShareShare

Nagaon:

নগাঁও জিলাৰ কঠিয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত নামবৰ লালুং‌ সমল কেন্দ্ৰৰ উদ্যোগত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ‘ৰাইজৰ উৎসৱ’টি ‌অনুষ্ঠিত হয় । নৱৰত্ন মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত উৎসৱটি পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি তথা শংকৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰণৱ শইকীয়াই । বিদ্যালয় আৰু স্থানীয় লোকসকলৰ মাজত সু-সম্পৰ্ক স্থাপন‌ আৰু ছাত্ৰ-ছাত্ৰীক‌ নিজা কৃষ্টি-সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত এনে‌ অনুষ্ঠানৰ‌ গুৰুত্ব অপৰিসীম বুলি উত্তোলকগৰাকীয়ে তেখেতৰ ভাষণত ব্যক্ত কৰে ।

ADVERTISEMENT

bihu 2ইয়াৰ পাছতে অসমভূমিত বিৰাজ কৰা ঐক্য- সংহতিৰ ছবি প্ৰতিফলিত কৰি এক‌ দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় ।‌ ৰাইজৰ উৎসৱৰ সৈতে সংগতি ৰাখি বিদ্যালয়তে ‘আমাৰ ঐতিহ্য,আমাৰ গৌৰৱ’ শীৰ্ষক এখনি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয় । বিভিন্ন জাতি-জনগোষ্ঠীৰ সাজ-পোচাক, বাদ্যযন্ত্ৰ,‌আ-অলংকাৰ , খাদ্যসম্ভাৰ আদি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা‌ উক্ত প্ৰদৰ্শনীখনি‌ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পি.এম.শ্ৰী‌ কঠিয়াতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সন্ধ্যা বেজবৰা‌ আৰু নামবৰ লালুং গাঁও‌ পঞ্চায়তৰ সভাপতি অঞ্জনা ভূঞাই ।

RelatedPosts

Brutal murder in Kathiatali:নগাঁৱৰ কঠীয়াতলী টুবুকী গ্রান্টত নৃশংস হত্যাকাণ্ড

924 Cartons Of Arunachal Liquor Seized In Kathiatali:নগাঁৱৰ কঠীয়াতলীত জব্দ অৰুণাচলী সুৰা

পৰৱৰ্তী সময়ত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ, চকীখেল, ছদ্মবেশ আদি প্ৰতিযোগিতাৰ লগতে শিক্ষক -শিক্ষয়িত্ৰী আৰু উপস্থিত ৰাইজৰ মাজত টেকেলি ভঙা‌ খেল অনুষ্ঠিত হয় । আনপিনে সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য, ঝুমুৰ, বাগৰুম্বা, তিৱা লোকনৃত্য, গাৰো নৃত্য আদি প্ৰদৰ্শনেৰে উপস্থিত ৰাইজক আপ্লুত কৰে । বিয়লিলৈ অনুষ্ঠিত এক মুকলি সভাত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয় ।

বাখ্ৰাআটী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গণেশ হীৰাৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত কামপুৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক তথা কেন্দ্ৰ সমন্বয়ক মতিউৰ ৰহমান,‌ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক সৰোজ কুমাৰ শইকীয়া, কেন্দ্ৰ সমন্বয়ক লিলু বৰা, উৎপল ডেকা আদি উপস্থিত থাকে । নামবৰ লালুং‌ সমল কেন্দ্ৰৰ কেন্দ্ৰ সমন্বয়ক অমৰ জ্যোতি বৰাৰ তত্বাৱধান‌ আৰু সঞ্চালনাত অনুষ্ঠিত ৰাইজৰ উৎসৱৰ কাৰ্যসূচীত শিক্ষক শ্ৰীমন্ত পাটৰ, লক্ষীনন্দন ডেকা, ববিতা শৰ্মা, লুলু কলিতা, ৰত্না বৰদলৈ,‌ প্ৰাঞ্জল প্ৰতিম শৰ্মা বৰদলৈ, কৃষ্ণা বৰদলৈ,‌ বিকাশ‌ ফুকন, ববিতা বৰা, মানস জ্যোতি শইকীয়া আদিৰ লগতে শতাধিক ছাত্ৰ-ছাত্ৰী আৰু বহু স্থানীয় লোকে অংশ‌গ্ৰহণ কৰে I

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KathiataliRaijar Utsav
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!
News

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d