Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Nagaon:নগাঁৱৰ জুৰীয়া প্ৰেছ ক্লৱৰ নতুন কমিটি গঠন

publisher by publisher
January 2, 2026
in Assam
Reading Time: 1 min read
0
 Nagaon:নগাঁৱৰ জুৰীয়া প্ৰেছ ক্লৱৰ নতুন কমিটি গঠন
2
SHARES
22
VIEWS
ShareShareShareShare

Nagaon:

নৱবৰ্ষৰ প্ৰথমটো দিনতে নগাঁৱৰ ঐতিহ্যমণ্ডিত জুৰীয়া প্ৰেছ ক্লাৱৰ নতুন কমিটি গঠন কৰা হয়। উদমাৰি হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা বিশিষ্ট শিক্ষাবিদ ও লেখক ফজলুল হক মৰলে সভাপতিত্ব কৰা সাধাৰণ সভাত জুৰীয়া প্ৰেছ ক্লাবৰ এখনি ৩১জনীয়া পূৰ্ণাংগ কমিটি গঠন কৰা হয়। কমিটিখনৰ মূখ্য উপদেষ্টা ফজলুল হক মৰল, উপদেষ্টা হিচাপে প্ৰতিদিন কাকত তথা প্ৰতিদিন চেটেলাইট চেনেলৰ জুৰীয়াৰ সংবাদদাতা ও জেষ্ঠ সাংবাদিক বাবুল শইকীয়া, নিয়মীয়া বাৰ্তাৰ জুৰীয়াৰ সংবাদদাতা ও গণ অধিকাৰ কাকতৰ নগাঁৱৰ ষ্টাফ ৰিপোৰ্টাৰ নাজিম উদ্দিন আহমেদ,অসম লাইভ ২৪ ৰ নগাঁৱৰ বি’ৰো ৰিপোৰ্টাৰ বাহাৰুল ইছলাম, ই টিভিৰ নগাঁৱৰ বি’ৰো ৰকিবুল ৱাহিদ। নতুনকৈ গঠন হোৱা কমিটিখনত জ্যেষ্ঠ সাংবাদিক ও খবৰ কাকত আৰু ছেটেলাইট চেনেল নিউজ 18 অসমৰ সংবাদদাতা মোজাম্মিল হক (কাবুল)ক সভাপতি আৰু কাৰ্যকৰী সভাপতি দ্বয় ক্ৰমে- জুৰীয়াৰ জ্যেষ্ঠ সাংবাদিক তথা চেটেলাইট চেনেল প্ৰথম খবৰৰ সাংবাদিক দিলোৱাৰ হুছেইন আৰু নিউজ লাইভৰ ৰূপহীহাটৰ সাংবাদিক তথা বাংলা নিউজ লাইভৰ নগাঁও জিলাৰ বি’ৰো আবু আনছাৰীক সভাই নিৰ্বাচিত কৰে। সাপ্তাহিক বাতৰি কাকত “আমাৰ আদিতি”ৰ সহ: সম্পাদক তথা দৈনিক বাতৰি কাকতৰ ৰূপহীহাট ও দি আছাম পোষ্ট কাকতৰ জুৰীয়াৰ সংবাদদাতা আজিজুৰ ৰহমান আৰু আমাৰ অসম কাকত তথা এন ডি 24 নৰ্থ ইষ্ট চেনেলৰ সাংবাদিক ৰাব্বুল হুছেইনক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰে। সম্পাদক হিচাপে উদয়ীমান যুৱক তথা এন কে টি ভি চেনেলৰ সাংবাদিক ছিবেন্দু বৰাক সৰ্ব সন্মতি ক্ৰমে নিৰ্বাচিত কৰে। কমিটিখনত সহ:সম্পাদক হিচাপে জ্যেষ্ঠ সাংবাদিক তথা দৈনন্দিন বাৰ্তাৰ সাংবাদিক তমিজ উদ্দিন আৰু জ্যেষ্ঠ সাংবাদিক নাজিম উদ্দিন, সাংগঠনিক সম্পাদক হিচাপে টাইম8 ৰ সাংবাদিক নিজামুল হুছেইন আৰু নেশ্বন এন ইৰ সাংবাদিক গিয়াছ উদ্দিনক (ৰাজু), সাংস্কৃতিক সম্পাদক হিচাপে অসম লাইভৰ সাংবাদিক গোলাম ৰাব্বানীক,আলোচনী সম্পাদক হিচাপে সত্যৰ সাংবাদিক দিলদাৰ হুছেইন আৰু আব্দুল আজিজ,ধন ভৰালী হিচাপে ৰৌজ আহমেদ(কুব্ৰা),ক্ৰীড়া সম্পাদক হিচাপে নিউজ নাওৰ সাংবাদিক ছাদ্দাম হুছেইন আৰু মুক্তাৰ হুছেইন, প্ৰচাৰ সম্পাদক হিচাপে এহচানুল মাৰিফ আৰু মোছতাক আহমেদক আৰু কাৰ্যালয় সম্পাদক হিচাপে ইকবাল হুছেইন আৰু মোজ্জাকিৰ হুছেইন’ক নিৰ্বাচিত কৰি ৩১জনীয়া পূৰ্ণাংগ কমিটি গঠন হয়।

ADVERTISEMENT

উল্লেখযোগ্য যে, ১৯৯৫ চনৰ আজিৰ দিনটোতেই জুৰীয়া প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা হৈছিল, আৰু ৩১ বছৰৰ সাংবাদিকতা যাত্ৰাত ক্লাবখনে সদায় সংবাদ জগতত এক দৃঢ় ভূমিকা পালন কৰি আহিছ। অভিজ্ঞতা সম্পন্ন, উচ্চ শিক্ষিত আৰু দায়িত্বশীল নেতৃত্বৰ অধীনত জুৰীয়া প্ৰেছ ক্লাব আগন্তুক দিনসমূহত অধিক সু-সংগঠিতভাৱে আগবাঢ়ি যাব আৰু সাংবাদিক সমাজৰ লগতে সাধাৰণ ৰাইজৰ স্বাৰ্থত শক্তিশালী ভূমিকা ল’ব বুলি সকলোৱে আশাবাদী।

RelatedPosts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

NAGAON:নগাঁৱৰ বৰজহাৰ সমাজকৰ্মী প্ৰবীন মজুমদাৰৰ দেহাৱসান

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: juria press clubNagaonNew Committee Fomed
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

উচ্চতৰ মাধ্যমিক শ্রেণীত প্রতি মাহে জুবিন গাৰ্গৰ জীৱন-সৃষ্টিক লৈ চর্চা

April 25, 2026
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d