Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon:ঠগী সুত ক্ৰীড়া প্ৰকল্পত ক্ৰীড়া বিষয়ক কুইজ প্ৰতিযোগিতা সম্পন্ন

বঢ়মপুৰ ফুটবল একাডেমীৰ ছন্দোবদ্ধ যাত্ৰা

publisher by publisher
December 29, 2025
in Assam
Reading Time: 1 min read
0
Nagaon:ঠগী সুত ক্ৰীড়া প্ৰকল্পত ক্ৰীড়া বিষয়ক কুইজ প্ৰতিযোগিতা সম্পন্ন
3
SHARES
29
VIEWS
ShareShareShareShare

Nagaon:

নগাঁও জিলাৰ বঢ়মপুৰত ক্ৰীড়া বিষয়ৰ এক কুইজ প্ৰতিযোগিতা সম্পন্ন হয় । বঢ়মপুৰ ক্ৰীড়া সংস্থাৰ অধীনত স্থাপন হোৱা বঢ়মপুৰ ফুটবল একাডেমীৰ আৱাসিক প্ৰশিক্ষাৰ্থী সকলৰ মাজত দেওবাৰে সন্ধিয়া এই বিশেষ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । অসমৰ অন্যতম জনপ্ৰিয় কুইজ পৰিচালক চন্দ্ৰজিৎ দাসে পৰিচালনা কৰা এই মুকলি কুইজ প্ৰতিযোগিতাত নমাটিৰ কৌস্তভজ্যোতি হাজৰিকাই প্ৰথম, অৰুণাচলৰ টাটুং জেকচনে দ্বিতীয় আৰু ৰহাৰ সৌৰভ দেউৰীয়ে তৃতীয় স্থান লাভ কৰে । বঢ়মপুৰ ফুটবল একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলৰ মানসিক উৎকৰ্ষ সাধনৰ প্ৰয়াসেৰেই বঢ়মপুৰ ক্ৰীড়া সংস্থাৰ পৰিকল্পনা অনুসৰি এই বিশেষ ফুটবল তথা ক্ৰীড়াকেন্দ্ৰিক কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হয় ।

ADVERTISEMENT

পৰিচালকৰ বাকপটুতাৰে জ্যোতিস্মান হৈ পৰা এই কুইজ প্ৰতিযোগিতাখনত প্ৰতিযোগী সকলৰ উপৰিও বিশিষ্ট ক্ৰীড়া সংগঠক তথা বঢ়মপুৰ ক্ৰীড়া সংস্থাৰ সম্পাদক প্লাৱন বৰুৱা, নগাঁৱৰ বিশিষ্ট শল্য চিকিৎসক ডাঃ মুকুট গোস্বামী, সক্ৰিয় ৰাজহুৱা কৰ্মী জ্যোতি ভূঞা, দিলীপ শইকীয়া, সমন্বয়ক তথা উদ্যোক্তা পৰমানন্দ নাথ, ফুটবল একাডেমীৰ প্ৰশিক্ষক ৰিতুপৰ্ণ বড়ো, পাৰ্থ পাটৰ, ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এ এন আইৰ সংবাদকৰ্মী জ্যোতিপ্ৰসাদ বৰা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

উল্লেখ্য যে, বঢ়মপুৰ ক্ৰীড়া সংস্থাৰ অধীনত ঠগী সুত ক্ৰীড়া প্ৰকল্পত স্থানীয় বিধায়ক জিতু গোস্বামীৰ তৎপৰতাত গ্ৰামাঞ্চলটোত শেহতীয়াকৈ গঠন হৈছে এখন ফুটবল একাডেমী । সবল আৰু আধুনিক আন্তঃগাঁঠনিসমৃদ্ধ এই ফুটবল একাডেমীত এতিয়া আৱাসিক প্ৰশিক্ষণ গ্ৰহণ আছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কুৰি গৰাকীকৈ চেমনীয়া প্ৰশিক্ষাৰ্থীয়ে । যিটো ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এক আশাব্যঞ্জক খবৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bahampur Football AkademyNagaonsports quiz Competition
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
তীব্র গতিত খহিবলৈ ধৰিছে ব্ৰহ্মপুত্ৰসহ বিশ্বৰ ৪০ নৈৰ অৱবাহিকা

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা
Assam

অসমক শিখণ্ডী কৰি অৰুণাচলত জল বোমা

April 23, 2026
খেল’ ইণ্ডিয়া ট্ৰাইবেল গেমছত পদকপ্ৰাপ্ত ৰেষ্টলাৰৰ বুধবাৰে নগাঁৱত অভিনন্দন অনুষ্ঠানৰ আয়োজন

April 22, 2026
GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!
News

GMCH ৰ পৰা সন্ধানহীন কৰ্কট ৰোগী!

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d