Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক

    Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

    ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

    ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

    Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

    বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

    পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত

publisher by publisher
March 16, 2026
in News, International
Reading Time: 1 min read
0
যুদ্ধৰ আতংকৰ মাজত স্বস্তিৰ নিশ্বাস: ইৰাণত আটকা ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰথম দল দিল্লীত উপস্থিত
1
SHARES
8
VIEWS
ShareShareShareShare

মধ্যপ্ৰাচ্যত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজত অৱশেষত স্বস্তিৰ নিশ্বাস ল’লে ইৰাণত আটক হৈ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলে। যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে কেবাদিন ধৰি অনিশ্চয়তাত থকা এই শিক্ষাৰ্থীসকলৰ প্ৰথম দল নিৰাপদে ভাৰতলৈ উভতি আহিছে। প্ৰায় ৭০ জন শিক্ষাৰ্থী লৈ বিমানখন সোমবাৰে নতুন দিল্লীত অৱতৰণ কৰে।

ADVERTISEMENT

দেশলৈ উভতি অহা শিক্ষাৰ্থীসকল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ(Indira Gandhi International Airport)ত উপস্থিত হোৱাৰ লগে লগে বহুজনৰ চকুত আনন্দৰ চকুপানী দেখা যায়। বহুদিনৰ উৎকণ্ঠাৰ পাছত ঘৰলৈ উভতি অহাৰ অনুভূতিত শিক্ষাৰ্থীসকলৰ মাজত স্পষ্টকৈ স্বস্তি দেখা যায়।

RelatedPosts

ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

ইৰাণৰ অভিযোগ: ইউএইৰ ঘাঁটি ব্যৱহাৰ কৰি খাৰ্গ দ্বীপত আক্ৰমণ আমেৰিকাৰ

তথ্য অনুসৰি, ইৰাণত যুদ্ধৰ পৰিস্থিতিৰ বাবে দেশখনৰ আকাশপথ সাময়িকভাৱে বন্ধ হৈ পৰিছিল। সেইবাবে শিক্ষাৰ্থীসকলক প্ৰথমে বাছৰ জৰিয়তে ইৰাণৰ পৰা সীমান্ত পাৰ কৰি আর্মেনিয়ালৈ লৈ যোৱা হয়। তাৰ পিছত আর্মেনিয়াৰ ৰাজধানী ইয়েৰেভান (Yerevan)ৰ পৰা বিশেষ বিমানৰ ব্যৱস্থা কৰি তেওঁলোকক দিল্লীলৈ অনা হয়।

তথ্য অনুসৰি,দেশলৈ উভতি অহা শিক্ষাৰ্থীসকলৰ অধিকাংশই জম্মু কাশ্মীৰ(Jammu and Kashmir) ৰ। তেওঁলোকে ইৰাণৰ বিভিন্ন বিশ্ববিদ্যালয়ত বিশেষকৈ চিকিৎসা বিদ্যা অধ্যয়ন কৰি আছিল। যুদ্ধজনিত উত্তেজনা বৃদ্ধি পোৱাৰ পিছতেই তেওঁলোকৰ মাজত ভয় আৰু অনিশ্চয়তাৰ পৰিৱেশ সৃষ্টি হৈছিল।

ভাৰত চৰকাৰে জনাইছে যে ইৰাণত এতিয়াও বহু ভাৰতীয় নাগৰিক আৰু শিক্ষাৰ্থী আছে। তেওঁলোকক সুৰক্ষিতভাৱে দেশলৈ উভতাই আনিবলৈ পৰ্যায়ক্রমে অভিযান অব্যাহত থাকিব।

ইতিমধ্যে আগন্তুক দিনত আৰু কেবাটাও বিমান ব্যৱস্থা কৰা হ’ব বুলি সূত্ৰে জানিবলৈ দিছে।

দেশলৈ উভতি অহা এই শিক্ষাৰ্থীসকলক নিজৰ নিজৰ ৰাজ্যলৈ পঠিয়াবলৈও ব্যৱস্থা কৰা হৈছে। চৰকাৰী সূত্ৰ অনুসাৰে, সকলো ভাৰতীয় নাগৰিকক সুৰক্ষিতভাৱে ঘৰলৈ উভতাই অনাটোৱেই এতিয়া চৰকাৰৰ প্ৰধান লক্ষ্য।

ইৰাণৰ সংঘাতময় পৰিস্থিতিৰ মাজত এই শিক্ষাৰ্থীসকলৰ নিৰাপদে ঘৰলৈ উভতি অহাটো বহু পৰিয়ালৰ বাবে যেন এক ডাঙৰ স্বস্তিৰ খবৰ হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FlightIranJammu and KashmirYerevan
publisher

publisher

Related Posts

Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক
News

Election Commission Notice:নির্বাচন আয়োগে বদলি কৰিলে ৰাজ্যৰ পাঁচ আইপিএছ বিষয়াক

March 16, 2026
Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি
News

Assembly Election Code of Conduct in Assam:আজিৰ পৰা ৰাজ্যত তৎকালীনভাৱে প্ৰযোজ্য হোৱাকৈ বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি

March 16, 2026
ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!
News

ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

March 16, 2026
Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন
News

Nagaon:নগাঁও জিলা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ শাখা গঠন

March 16, 2026
বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !
India

বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

March 16, 2026
পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা
News

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

March 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d