Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

    Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

    Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

    ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

    FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    শৰীৰৰ বৰণৰ বাবে হলিউদত হাঁহিয়াতৰ পাত্ৰ হৈছিল প্রিয়ংকা

    চর্তসাপেক্ষে ‘ডন’ ফ্রেঞ্চাইজিলৈ উভতিব শ্বাহৰুখ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

    ভাল কন্টেন্ট থকাৰ পাছতো ইনষ্টাগ্রামত ফ’ল’ৱাৰ লাভ কৰা নাই?

    ভাগৰ দূৰ কৰিবলৈ আপুনি প্রায়ে এনার্জি ড্রিংকছ খায়? সাৱধান!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ভগৱান বুদ্ধৰ শৈশৱ কালত নতুনকৈ আলোকপাত

publisher by publisher
February 28, 2026
in News, International
Reading Time: 1 min read
0
ভগৱান বুদ্ধৰ শৈশৱ কালত নতুনকৈ আলোকপাত
2
SHARES
16
VIEWS
ShareShareShareShare

Nepal:✒️নেপালৰ লুম্বিনী ভগৱান বুদ্ধৰ জন্মস্থান ৰূপে চর্চালৈ আহে। শেহতীয়াভারে ক্ষুদ্র দেশখনৰ টিলঔৰাকটত উদ্ধাৰ হোৱা এটা প্রাচীন ভূগর্ভস্থ মঠে গৌতম বুদ্ধৰ শৈশৱৰ কালছোৱাত নতুনকৈ আলোকপাত কৰাৰ সুযোগ দিছে। এই স্থানতে বুদ্ধই ৰাজকুমাৰৰূপে শৈশৱ কালছোৱা পাৰ কৰাৰো আভাস পোৱা গৈছে।

ADVERTISEMENT

এই সম্পর্কত হেছে এণ্টাকাঢকৰ হাতহাসৰ ভিতৰতে প্রথম উষ্ণ বতৰ। কাজেই বৰফৰ খাজ অভিলেখ সৃষ্টি কৰি গলিবলৈ ধৰে।কোৱা হয় যে তুষাৰে বৰষুণ নেপালত উদ্ধা হোৱা ভূগর্ভস্থ প্রাচীন মঠে মুক কৰিলে দুৱাৰ পুৰাতত্ত্ববিদসকলে মতপোষণ কৰিছে যে এই সদ্য আবিষ্কৃত ভূগর্ভস্থ মঠে প্রমাণ কৰিছে যে বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ বাবে একালত টিলঔৰাকটৰ অধিক গুৰুত্ব আছিল।

RelatedPosts

নেপালত ভয়ংকৰ বাছ দুৰ্ঘটনা !মৃত্যু অন্তত ১৯ জনৰ

নেপালত ভয়াৱহ বিমান দুর্ঘটনা !

নেপালে ১০০ টকীয়া নোটত ছপালে ভাৰতৰ তিনি অঞ্চল সামৰি মানচিত্র

পাছফালে অর্ধবৃত্তাকাৰ দেৱাল থকা এই প্রাচীন মঠ তৃতীয় আৰু পঞ্চম শতিকাৰ সময়ছোৱাত নির্মাণ কৰা হয় বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে।

গৱেষকসকলৰ মতে, নেপালত পুনৰুদ্ধাৰ হোৱা প্ৰাচীন মঠ-মন্দিৰসমূহৰ ভিতৰত ইয়ে আছিল প্রথমটো নির্মাণ। মাটিৰ তলত পোত গৈ থকা অৱস্থাত এই মঠৰ বিষয়ে অলপতে ঘোষণা কৰা হয়। গৱেষকসকলে ব্যাখ্যা কৰিছে যে একালত টিলাঔৰাকট কেৱল শাক্য ৰাজ্যৰ ৰাজনৈতিক কেন্দ্রই নাছিল।

লগতে এই অঞ্চল আছিল বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ উপাসনা আৰু পর্যটনস্থলীও আছিল। এই সম্পৰ্কত ইংলণ্ডৰ ডাৰহাম বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবীন কনিংহামে কয় যে এটা বিশাল অট্টালিকাৰ চৌহদত এই প্রাচীন মঠ নিৰ্মাণ কৰা হৈছিল।

অধ্যাপক কনিংহাম আৰু তেওঁৰ একাংশ সহযোগীয়ে পুৰাতাত্ত্বিক খননৰ জৰিয়তে এই প্রাচীন মঠ উদ্ধাৰ কৰে। এই খননত সহযোগ কৰে নেপালৰ পুৰাতত্ত্ব বিভাগ আৰু লুম্বিনী উন্নয়ন ন্যাসে।

এই পুৰাতাত্ত্বিক খননৰ জৰিয়তে দলটোৱে প্রাচীন মঠটোত ভগৱান বুদ্ধৰ স্তূপ, তেলৰ চাকি আৰু ভিক্ষা পাত্রও উদ্ধাৰ হয়। ইয়ে বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ উপাসনাস্থলীৰ স’তে টিলঔৰাকটৰ প্রত্যক্ষ সম্পর্ক স্থাপন কৰে। এই সম্পর্কত কনিংহামে কয়, ‘টিলঔৰাকটত বৌদ্ধ ধৰ্মৰ সাক্ষ্যৰ কথা মানুহে প্রায়ে সোধে। এতিয়া আমাৰ হাতত অখণ্ডনীয় প্রমাণ আছে যে অতীতত এই অঞ্চল বৌদ্ধ ধর্মাবলম্বী লোকসকলৰ গুৰুত্বপূৰ্ণ তীর্থস্থান আছিল। আমি উদ্ধাৰ কৰা বুদ্ধৰ স্মৃতিচিহ্ন ইয়াৰ সাক্ষী।’

উল্লেখ্য যে অধ্যাপক কনিংহাম হৈছে দক্ষিণ এছিয়াৰ পুৰাতত্ত্ব বিশেষজ্ঞ। একাংশ বিশেষজ্ঞৰ মতে, টিলঔৰাকটৰ এই দুর্গ ক্ষেত্র হৈছে দক্ষিণ এছিয়াৰ অন্যতম সবাতোকৈ সুসংৰক্ষিত ধর্মীয় স্থলী। টিলঔৰাকটৰ এই ক্ষেত্র নেপালৰ লুম্বিনী প্ৰদেশৰ দক্ষিণ দিশত অৱস্থিত। এই স্থান ভগৱান বুদ্ধৰ ধৰ্মস্থান মায়াদেবী মন্দিৰৰ পৰা ২৭ কিলোমিটাৰ দূৰত্বত। পুৰাতত্ত্ববিদসকলে শেহতীয়াভাৱে উদ্ধাৰ কৰা টিলঔৰাকটৰ এই মঠে এটা দুর্গকো সামৰি লৈছে।

১৮৯৯৩ ভাৰতীয় পুৰাতত্ত্ববিদ পি চি মুখার্জীয়ে এই দুৰ্গ উদ্ধাৰ কৰে। এই দুর্গ প্রাচীন শাক্য ৰজাৰ ৰাজধানী বুলি ধাৰণা কৰা হয়। তেতিয়াৰে পৰা অব্যাহত থকা পুৰাতাত্ত্বিক খননৰ জৰিয়তে দুর্গটো সংযোগী প্রাচীন পথ, ধর্মীয় স্থান, মাটিৰ বাচন-বর্তন নির্মাণস্থলী, শিলৰ কীৰ্তিচিহ্ন, ৰূপ আৰু তামৰ মুদ্রা উদ্ধাৰ হৈছে।

এই সমূহ খ্রীষ্টপূর্ব তৃতীয় শতিকাৰ বুলি ধাৰণা কৰা হয়। এই সম্পর্কত বৌদ্ধ দর্শনৰ পণ্ডিত দয়াৰাম গৌতমে কয়, ‘টিলঔৰাকট হৈছে বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ বাবে এক বিশেষ স্থান। এই স্থানতে সিদ্ধার্থ গৌতমে জীৱনৰ ২৯ বছৰ পাৰ কৰে। তদুপৰি সিদ্ধার্থ বুদ্ধত পৰিণত হোৱাৰ এবছৰৰ পাছত তেওঁ এই স্থানলৈ ঘূৰি আহি বাণী বিলাবলৈ লয়।’

তৎসত্ত্বেও এই স্থানে মায়াদেবী মন্দিৰৰ লেখীয়াকৈ পর্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম নোহোৱাক লৈ তেওঁ আক্ষেপ প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BuddhistLord BuddhaNepal
publisher

publisher

Related Posts

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে
News

সমুখৰ পৰা গৌৰৱক যুঁজত নমালে কংগ্রেছে

March 5, 2026
Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব
News

Jorhat:যোৰহাটত হাইপ্ৰফাইল প্ৰাৰ্থীৰ যুজঁ হ’ব

March 5, 2026
ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!
News

ড্ৰ’ন আক্রমণে কঁপালে বিমানবন্দৰ!

March 5, 2026
Nitish Kumar  :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !
National

Nitish Kumar :বিহাৰত নীতিশ কুমাৰৰ যুগৰ অন্ত !

March 5, 2026
ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ
News

ওড়িশাৰ পৰা কলকাতালৈ আনোঁতে চুৰি জীৱনদায়ী ইনছুলিন, সতৰ্কতা জাৰি কেন্দ্ৰৰ

March 5, 2026
FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !
News

FRIENDSHIP AGREEMENT WITH AGP, BPF FINALISED:সংখ্যালঘু সমষ্টিক বাদ দি অগপক ৯ আসন দিবলৈ সাজু বিজেপি !

March 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d