Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ প্রতিদিনে খাওক ক’লাজেনযুক্ত পানীয়

publisher by publisher
February 12, 2026
in Lifestyle
Reading Time: 1 min read
0
ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ প্রতিদিনে খাওক ক’লাজেনযুক্ত পানীয়
1
SHARES
13
VIEWS
ShareShareShareShare

বয়স বঢ়াৰ লগে লগে ছালত বলিৰেখা, দাগ, ঢিলা ভাব আৰু কেতিয়াবা গুটিৰ দৰে সমস্যাও দেখা যায়। মুখৰ ছালৰ উজ্জ্বলতা কমে। এই সকলো পৰিৱৰ্তনৰ মূল কাৰণসমূহৰ ভিতৰত ক’লাজেনৰ হ্রাস এটা গুৰুত্বপূর্ণ কাৰণ। ক’লাজেন হৈছে এক প্রাকৃতিক প্র’টিন, যিয়ে ছাল টান আৰু উজ্জ্বল কৰি ৰাখে। কিন্তু বয়স বঢ়াৰ লগে লগে ক’লাজেন উৎপাদন স্বাভাবিকভাবে হ্রাস পায়। লগতে। সূৰ্যৰ ক্ষতিকাৰক ৰশ্মি, ধোঁৱা-ধূলি আৰু প্ৰদূষণেও এই প্রক্রিয়াক অধিক ক্ষতিগ্রস্ত কৰে।

ADVERTISEMENT

ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ কেবল প্রসাধন ব্যৱহাৰেই

RelatedPosts

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

যথেষ্ট নহয়। দেহৰ ভিতৰৰ পৰা পুষ্টি যোগান ধৰিলেহে দীর্ঘদিনীয়া সুফল পোৱা যায়। কিছুমান প্রাকৃতিক পানীয় নিয়মিত গ্রহণ কৰিলে ক’লাজেন উৎপাদনত সহায় হয় আৰু ছালৰ স্বাস্থ্য উন্নত হয়।

১) আমলখি আৰু ছালকুঁৱৰী (এল’ভেৰা) :দুটা আমলখিৰ ৰসলৈ তাত চাৰি চামুচ এল’ভেৰা ৰস আৰু এক চামুচ মৌ মিহলাই ল’ব। পুৱা খালী পেটত এই পানীয় খালে দেহত পুষ্টি যোগান বাঢ়ে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায়। আমলখিত প্ৰচুৰ ভিটামিন থাকে, যিয়ে ক’লাজেন গঠনত সহায় কৰে।

২) ৰঙালাওৰ গুটি আৰু ৰঙালাওৰ নাৰিকলৰ পানীয়ঃ গুটিত ক’লাজেন গঠনত সহায় কৰা খনিজ উপাদান থাকে। এক গিলাচ পানীত এক চামুচ ৰঙালাওৰ গুটি পিচি লোৱা, এক চামুচ নাৰিকলৰ পানী, দুটা খেজুৰ আৰু এক চামুচ সূর্যমুখী গুটিৰ পিচি লোৱা অংশ। এই আটাইবোৰ ভালদৰে মিশ্রণ কৰি পান কৰক। এই পানীয়ে ছাল সুৰক্ষিত ৰখাত সহায় কৰে আৰু শুকান ভাব কমায়।

৩) আনাৰস আৰু পদিনাৰ সতেজ পানীয়: এটা কাচৰ পাত্ৰত আনাৰসৰ সৰু টুকুৰা আৰু কেইখনমান পদিনাৰ পাত কেইঘণ্টামান তিয়াই থওক। পাছত সেই পানী খালে দেহ সতেজ থাকে, বিষাক্ত পদার্থ বাহিৰ হয় আৰু ছালৰ স্বাভাৱিক উজ্জ্বলতা বৃদ্ধি পায়।

সাৱধানতাঃ এই পানীয়সমূহ সহায়ক হ’লেও কোনো ধৰণৰ এলার্জি বা দীর্ঘদিনীয়া ছালৰ সমস্যাত ভুগি থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰ। লগতে পর্যাপ্ত পানী খাওক, পুষ্টিকৰ আহাৰ গ্রহণ আৰু নিয়মিত বিশ্রামে ছালৰ যত্নত সমানেই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d