Women traffickers arrested:
কামৰ প্রলোভনেৰে চেন্নাইলৈ নি দেহ ব্যৱসায়ত লিপ্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ নাৰী সৰবৰাহকাৰী ৷ নাৰী সৰবৰাহকাৰী গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত জাগীৰোড আৰক্ষীয়ে চেন্নাইৰ কৈম্বাটুৰৰ পৰা উদ্ধাৰ কৰে তিনি গৰাকী কিশোৰীক ৷ আৰক্ষীৰ জালত পৰা নাৰী সৰবৰাহকাৰী গৰাৰ নাম সবিতা দাস ৷
ADVERTISEMENT






























