Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

‘সবাতোকৈ দুর্নীতিগ্রস্ত’ মুখ্যমন্ত্রীক উৎখাতৰ লক্ষ্য

publisher by publisher
January 17, 2026
in India, News
Reading Time: 1 min read
0
‘সবাতোকৈ দুর্নীতিগ্রস্ত’ মুখ্যমন্ত্রীক উৎখাতৰ লক্ষ্য
1
SHARES
13
VIEWS
ShareShareShareShare

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক ৰাজ্যৰ সবাতোকৈ দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী আখ্যা দি তেওঁক গাদীচ্যুত কৰাৰ লক্ষ্যৰে ৰণনীতি প্রস্তুত কৰিলে বিৰোধী কংগ্রেছে। শুকুৰবাৰে কংগ্ৰেছ সভাপতি খাৰ্গেৰ নতুন দিল্লীৰ ১০ ৰাজাজী পথস্থিত বাসভৱনত আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ ৰণনীতি প্রস্তুত কৰা হয়।

ADVERTISEMENT

এই উপলক্ষে আয়োজিত বৈঠকত খাৰ্গেৰ উপৰি দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেণুগোপাল, শেহতীয়াভাবে নিযুক্ত দলৰ অসমৰ তিনি পর্যবেক্ষক ক্রমে কর্ণাটকৰ উপ-মুখ্যমন্ত্রী ডি কে শিবকুমাৰ, চত্তিছগড়ৰ প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেল, বন্ধু তিকী, এআইচিচিৰ অসমৰ তত্ত্বাবধায়ক জীতেন্দ্র সিং আদিয়ে অংশগ্রহণ কৰে। সভাত দলৰ অসমৰ ফালৰ পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিধানসভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াই অংশগ্রহণ কৰে।

RelatedPosts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

সূত্রই জনোৱা মতে, দলৰ আগন্তুক বিধানসভাৰ ৰণনীতি মূলতঃ মুখ্যমন্ত্রী ড০ শৰ্মাক লক্ষ্য কৰি প্ৰস্তুত কৰা হৈছে। অর্থাৎ মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপন হৈ অহা দুর্নীতি-অনিয়মৰ অভিযোগক ইছ্যুত পৰিণত কৰিব দলে। বৈঠকত ড° শর্মাক সবাতোকৈ দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী আখ্যা দি নির্বাচনী ৰণনীতিৰ কাম আগবঢ়োৱা হয় বুলি সূত্রই জনায়।

সূত্রই জনোৱা মতে, মুখ্যমন্ত্রীৰ বিৰুদ্ধে উত্থাপন হোৱা দুর্নীতিৰ অভিযোগ দলে প্রথম ইছ্যুৰূপে গ্রহণ কৰিছে। এনেদৰে দলে ১০ বছৰৰ মূৰত বিজেপিক ধৰাশায়ী কৰি ক্ষমতা হস্তগত কৰাৰ লক্ষ্য লোৱা বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, বৈঠকত দলৰ ৰাজ্যিক কর্মকর্তাসকলক ‘সবাতোকৈ দুর্নীতিগ্রস্ত’ মুখ্যমন্ত্রী আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক উৎখাত কৰাৰ বাবে ঐক্যবদ্ধভাবে যুঁজ দিবলৈ নির্দেশ দিয়া হয়।সভাত নির্বাচনকেন্দ্রিক একাধিক সিদ্ধান্তও গৃহীত হয়।

এই বিষয়ে সদৰী কৰি সূত্ৰই কয়, ‘অহা মঙলবাৰে দলে এক সংবাদমেল সম্বোধনৰ সিদ্ধান্ত বৈঠকত গ্রহণ কৰে। এই সংবাদমেলৰ পাছতে অহা ২১ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ দলে সমগ্র ৰাজ্যত দলীয় সভা আয়োজন কৰিব।’ প্রস্তাবিত এই কর্মী সভাসমূহত দলৰ তিনি পর্যবেক্ষক ক্রমে শিৱকুমাৰ, বাঘেল আৰু তিকীয়েও অংশগ্রহণ কৰিব বুলি সূত্রই জনায়। অহা ২০ জানুৱাৰীত এই তিনি পর্যবেক্ষক অসমলৈ অহাৰ কথা।

আনহাতে, সভাত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয় যে মুখ্যমন্ত্রী ড° শৰ্মাৰ অহংকাৰী-অত্যাচাৰী যি চৰিত্ৰ সিয়ে অসমৰ ৰাইজক বেদনা দিছে বুলি দলীয় শীর্ষ নেতৃত্বই অনুভৱ কৰিছে। এই কথাও দলৰ উক্ত সভাত আলোচিত হয় বুলি সূত্রই জনায়। সূত্রই জনোৱা মতে, সভাত লগতে ৰাজ্যৰ সামগ্ৰিক ৰাজনৈতিক পৰিস্থিতি সম্পর্কতো আলোচিত হয়। সাম্প্রতিক পৰিস্থিতিক লৈ সভাত উদ্বেগো প্রকাশ কৰা হয়। তদুপৰি শেহতীয়াভারে বিতর্কিত মন্তব্যৰে চৰ্চালৈ আহি দল ত্যাগ কৰা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰৰ প্ৰসংগও বৈঠকত আলোচিত হয় বুলি সূত্রই জনায়। অৱশ্যে ৰেজাউল সম্পর্কত কোনো সিদ্ধান্ত বৈঠকত গৃহীত হ’ল নেকি সেয়া পোহৰলৈ অহা নাই।

আনহাতে, সভাৰ পাছত বাঘেলে সাংবাদিকক কয়, ‘তৃণমূল পর্যায়ৰ পৰা খবৰ পাইছো যে অসমৰ জনতা আৰু কংগ্রেছ কর্মীসকলে সবাতোকৈ দুর্নীতিগ্রস্ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আৰু তেওঁৰ সবাতোকৈ দুর্নীতিগ্রস্ত চৰকাৰক উৎখাত কৰিবলৈ সিদ্ধান্ত লৈছে। অসমৰ ক্ষেত্ৰত সবাতোকৈ বৃহৎ কামটো হৈছে বিজেপিক পৰাস্ত কৰা।’ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈ দলৰ আগন্তুক নিৰ্বাচনৰ মুখ্যমন্ত্রী প্রার্থী হ’ব বুলি চলি থকা চর্চা সন্দর্ভত সাংবাদিকে প্রশ্ন কৰাত বাঘেলে কয় যে বিষয়টো দলৰ কেন্দ্রীয় নেতৃত্বৰ আওতাত আছে। এনে বিষয়ৰ সিদ্ধান্ত কেন্দ্রীয় নেতৃত্বই গ্রহণ কৰে বুলি মন্তব্য কৰে।

আনহাতে, দলৰ আন এজন পর্যবেক্ষক শিৱকুমাৰে কয়, ‘অসম সলনি হ’বলৈ অগ্ৰসৰ হৈছে। কংগ্ৰেছে ৰাজ্যখন শাসন কৰাটো নিশ্চিত।’ মেৰুকৰণ নাথাকে বুলি উল্লেখ কৰি তেওঁ আৰু কয়, ‘এটা সুস্পষ্ট বার্তা থাকিব। আমি ঐক্যবদ্ধ হৈছো। (নেতৃত্বত) যুৱ প্রজন্ম আছে। একতাৰ বাৰ্তা স্পষ্ট।’ দলৰ তৃতীয়জন পর্যবেক্ষক তিকীয়ে অভিযোগ উত্থাপন কৰে যে বিজেপিৰ শাসনত জনজাতিসকলে নিৰ্যাতনৰ সন্মুখীন হৈছে আৰু এই ক্ষেত্রত অসম পৃথক নহয়। জনজাতিসকলৰ ভূমি উদ্যোগপতিসকলক হস্তান্তৰ কৰা হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d