Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ফুটুকাৰ ফেনত পৰিণত দুর্নীতিমুক্ত দেশ গঢ়াৰ শ্ল’গান

publisher by publisher
February 18, 2026
in India, News
Reading Time: 1 min read
0
ফুটুকাৰ ফেনত পৰিণত দুর্নীতিমুক্ত দেশ গঢ়াৰ শ্ল’গান
2
SHARES
24
VIEWS
ShareShareShareShare

ভাৰতক দুর্নীতিমুক্ত দেশৰূপে গঢ়াক লৈ যিমান হৈ চৈ কৰা হৈ আহিছে, বাস্তৱত দেখা গৈছে তাৰ বিপৰীত ছবি। ভাৰত এতিয়াও কিন্তু দুর্নীতিগ্রস্তৰ তালিকাৰ তলৰ ফালেই আছে। বিগত কিছু বছৰৰ দৰে এই বছৰো সেই নিয়মৰ ব্যতিক্রম হোৱা নাই। সাম্প্রতিক এক সমীক্ষাৰ প্রতিবেদন প্রকাশ পোৱাৰ পাছতে দেখা গৈছে যে চৰকাৰীভাৱে যিমান। দাবী কৰা নহওক কিয়,দুর্নীতি হতাও’ শ্ল’গান এই দেশত এতিয়াও কার্যকৰী হোৱা নাই।

ADVERTISEMENT

সম্প্রতি প্রকাশ পাইছে বিশ্ব দুর্নীতি সূচকৰ প্ৰতিবেদন। তাত দেখা গৈছে যে ভাৰতে দুর্নীতিমুক্ত দেশসমূহৰ নিকটলৈও আহিব পৰা নাই। যোৱা ১০ ফেব্ৰুৱাৰীত ‘কৰাপচন পাৰচেপচন্‌দু ইনডেক্স’ বা ‘চিপিআই’ প্রকাশ পাইছে। ২০২৫ত কোনখন দেশ কিমান দুর্নীতিত নিমজ্জিত হয়, সেই বেংকিং দাঙি ধৰে উক্ত সমীক্ষাই।

RelatedPosts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

আন্তর্জাতিক বেচৰকাৰী সংস্থা ট্রেন্সপাৰেন্সী ইণ্টাৰনেচনেলৰ সৰ্বশেষ চিপিআই অনুসৰি, ভাৰতৰ নম্বৰ আগৰ বছৰৰ তুলনাত এটা পইন্ট বাঢ়িছে। তাতেই ভাৰত তালিকাত পাঁচটা স্থান আগুৱাইছে। বার্লিনভিত্তিক ট্রেন্সপাৰেন্সি ইণ্টাৰনেচনেল (টিআই)ৰ বার্ষিক প্রতিবেদনে জনাইছে যে বিগত এটা বছৰত দুর্নীতিৰ ক্ষেত্ৰত ভাৰতৰ অৱস্থান কিছু হ’লেও ওপৰলৈ উঠিছে। টিআইৰ তৰফৰ পৰা ১৮২খন দেশক লৈ প্ৰতি বছৰে এই তালিকা প্রকাশ কৰা হয়।

চিপিআইয়ে বিশ্বব্যাপী ১৮২খন দেশ তথা অঞ্চলক চৰকাৰী হিচাপত দুর্নীতিৰ মাত্ৰা অনুসৰি স্থান দিয়ে। ১৯৯৫ৰ পৰা ২০১১ পর্যন্ত সূচকটো ১০ৰ পৰা শূন্যৰ মাজত স্থিৰ কৰা হৈছিল। ২০১২ৰ পৰা দুৰ্নীতিৰ সূচক ১০০ (পৰিচ্ছন্ন)ৰ পৰা শূন্য (অত্যন্ত দুর্নীতিগ্রস্ত) স্কেললৈ পৰিৱৰ্তন কৰা হয়। কোন দেশ দুর্নীতিত কিমান জৰ্জৰিত, সেয়াই জনোৱা হয় এই প্রতিবেদনত। ২০২৫ৰ শেষত কোন দেশ দুর্নীতিত ঠিক ক’ত থিয় দি আছে, তাৰ প্রতিবেদন ২০২৬ত প্রকাশ কৰে ট্রেন্সপাৰেন্সী ইণ্টাৰনেচনেলে।

প্রতিবেদনত কোৱা হৈছে যে পাকিস্তান আৰু বাংলাদেশৰ স্থান ভাৰতৰো তলত। সূচক তালিকাত পাকিস্তান ১৩৬ আৰু বাংলাদেশ ১৫০ নম্বৰত আছে।

বিশ্বৰ ১৮২খন দেশৰ ভিতৰত ভাৰত আছে ৯১ নম্বৰত। যোৱা বছৰ আছিল ৯৬ নম্বৰ স্থানত। ২০২৪ত ভাৰতৰ ৰেংকিং আছিল ৯৩ত। ২০২৫ত তিনিটা স্থানৰ অৱনমন হৈছিল। ১০০ৰ ভিতৰত কোন দেশে কিমান নম্বৰ পাইছে, তাৰ ভিত্তিতে এই তালিকা প্রস্তুত কৰে জার্মান সংস্থাটোরে। ২০২৫ৰ বিচাৰত ভাৰতে লাভ কৰিছে ৩৯ নম্বৰ। ইৰাক আৰু পাকিস্তানে লাভ কৰিছে ২৮ নম্বৰ। বাংলাদেশৰ প্ৰাপ্ত নম্বৰ ২৪।

শ্রীলংকাৰ ফল তুলনামূলকভাবে ভাল। বিগত বর্ষতকৈ ১৪টা স্থান আগুৱাইছে দ্বীপ ৰাষ্ট্ৰখন।প্রতিবেদনত ভাৰতক দুর্নীতিৰ খবৰ বিচাৰি উলিওৱা সাংবাদিকৰ বাবে ‘বিপজ্জনক দেশ’ বুলি উল্লেখ কৰা হৈছে। চৰকাৰৰ কামকাজক লৈ অনুসন্ধান আৰম্ভ হ’লেই শাস্তিৰ সম্মুখীন হয় বুলি অভিযোগ কৰা হৈছে। তথ্য অনুসৰি, গণতন্ত্রত নাগৰিকৰ স্বাধীনতা জোখৰ যিমান ধৰণৰ সূচক আছে, প্রত্যেকতে ভাৰতৰ স্থান নিম্নগামী। সংবাদ মাধ্যমৰ স্বাধীনতাৰ সূচকত ১৮০খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১৪২ নম্বৰত।

প্রতিবেদনত কে’বাখনো দেশৰ স’তে ভাৰতকো একেশাৰীতে ৰখা হৈছে। এই তালিকাভুক্ত দেশসমূহত দুর্নীতিৰ তদন্তৰ বাবে সাংবাদিকক আক্ৰমণ কৰা হয় বা হত্যা কৰা হয়। চিপিআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ২০১২ৰহ পৰা বিশ্বব্যাপী ৮২৯জন সাংবাদিকে খবৰৰ সন্ধানত গৈ মৃত্যুমুখত পৰিছে। হত্যাকাণ্ডৰ ৯০ শতাংশৰো বেছি ঘটনা সংঘটিত হৈছে সেইবোৰ দেশত, যিবোৰৰ চিপিআই স্ক’ৰ ৫০ৰ কম।

দেশসমূহৰ ভিতৰত আছে ব্রাজিল (৩৫), ভাৰত (৩৯), মেক্সিকো (২৭), পাকিস্তান (২৮) আৰু ইবাক (২৮)। এই দেশকেইখন দুর্নীতিক লৈ বাতৰি কৰা সাংবাদিকসকলৰ বাবে বিশেষভাবে বিপজ্জনক দেশ বুলি দেখুওৱা হৈছে বিশ্ব দুর্নীতিৰ সূচকত প্রতিবেদন অনুসৰি, ২০২৫ত চীনত দুর্নীতিৰ পৰিমাণ অপৰিৱৰ্তিত।

তালিকাৰ ওপৰৰ ফালে স্থান নাপালেও চীন ভাৰততকৈ কে’বাটাও স্থানত আগবাঢ়ি আছে। ৪৩ নম্বৰ লাভ কৰি চীনে ৭৬ নম্বৰ স্থান অক্ষুণ্ণ ৰাখিছে।

২০২৫ৰ চিপিআইত স্থান পোৱা ১৮২খন দেশৰ ভিতৰত প্ৰথম তিনিটা স্থানত আছে ক্রমে ডেনমার্ক, ফিনলেণ্ড আৰু ছিংগাপুৰ। সূচকত ডেনমার্কে ৮৯, ফিনলেণ্ডে ৮৮ আৰু ছিংগাপুৰে ৮৪ পইন্ট লাভ কৰিছে। বিশ্বৰ দুর্নীতিমুক্ত প্রথম তিনিখন দেশৰ ভিতৰত দুখন হৈছে ইউৰোপৰ স্কেণ্ডিনেভীয় অঞ্চলৰ কম জনবহুল দেশ। দুর্নীতি বন্ধত স্কেণ্ডিনেভিয়াৰ দেশসমূহৰ সাফল্যৰ নেপথ্যত আছে দীর্ঘদিনীয়া আন্দোলন। তাত সামাজিক সুৰক্ষা সুদৃঢ়।

সবাতোকৈ দুর্নীতিগ্রস্তৰূপে চিহ্নিত দেশসমূহৰ ভিতৰত আছে দক্ষিণ ছুদান, ছোমালিয়া আৰু ভেনিজুৱেলা। তালিকাৰ শেষ প্রান্তত থকা দুই দেশ দক্ষিণ ছুদান আৰু ছোমালিয়াৰ যৌথভাবে সংগ্রহ ন পইন্ট। তাৰ পাছতে আছে ভেনিজুবেলা। এই তালিকাত বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ দেশ মার্কিন যুক্তৰাষ্ট্ৰৰ স্থান ২৯ নম্বৰত। কম দুর্নীতিৰ দেশৰূপে ব্রিটেইনৰ নামো আছে।

অর্থনৈতিক স্বচ্ছতা বা অস্বচ্ছতাক লৈ বিভিন্ন সূচকৰ ওপৰত সমীক্ষা চলাই এই প্রতিবেদন প্রস্তুত কৰে ট্রেন্সপাৰেন্সী ইণ্টাৰনেচনেলে। বিশ্ববেংক, আফ্রিকান ডেভেল’পমেন্ট বেংক, এছিয়ান ডেভেল’পমেন্ট বেংক, আইএমডি বিজনেছ স্কুলৰ দৰে প্ৰথম শাৰীৰ বিত্তীয় বা বিজনেছ মেনেজমেন্ট সংস্থাৰ পৰা তথ্য সংগ্ৰহ কৰা হয়। তাৰ ভিত্তিতেই নম্বৰ দিয়া হয় আৰু প্ৰস্তুত কৰা হয় তালিকা।

২০১২ৰ পৰা ৩১খন দেশে তেওঁলোকৰ দুৰ্নীতিৰ মাত্রা উল্লেখনীয়ভাবে হ্রাস কৰাত সফল হৈছে। একাংশ বিশেষজ্ঞৰ মতে, এইবোৰ দেশ নিশাৰ ভিতৰতে স্বপ্নৰ দেশলৈ ৰূপান্তৰিত হোৱা নাই। সেইবোৰ দেশতে দুর্নীতিৰ বিৰুদ্ধে সংগ্ৰামৰ দীর্ঘ ইতিহাস আছে। যেনে ডেনমার্কত সপ্তদশ শতাব্দীতে দুর্নীতিৰ বিৰুদ্ধে সবাতোকৈ উল্লেখযোগ্য পদক্ষেপ হ’ল, উৎকোচক দণ্ডনীয় অপৰাধৰূপে ঘোষণা কৰা।

সুশীল সমাজৰ সংগঠনসমূহ, যিসকলে চৰকাৰৰ বিৰুদ্ধে কথা কয়, তেওঁলোকৰ নিৰাপত্তা বিঘ্নিত হৈছে। মানহানি, ৰাষ্ট্রদ্রোহ, হিংসাত্মক বক্তব্য, আদালত অবমাননাৰ অভিযোগ, আনকি বিদেশী তহবিল সংক্রান্তীয় গোচৰত তেওঁলোকক জড়িত কৰা হৈছে। ভাৰতৰ দৰে আৰু কে’বাখনো দেশত এই প্রৱণতা দেখা গৈছে বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d