Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU:কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আছুৰ দাবী পত্র

কাৰ্বি আৰু আন খিলঞ্জীয়া জনগোষ্ঠীৰ স্বার্থ সুৰক্ষিত কৰকঃ ছাত্ৰ সন্থা, অখিলঞ্জীয়াৰ দপদপনি নচলিব

publisher by publisher
December 24, 2025
in Assam
Reading Time: 1 min read
0
AASU:কাৰ্বি আংলঙৰ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ আছুৰ দাবী পত্র
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Internet service restored:কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত পুনৰ বাহাল ইন্টাৰনেট সেৱা

kherani:খেৰণিত সংঘটিত পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হ’ব প্ৰতিবাদকাৰীৰ

Kherani:পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অব্যাহত উত্তপ্ত পৰিস্থিতি

AASU:

পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতি সন্দর্ভত সদৌ অসম ছাত্র সন্থাই অসমৰ মুখ্যমন্ত্রীলৈ এখন দাবী পত্র প্রেৰণ কৰিছে। দাবী পত্ৰখনত ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি কয় কাৰ্বি আংলঙৰ সমস্যা সমগ্ৰ অসমৰ সমস্যা, অসমৰ জাতীয় জীৱনৰ সমস্যা। বিগত দশকসমূহত কার্বি আংলং জিলাত অখিলঞ্জীয়া লোকৰ অবাধ আৰু অবৈধ বসতিয়ে জিলাখনৰ কাৰ্বি জনজাতি প্রমুখ্যে সকলো খিলঞ্জীয়া লোকলৈ ভাবুকি কঢ়িয়াই আনিছে। খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰলৈ ভাবুকি অহাৰ সমান্তৰালভাৱে নিজৰ জন্মভূমিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ শংকাই গ্রাস কৰিছে। সেয়েহে স্থানীয় খিলঞ্জীয়া জনসাধাৰণে গণতান্ত্রিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে।

ADVERTISEMENT

শেহতীয়াকৈ পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিয়ে হিংসাত্মক ৰূপ লৈছে। দুগৰাকীকৈ ব্যক্তিয়ে মৃত্যুবৰণ কৰিছে। আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধানৰ বিকল্প নাই। আন্দোলনকাৰীৰ ওপৰত দমন নীতিৰ প্রয়োগ গ্রহণযোগ্য নহয়।

এটা কথা স্পষ্ট-কাৰ্বি আংলং জিলাত বসবাস কৰা কাৰ্বি জনজাতি আৰু অন্যান্য খিলঞ্জীয়া জনসাধাৰণৰ স্বার্থ সুৰক্ষিত হ’বই লাগিব। একাংশ অখিলঞ্জীয়া লোকে কার্বি আংলঙতে ‘কার্বিগ’ বেক’ শ্ল’গান দিছে, কার্বিসকলক ‘চাইনীজ’ বুলি বর্ণবাদী মন্তব্যৰে গালি-গালাজ কৰিছে আৰু আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। অসমৰ ভূমিত খিলঞ্জীয়া জনসাধাৰণৰ প্ৰতি অখিলঞ্জীয়া অপশক্তিৰ এনে আচৰণ অসহনীয়। অখিলঞ্জীয়াৰ দপদপনি নচলিব। এনে অপশক্তিয়ে শাস্তি পাবই লাগিব।

বিষয়টোত ছাত্র সন্থাই মুখ্যমন্ত্রীৰ তাৎক্ষণিক হস্তক্ষেপ দাবী কৰিছে। কার্বি-আংলঙত শান্তি-শৃংখলা ঘুৰাই আনিবৰ বাবে ক্ষিপ্র ব্যবস্থা গ্রহণ কৰিবলৈ আৰু আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ স্থায়ী সমাধান কৰিবলৈ দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AASU Reactionkherani SituationSamiran Phukanutpal sarma
publisher

publisher

Related Posts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

May 10, 2026
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে স্বাস্থ্যবান মেছেকাৰ সংখ্যা
News

May 8, 2026
জলসংকটৰ আশংকা : আঠ ৰাজ্যৰ সবাতোকৈ শোচনীয় অৱস্থা অসমত

সৰুপথাৰৰ যুৱকে বনালে ম’বিলত জুলাব পৰা ষ্ট’ভ

May 7, 2026
বছৰ বছৰ ধৰি অবহেলিত ঘগ্ৰাপাৰৰ নিজ বড়িগোগ প্রাথমিক বিদ্যালয় সংলগ্ন পথ

মৰণফান্দত পৰিণত হৈছে হাজো-শিঙিমাৰী আমিনগাঁও পথ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d