Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

    Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

    Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

    Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

৩৩ বছৰতে ৬৩৪ কোটি হ’ল মাত্র তিনিশ টকাৰ বিনিয়োগ

publisher by publisher
February 14, 2026
in world, News
Reading Time: 1 min read
0
৩৩ বছৰতে ৬৩৪ কোটি হ’ল মাত্র তিনিশ টকাৰ বিনিয়োগ
1
SHARES
9
VIEWS
ShareShareShareShare

মানুহৰ ভাগ্যৰ যিকোনো সময়তে পৰিৱৰ্তন ঘটিব পাৰে। উদ্যোগী আৰছিয়ান ইছমাইলে এই কথাষাৰৰ মৰ্ম সবাতোকৈ ভালদৰে বুজিব পাৰিছে। ৩০ বছৰৰ কিছু পূর্বে কৰা মাত্র তিনিশ টকাৰ এক সামান্য বিনিয়োগ সম্প্রতি ৬৩৪ কোটি টকাৰ অপ্রত্যাশিত লাভত পৰিণত হৈছে।

ADVERTISEMENT

এই উল্লেখনীয় লাভ হৈছে ১৯৯৩ত তৈয়াৰ কৰা এক ডিজিটেল সম্পদৰ ফল। তেতিয়া ইণ্টাৰনেট প্রাথমিক পর্যায়তে আছিল আৰু কৃত্রিম বুদ্ধিমত্তাৰ কথা আলোচনাই হোৱা নাছিল। ইছমাইলে এটা ড’মেইনত নাম পঞ্জীয়ন কৰাৰ বাবে তিনিশ টকা খৰচ কৰিছিল।

RelatedPosts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

প্ৰযুক্তিৰ ভৱিষ্যতৰ কোনো দূৰদর্শিতাৰ দ্বাৰা নহয়, বৰঞ্চ প্রত্যাহ্বান লোৱাৰ ইচ্ছাতেই সেই তিনিশ টকা খৰচ কৰিছিল।সেই দিনাৰ পৰা ৩৩ বছৰৰ পাছত কৃত্রিম বুদ্ধিমত্তাই বিশ্বব্যাপী সবাতোকৈ ৰূপান্তৰকাৰী উদ্যোগসমূহৰ ভিতৰত অন্যতমৰূপে আবির্ভূত হৈছে।

ইয়াৰ ফলত সেই সৰু বিনিয়োগটো নাটকীয়ভাবে ফলপ্রসূ হয়। জেনেবেটিভ এআই প্লেটফর্ম, মেচিন লার্নিং টুল আৰু ভোক্তা-কেন্দ্রিক এআই সেৱাৰ চাহিদা বুদ্ধিৰ লগে লগে এআইডটকম নামৰ ড’মেইনটো সবাতোকৈ অধিক জনপ্রিয় ডিজিটেল ঠিকনাসমূহৰ ভিতৰত একটা হৈ উঠিছে।

একাংশ উদ্যোগ পর্যবেক্ষকে লক্ষ্য কৰিছে যে প্রধান প্রযুক্তিগত প্রবণতাৰ স’তে সম্পর্কিত সৰু, উল্লেখযোগ্য ড’মেইন নামসমূহ প্রিমিয়াম ডিজিটেল সম্পদত পৰিণত হৈছে। যেনে প্রাইম ৰিয়েল এষ্টেটসমূহে তেওঁলোকৰ অবস্থানৰ কাৰণে বেছি মূল্য অর্জন কৰে, তেনেকৈ এই ড’মেইনসমূহে তেওঁলোকৰ ব্ৰেণ্ড মূল্য অর্জন কৰে।

এআই জগতত শক্তিশালী উপস্থিতি প্রতিষ্ঠাৰ বাবে কোম্পানীবোৰে যেতিয়া প্রতিযোগিতাত নামিছে, তেতিয়া সহজ আৰু পোনপটীয়া রেব ঠিকনাসমূহক কৌশলগত বিনিয়োগৰূপে চোৱা হৈছে।

১৯৯৩৩ ইছমাইলে এআইডটকম নামৰ ড’মেইনটো প্রস্তুত কৰে। কৃত্রিম বুদ্ধিমত্তাৰ সাম্প্ৰতিক উত্থানৰ সময়ত ই ব্যাপত জনপ্রিয়তা অর্জন কৰে। এই ছেক্টৰত আগ্রহ বৃদ্ধি পোৱাৰ লগে লগে ড’মেইনটোৰ মূল্য বৃদ্ধি পায়। অৱশেষত এক ডাঙৰ চুক্তি স্বাক্ষৰিত হয়। প্রাপ্ত তথ্য অনুসৰি, ২০২৫ত আলোচনা আৰম্ভ হৈছিল। অৱশেষত প্রায় ৬৩৪ কোটি টকাত চুক্তি চূড়ান্ত হয়।

ব্যৱসায়ী ক্রিছ মার্চজালেকে এই ড’মেইনটো ক্রয় কৰিছে। তেওঁ ইংগিত দিছে যে এই ড’মেইনটো ব্যক্তিগত সম্পদৰূপে ৰখা নহ’ব, বৰঞ্চ ইয়াক এটা ভোক্তা-কেন্দ্রিক এআই প্লেটফর্মলৈ বিকশিত কৰা হ’ব। একাংশ বিশেষজ্ঞৰ মতে, এই চুক্তিয়েই প্ৰমাণ কৰে যে কিদৰে ডিজিটেল সম্পদে সময়ৰ লগে লগে অসাধাৰণ প্ৰতিদান দিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ
News

April 26, 2026
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
News

Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড

April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
News

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
News

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

April 26, 2026
Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d