Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অৰুণোদয়ৰ একাউণ্টত মাত্র এটকা! মন্ত্ৰীৰ সন্মুখত ক্ষোভ দুৰ্ভগীয়া মহিলাৰ

publisher by publisher
January 5, 2026
in News, Assam
Reading Time: 1 min read
0
অৰুণোদয়ৰ একাউণ্টত মাত্র এটকা! মন্ত্ৰীৰ সন্মুখত ক্ষোভ দুৰ্ভগীয়া মহিলাৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Arunodaya Scheme:✒️বিগত প্রায় এদশক ধৰি অসমৰ ৰাজনীতিত মহিলা আকৰ্ষণৰ এক অন্যতম আঁচনিৰূপে চর্চিত হৈ আহিছে ‘অৰুণোদয়’ আঁচনি। শাসকীয় দল বিজেপিয়ে যদি এই আঁচনিখনক নির্বাচনী ব্রহ্মাস্ত্রৰূপে ব্যৱহাৰ কৰি আহিছে, তাৰ বিপৰীতে বিৰোধী দলসমূহে ইয়াৰ পৰা বঞ্চিত মহিলাক লৈ বা আঁচনিৰ ধন বৃদ্ধি কৰাৰ ৰাজনীতি চলাই আহিছে।

ADVERTISEMENT

সম্প্ৰতি নলবাৰীৰ টিহু সমষ্টিৰ একাংশ মহিলাই আঁচনিখনৰ ব্যৱহাৰিক ক্ষেত্ৰৰ এক ফোঁপোলা স্বৰূপ উদঙাই দিলে স্বয়ং এজন কেবিনেট মন্ত্ৰীৰ সন্মুখত। এই ঘটনা টিহু সমষ্টিৰ অন্তৰ্গত ফুলগুৰিৰ। উল্লেখ্য যে ঠিকাদাৰ আৰু নলবাৰী লোক নিৰ্মাণ বিভাগ (পথ)ৰ খীৰতী গাই স্বৰূপ, বালিজাৰ আৰু ফুলগুৰি সংযোগী পথৰ ফুলগুৰি জানৰ ওপৰত পকী দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ উপস্থিত হয় মন্ত্রী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী।

RelatedPosts

দুৰ্নীতিৰ শূন্য সহনশীলতা কথা কোৱা চৰকাৰৰ আঁচনি কিমান দুৰ্নীতিমুক্ত ?

আবেলি ৪-৩০ বজাত উক্ত আধাৰশিলা স্থাপন কৰি এই উপলক্ষে আয়োজিত সভাত মন্ত্রীজনে ভাষণ দি থকাৰ মাজতে একাংশ মহিলাই আগুৰি ধৰি অন্যান্য আঁচনিৰ লগতে ‘অৰুণোদয়’ আঁচনি সন্দৰ্ভত উপর্যুপৰি প্ৰশ্নৰ অৱতাৰণা কৰে। ক্ষুব্ধ মহিলাসকলে ‘আমাক কিয় অৰুণোদয়ৰ নামত নচুৱাই থকা হ’ল’, ‘আমাৰ এক টকাৰে ঠগিলে নেকি?’, ‘আমি কিয় অৰুণোদয় নাপাওঁ’, ‘আপোনাৰ দালালবোৰে আমাক কিয় কথা ক’বলৈ নিদিয়ে’ আদি বিভিন্ন প্রশ্নৰে পৰিৱেশ উত্তাল কৰি তোলে। চুবুৰিৰ দ্বন্দ্বত পৰিণত হোৱাত সভাখনত চৰম বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। ফুলগুৰিৰ এগৰাকী মহিলা নীলিমা বর্মনে অভিযোগ কৰে, ‘আমাৰ একাউণ্টত এটকাহে সোমাইছে। মন্ত্রী-মুখ্যমন্ত্রীয়ে কয় এটা, কৰে এটা। আমি তেওঁলোকৰ ভাষণতে সন্তুষ্ট থাকিব লগা হৈছে। চকু অপাৰেছন কৰিব লাগে, ঘৰৰ মানুহ অসুস্থ। এনেদৰে সভাই-সমিতিয়ে আমাক মাতি আনে। কিন্তু আঁচনিৰ ধনখিনি নাপাওঁ।’

উল্লেখ্য যে নৱেম্বৰত চামতাত অনুষ্ঠিত এখন সভা সম্বোধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই টিহু সমষ্টিৰ ২৮,১০০ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থকাৰ লগতে নতুনকৈ পুনৰ তিনি হেজাৰে এই আঁচনি লাভ কৰিব বুলি ভাষণত প্রকাশ কৰিছিল। আনহাতে, উক্ত সভাত অধিকাংশ মহিলাৰ এনে ভূমিকাত অৱশেষত মন্ত্রী পাটোৱাৰীয়ে ভাষণ বাদ দি বিভিন্ন ধৰণে ক্ষুব্ধ মহিলাসকলক সন্তুষ্ট কৰাৰ চেষ্টা চলায়।

ইয়াৰ লগে লগে ক্ষুব্ধ মহিলাসকলে ‘দালালৰাজ বন্ধ কৰক’, ‘দালালকেইটাই আপোনাক কথা ক’ব নিদিয়ে’ আদিকে ধৰি কে’বাটাও অভিযোগ তোলে। অৱশ্যে মন্ত্রীজনে সকলোকে নিজস্বভাবে মন্ত্ৰীজনৰ লগত প্রত্যক্ষ যোগাযোগ ৰখাৰ আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arunodaya Scheme
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d