Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা

    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

১০৯ বছৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে মধ্যপ্ৰদেশৰ চহকী ব্যৱসায়ীৰ পৰা ধাৰে লৈছিল ৩৫ হেজাৰ টকা

publisher by publisher
February 26, 2026
in India, News
Reading Time: 1 min read
0
১০৯ বছৰ পূৰ্বে ব্ৰিটিছ চৰকাৰে মধ্যপ্ৰদেশৰ চহকী ব্যৱসায়ীৰ পৰা ধাৰে লৈছিল ৩৫ হেজাৰ টকা
2
SHARES
18
VIEWS
ShareShareShareShare

British government:✒️একালত ব্রিটিছ সাম্রাজ্যই গৌৰৱ কৰিছিল যে তেওঁলোকৰ সাম্ৰাজ্যত কেতিয়াও বেলি ডুব নাযায়। ইয়াৰ কাৰণ আছিল ভাৰতকে ধৰি এছিয়াৰ বিভিন্ন দেশৰ পৰা আৰম্ভ কৰি অস্ট্রেলিয়ালৈ আৰু আফ্রিকালৈ তেতিয়া ব্রিটিছ ঔপনিৱেশ আছিল। ঔপনিৱেশসমূহৰ পৰা লুণ্ঠন কৰা ধনেৰে ব্রিটিছসকল বিপুল ধন-সম্পত্তিৰ গৰাকীও হৈছিল।

ADVERTISEMENT

তৎসত্ত্বেও একাংশ ধনী তথা সম্পদশালী ব্যৱসায়ীৰ পৰা ব্ৰিটিছ চৰকাৰে ধন ধাৰে লৈছিল। সময়ত সেই ধন পৰিশোধ কৰিছিল বুলিও চর্চা হয়। একেদৰে ভূপালৰ এজন চহকী ব্যৱসায়ীৰ পৰাও এবাৰ ব্ৰিটিছ চৰকাৰে ৩৫ হেজাৰ টকা ধাৰে লৈছিল। এই ঘটনা সংঘটিত হৈছিল আজিৰ পৰা প্ৰায় ১০৯ বছৰ পূৰ্বে ১৯১৭ত।

RelatedPosts

No Content Available

তেতিয়াৰ ভূপালৰ অন্যতম চহকী তথা প্রভাৱশালী ব্যৱসায়ী শেঠ জুম্মালাল কঠিয়াৰ পৰা ব্ৰিটিছ চৰকাৰে ৩৫ হেজাৰ টকা ধাৰে লয়। এই ধনৰ মূল্য এতিয়া কিমান হ’ব সেয়া অনুমান কৰাটো সহজ নহয়। আশ্চর্যজনকভাবে ব্যৱসায়ীজনৰ পৰা ধাৰে লোৱা ধন ব্ৰিটিছ চৰকাৰে ঘূৰাই নিদিলে।

ঔপনিৱেশিক শাসনৰ সময়ত ভূপাল ৰাজকীয় ৰাজ্য আছিল। এই ভূপালৰে ছেহৰৰ বাসিন্দা আছিল শেঠ ৰুঠিয়া। ব্রিটিছ চৰকাৰে তেওঁৰ পৰা ধন ধাৰে লোৱাৰ কথা এখন কাগজত লিখি ৰাখে।

কাগজখনত এই কথা উল্লেখ নাই যে ব্রিটিছ চৰকাৰে তেওঁৰ পৰা ধাৰে লোৱা ধন ঘূৰাই দিয়া বুলি। পাহৰণিৰ গৰ্ভত লীন হোৱা ব্যৱসায়ীজনৰ এই কাগজ তেওঁৰ পৰিয়ালে শেহতীয়াভাৱে উদ্ধাৰ কৰে। সেই অনুসৰি, তেওঁৰ নাতি-পুতিসকলে ব্ৰিটিছ চৰকাৰৰ পৰা ধাৰে লোৱা ধন ঘূৰাই দিবলৈ দাবী কৰিছে। এক শতিকাৰো অধিক।

বছৰ পাছত এই দাবী উত্থাপন কৰি শেঠ জুম্মালালৰ নাতি বিবেক ৰুঠিয়াই কয়, ‘ঐতিহাসিক আৰু এই চৰকাৰী ঋণ ঘূৰাই দিয়াৰ দাবীত আমি ব্ৰিটিছ চৰকাৰলৈ এক আইনী জাননী প্ৰেৰণৰ প্ৰস্তুতি চলাই আছো। ধন ধাৰে লোৱাৰ সাক্ষ্য আমাৰ হাতত আছে। ১৯১৭ত মোৰ ককাদেউতাই ব্রিটিছ চৰকাৰক ৩৫ হেজাৰ টকাৰ ঋণ দিছিল। এই ধন আজিও পৰিশোধ কৰা হোৱা নাই।’

উল্লেখ্য যে ব্ৰিটিছ চৰকাৰক এই ধন ধাৰে দিয়াৰ ২০ বছৰৰ পাছত ১৯৩৭ত শেঠ জুম্মালালৰ মৃত্যু হয়। তেওঁ ব্ৰিটিছ চৰকাৰক ধাৰে দিয়া এই ধনৰ মূল্য আজি কে’বা কোটি টকা হ’ব বুলি বিবেক ৰুঠিয়াই মন্তব্য কৰিছে। তেওঁ লগতে কয়, ‘১৯১৭ৰ সোণৰ মূল্যৰ ভিত্তিত এই ধনৰ মূল্য হিচাপ কৰি আজিৰ স’তে তুলনা কৰিলে ইয়াৰ পৰিমাণ কে’বা কোটি টকা হ’ব।’

তেতিয়া চলি থকা প্ৰথম বিশ্বযুদ্ধত খৰচৰ বাবে ব্ৰিটিছ চৰকাৰে তেওঁৰ ককাকৰ পৰা এই ধন ধাৰে লৈছিল বুলিও ৰুঠিয়াই সন্দেহ কৰে। এই ধন ঘূৰাই পাবৰ বাবে ৰুঠিয়াৰ পৰিয়ালে আন্তঃজাতিক আইনৰ আশ্রয় লোৱাৰ প্ৰস্তুতি চলাই আছে।

আনহাতে, এই সম্পর্কত একাংশ আইনজ্ঞই কয় যে এনে ধৰণৰ ঘটনা বিৰল আৰু জটিল।

ঐতিহাসিক সাক্ষ্যই এক অগতানুগতিক আইনী বিতৰ্কৰ দুৱাৰ মুকলি কৰিব পাৰে বুলিও আইনজ্ঞসকলে মন্তব্য কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: British government
publisher

publisher

Related Posts

পাঠ্যপুথি অধ্যয়নৰ সমান্তৰালকৈ কৰি গৈছে শিল্প সাধনা
News

May 1, 2026
উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d