Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Helicopter crash in East Nepal:পূব নেপালৰ খোটাঙত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা

    পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

    পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

    “ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ

    BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !

    Guwahati: নিউ গুৱাহাটীৰ পৰা বিজেপিৰ টিকট নোপোৱাটো নিশ্চিত হোৱাৰ পিছত দলত্যাগৰ বাবে সাজু জ্যেষ্ঠ নেতা শান্তনু ভৰালী !

    Nagaon:দিল্লীত প্রদ্যুৎ বৰদলৈয়ে গেৰুৱাবসন পিন্ধাৰ পিছতে নগাঁৱৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    তিক্ততা পাহৰি ‘ৰাজনীতি ২’ত অভিনয় কৰিব ৰণবীৰ-কেটৰিণাই!

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    লাইট জুলাই বা টিভি চলাই শোৱাৰ অভ্যাস!

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    চাকৰিৰ জগতত নতুন ট্রেন্ড ‘লিলি পেডিং’

    আপোনাৰ ফোনত কেমেৰা ৰিং লগোৱাটো প্রয়োজনীয় নেকি?

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ

অখিল গগৈলৈ প্ৰেৰণ ১৭১ জন লেখক- বুদ্ধিজীৱিৰ স্বাক্ষৰিত পত্ৰ

publisher by publisher
March 18, 2026
in News
Reading Time: 1 min read
0
Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ
1
SHARES
10
VIEWS
ShareShareShareShare

Asom Nagarik Sanmilon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মৰ্চাৰ পৰা আসন বাটোৱাৰা ক্ষেত্ৰত মনোমালিন্যৰ বাবে আঁতৰি অহা অখিল গগৈৰ ৰাইজৰ দলক কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা কৰিছে অসম নাগৰিক সন্মিলনৰ হৈ ড:হীৰেন গোহাঁই, ড:নগেন শইকীয়া,অজিত কুমাৰ ভূঞাকে ধৰি ১৭১ জন লেখক- বুদ্ধিজীৱিয়ে ৷ এই সন্দৰ্ভত অখিল গগৈলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ ৷ পত্ৰ খনৰ পূৰ্ণপাঠ–

ADVERTISEMENT

শ্ৰী অখিল গগৈ
সভাপতি, ৰাইজৰ দল

RelatedPosts

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

Gaurav gogoi Vs Akhil Gogoi:অৱশেষত অন্ত পৰিল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মধুচন্দ্ৰিকা

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

নমস্কাৰ গ্ৰহণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ দহবছৰীয়া শাসনে অসমক ক’লৈ লৈ গৈছে, আমি সকলোৱে দেখিছোঁ। আকৌ পাঁচ বছৰৰ বাবে যদি এওঁলোক ক্ষমতালৈ আহে, অসমৰ কি অৱস্থা হ’ব সেইটো ভাবিবলৈও ভয় লাগে। সেয়ে নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই। কিন্তু সকলো বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হ’লেহে সেইটো সম্ভৱ হ’ব। অসমৰ বিজেপি বিৰোধী ৰাইজে বিচাৰে যে বিৰোধী ঐক্যবদ্ধ হৈ আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে থিয় দিয়ক।
ইতিমধ্যে ৰাইজৰ দলৰ বাহিৰে কংগ্ৰেছ আৰু আন বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছে।এইটো এটা আদৰণীয় পদক্ষেপ। কিন্তু নিৰ্বাচনৰ তাৰিখ ঘোষণাৰ পিছতো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত কিয় এতিয়ালৈকে আসনৰ বুজাবুজি হোৱা নাই, সেই কথাটোৱেহে আমাক আচৰিত কৰিছে। একলগে নিৰ্বাচন নেখেলিলে কেৱল দুয়োটা দলৰে নহয়, সমগ্ৰ বিৰোধী জোঁটটোৰে যে ক্ষতি হ’ব, সেই সাধাৰণ কথাটো এই দুয়োটা দলে কিয় এতিয়ালৈকে বুজা নাই ? কংগ্ৰেছ আৰু ৰাইজৰ দলৰ প্ৰতি আমাৰ অনুৰোধ -বিজেপিক অসমৰ পৰা উৎখাত কৰাৰ স্বাৰ্থতে দলীয় স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ এক ঐক্যমতত উপনীত হওক। মাত্ৰ এটা কি দুটা সমষ্টিত হোৱা মতানৈক্যই আলোচনাত অচলাৱস্থা সৃষ্টি কৰাটো অতি পৰিতাপৰ কথা। আমি আশা কৰিছোঁ কংগ্ৰেছ আৰু ৰাইজৰ দলে আমাৰ এই অনুৰোধলৈ সঁহাৰি জনাই শীঘ্ৰেই এক ঐক্যমতত উপনীত হ’ব আৰু অসমৰ বিজেপি বিৰোধী ৰাইজক নিৰ্বাচনৰ প্ৰাকক্ষণত এক আশাৰ বতৰা দিব।

অসম নাগৰিক সন্মিলনৰ মুকলি পত্ৰ খনৰ স্বাক্ষৰ কৰা ৰাজ্যৰ বিশিষ্ট লেখক- বুদ্ধিজীৱিসকল হ’ল ক্ৰমে-

১. ড: হীৰেন গোহাঁই (গুৱাহাটী), ২. ড:নগেন শইকীয়া (ডিব্ৰুগড়), ৩. ড:হৰেকৃষ্ণ ডেকা (গুৱাহাটী),৪. থমাছ মেনামপৰমপিল (গুৱাহাটী), ৫. অজিত কুমাৰ ভূঞা (গুৱাহাটী), ৬. অপূৰ্ব শৰ্মা (গুৱাহাটী), ৭. ড° পৰমানন্দ মহন্ত (ডিব্ৰুগড়), ৮. ড° জ্যোতিপ্ৰসাদ চলিহা (তিনিচুকীয়া), ৯. পৰেশ মালাকাৰ (গুৱাহাটী), ১০. আব্দুল মান্নান (গুৱাহাটী), ১১. শান্তনু বৰঠাকুৰ (গুৱাহাটী), ১২. ড° তপোধীৰ ভট্টাচাৰ্য (শিলচৰ), ১৩. লোকনাথ গোস্বামী (গুৱাহাটী), ১৪. ধীৰেন্দ্ৰ নাথ শইকীয়া (গুৱাহাটী), ১৫. লক্ষ্মীনাথ তামুলী (গুৱাহাটী), ১৬. ডা° তৌফিকুৰ ৰহমান বৰবৰা (গুৱাহাটী), ১৭. ড° অৰূপা পটংগীয়া কলিতা (টংলা), ১৮. প্ৰভাত বৰা (নগাঁও), ১৯. জ্ঞান পূজাৰী (কলাবাৰী), ২০. ড° পদ্মপাণি (গুৱাহাটী), ২১. হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি (যোৰহাট), ২২. অজিত চন্দ্ৰ তালুকদাৰ (গুৱাহাটী), ২৩. সীতানাথ লহকৰ (গুৱাহাটী), ২৪. ডা° জীৱন দত্তবৰুৱা (গুৱাহাটী), ২৫. দীপক গোস্বামী (গুৱাহাটী), ২৬. সমীৰ তাঁতী (গুৱাহাটী), ২৭. ড° ইন্দ্ৰাণী দত্ত (গুৱাহাটী), ২৮. ৰশ্মী গোস্বামী (শ্বিলং), ২৯. ড° মনীষা বেহেল (গুৱাহাটী), ৩০. ৰাণী গোহাঁই (গুৱাহাটী), ৩১. যশোময়ী দেৱী (গুৱাহাটী), ৩২. জুনু বৰা (গুৱাহাটী), ৩৩. ৰবীন দত্ত (গুৱাহাটী), ৩৪. ড° পৰমানন্দ মজুমদাৰ (গুৱাহাটী), ৩৫. ডা° হাফিজ আহমেদ (গুৱাহাটী), ৩৬. ৰাজেন কলিতা (টংলা), ৩৭. জ্ঞানেন বৰকাকতী (গুৱাহাটী), ৩৮. নীলিম কুমাৰ (গুৱাহাটী), ৩৯. কেশৱ শইকীয়া (গুৱাহাটী), ৪০. শিৱানন্দ চৌধুৰী (গুৱাহাটী) আৰু ৪১. সঞ্জয় কুমাৰ তাঁতী (তেজপুৰ), ৪২. মনোৰম গগৈ (গুৱাহাটী), ৪৩. হেমন্ত দাস (গুৱাহাটী), ৪৪. শংকৰ শইকীয়া (দদৰা), ৪৫. নীলিমা ঠাকুৰীয়া হক (গুৱাহাটী), ৪৬. জুৰী বৰা বৰগোহাঞি (ডিব্ৰুগড়), ৪৭. সবিতা লহকৰ (ৰঙিয়া), ৪৮. গীতা ৰাণী ভট্টাচাৰ্য (গুৱাহাটী), ৪৯. উদয়ন বিশ্বাস (গুৱাহাটী), ৫০. উজ্জ্বল ভৌমিক (গুৱাহাটী), ৫১. ৰিপুঞ্জয় গগৈ (গুৱাহাটী), ৫২. প্ৰণৱজ্যোতি ডেকা (গুৱাহাটী), ৫৩. মছফিকা বেগম (গুৱাহাটী), ৫৪. সুপৰ্ণা লাহিড়ী বৰুৱা (গুৱাহাটী), ৫৫. মঞ্জিৰা ৰাজখোৱা (গুৱাহাটী), ৫৬. ডা° ভৱেশ ভাগৱতী (গুৱাহাটী), ৫৭. ডা° অনিল কুমাৰ চৌধুৰী (গুৱাহাটী), ৫৮. নজিবুদ্দিন আহমেদ (গুৱাহাটী), ৫৯. নীৰেন ঠাকুৰীয়া (গুৱাহাটী), ৬০. জয়ন্ত বৰগোহাঁই (গুৱাহাটী), ৬১. দীপক কুমাৰ সাহা (গুৱাহাটী), ৬২. ৰঞ্জিত মহন্ত (গুৱাহাটী), ৬৩. ড° গৌতম বৰা (তেজপুৰ), ৬৪. বংশীধৰ বেজবৰুৱা (গুৱাহাটী), ৬৫. সিদ্ধেশ্বৰ দাস (তেজপুৰ), ৬৬. দুদুলমণি শৰ্মা (গুৱাহাটী), ৬৭. উমেশ গোস্বামী (গুৱাহাটী), ৬৮. তিলক মহন (গুৱাহাটী), ৬৯. ভূপেন্দ্ৰ নাথ দাস (গুৱাহাটী), ৭০. মছদ্দৰ হুছেইন (গুৱাহাটী),৭১. প্ৰদীপ কুমাৰ বৈশ্য (গুৱাহাটী), ৭২. ড° ভূপেন শৰ্মা (গুৱাহাটী), ৭৩. অবনী কুমাৰ সূত্ৰধৰ (গুৱাহাটী), ৭৪. সমীন্দ্ৰ হুজুৰী (গুৱাহাটী), ৭৫. বিপুল দেৱ শৰ্মা (গুৱাহাটী), ৭৬. কমলেশ গুপ্তা (গুৱাহাটী), ৭৭. ড° ধীৰেশ্বৰ তালুকদাৰ (গুৱাহাটী), ৭৮. ড° প্ৰণৱ তালুকদাৰ (গুৱাহাটী), ৭৯. মুজিবুৰ ৰহমান (গুৱাহাটী), ৮০. নাৰায়ণ ডেকা (গুৱাহাটী) আৰু ৮১. গুণীন চৌধুৰী (গুৱাহাটী), ৮২. গৰ্গ তালুকদাৰ (গুৱাহাটী), ৮৩. ড° মধুমিতা তালুকদাৰ (গুৱাহাটী), ৮৪. এহচান হাজৰিকা (গুৱাহাটী), ৮৫. ড° প্ৰদীপ বৰুৱা (গুৱাহাটী), ৮৬. ড° কল্যাণী বৰুৱা (গুৱাহাটী), ৮৭. ৰূপালীম দত্ত (গুৱাহাটী), ৮৮. পূৰবী শইকীয়া (গুৱাহাটী), ৮৯. লয়নু দাস কলিতা (গুৱাহাটী), ৯০. ৰেজা মাহমুদ (যোৰহাট), ৯১. সুব্ৰত তালুকদাৰ (গুৱাহাটী), ৯২. পূৰবী শইকীয়া কলিতা (গুৱাহাটী), ৯৩. স্বপ্নালী নাথ (গুৱাহাটী), ৯৪. পক্ষীৰাজ ৰাভা (পলাশবাৰী), ৯৫. অমূল্য খাটনিয়াৰ (তিনিচুকীয়া), ৯৬. ৰমণী মোহন দাস (গুৱাহাটী), ৯৭. প্ৰণৱ আচাৰ্য (গুৱাহাটী), ৯৮. শৈলেন বৰকটকী (গুৱাহাটী), ৯৯. দেৱজিৎ চৌধুৰী (গুৱাহাটী), ১০০. জিয়াউদ্দিন মুনাৰুল হক (গুৱাহাটী), ১০১. ড° ৰেকিবুদ্দিন আহমেদ (গুৱাহাটী), ১০২. ড° বেগম বিলকিছ বানু (গুৱাহাটী), ১০৩. প্ৰভাত দাস পানিকা (ওদালগুৰি), ১০৪. ড° দেৱব্ৰত শৰ্মা (যোৰহাট), ১০৫. প্ৰমোদ মহন্ত (যোৰহাট), ১০৬. ত্ৰিদীপ দত্ত (যোৰহাট), ১০৭. মহেন্দ্ৰ খনিকৰ (যোৰহাট), ১০৮. দিলীপ বৰদলৈ (যোৰহাট), ১০৯. ড° গোলাপ ডেকা (যোৰহাট), ১১০. দ্বীপেন কাকতি (যোৰহাট), ১১১. মৃদুল কুমাৰ বৰা (যোৰহাট), ১১২. নিৰঞ্জন মহন্ত (যোৰহাট), ১১৩. শিৱদাস ভট্টাচাৰ্য (যোৰহাট), ১১৪. তৌফিকুল হুছেইন (যোৰহাট), ১১৫. আব্দুছ চালাম (নগাঁও), ১১৬. চামচুল বাৰিক (শিৱসাগৰ), ১১৭. নেকিবুল ইছলাম (মৰিয়নী), ১১৮. ড° অহিজুদ্দিন শ্বেখ (গোৱালপাৰা), ১১৯. নাৰায়ণ দেৱনাথ (লংকা) আৰু ১২০. অমৰেন্দ্ৰ নাথ শৰ্মা (নগাঁও), ১২১. জ্যোতিৰ্ময় জানা (নগাঁও), ১২২. জয়গোবিন্দ শইকীয়া (লংকা), ১২৩. ফয়জুল হক (হোজাই), ১২৪. নেৱাজ আহমেদ (হোজাই), ১২৫. ৰুহুল আমিন (হোজাই), ১২৬. ৰজত দত্ত (হোজাই), ১২৭. হুমায়ুন কবীৰ (মিৰ্জা), ১২৮. গোবিন্দ ৰাভা (পলাশবাৰী), ১২৯. আদিত্য ৰাভা (পলাশবাৰী), ১৩০. গজেন ৰাভা (পলাশবাৰী), ১৩১. ইন্দ্ৰেশ্বৰ ৰাভা (পলাশবাৰী), ১৩২. অৰুণ দিয়া (পলাশবাৰী), ১৩৩. নীলমণি শৰ্মা (পলাশবাৰী), ১৩৪. কমল ৰাভা (পলাশবাৰী), ১৩৫. ৰুদ্ৰেশ্বৰ ৰাভা (পলাশবাৰী), ১৩৬. ধীৰাজ ৰাভা (পলাশবাৰী), ১৩৭. জগন্নাথ ফুকন (ডিব্ৰুগড়), ১৩৮. সোণেশ্বৰ নৰহ (বোকাখাত), ১৩৯. ৰাতুল মহন্ত (তিতাবৰ), ১৪০. উত্তম দুৱৰা (তিনিচুকীয়া), ১৪১. আবু বক্কৰ ছিদ্দিক (বৰপেটা), ১৪২. দেৱান আব্দুছ ছাত্তাৰ (বৰপেটা), ১৪৩. আজহাৰুল ইছলাম (ধুবুৰী), ১৪৪. জগন্নাথ ভকত (ধুবুৰী), ১৪৫. ইব্ৰাহিম আলী (ধুবুৰী), ১৪৬. ৰাণাপ্ৰসাদ হাজৰিকা (বিশ্বনাথ চাৰিআলি), ১৪৭. ৰাজকুমাৰ শৰ্মা (তিনিচুকীয়া), ১৪৮. বংকিম গগৈ (তিনিচুকীয়া), ১৪৯. শৰৎ নেওগ (ডিব্ৰুগড়), ১৫০. অপৰ্ণা বৰা (ডিব্ৰুগড়), ১৫১. পূৰ্ণকান্ত কাকতি (তিনিচুকীয়া), ১৫২. পুষ্পা কুজুৰ (ডিব্ৰুগড়), ১৫৩. ফিলিপ পূৰ্তি (ডিব্ৰুগড়), ১৫৪. দেবানন্দ মেদক (লক্ষীমপুৰ), ১৫৫. শৈলেশ ধানোৱাৰ (ডিব্ৰুগড়), ১৫৬. মুকুল কলিতা (ৰঙিয়া), ১৫৭. গজেন কলিতা (গুৱাহাটী), ১৫৮. দিলীপ বৰা (গুৱাহাটী), ১৫৯. কিশোৰ কুমাৰ কলিতা (গুৱাহাটী), ১৬০. পৰেশ বৰুৱা (গুৱাহাটী), ১৬১. মনমোহন ৰাজবংশী (গুৱাহাটী), ১৬২. বিশ্বজিৎ দাস (কৰিমগঞ্জ), ১৬৩. চন্দন চক্ৰৱৰ্তী (কৰিমগঞ্জ), ১৬৪. ইমাদ হুছেইন লস্কৰ (কাছাৰ), ১৬৫. কাশ্যপ চৌধুৰী (গুৱাহাটী), ১৬৬. দীপক চক্রৱর্তী (শিলচৰ), ১৬৭. ড০ তাৰা নন্দী মজুমদাৰ (শিলচৰ), ১৬৮. ড০ স্বপ্না ভট্টাচার্য (শিলচৰ), ১৬৯. অতীন দেৱ চৌধুৰী (শিলচৰ) আৰু ১৭০. ৰাহুল দাসগুপ্ত (শিলচৰ), ১৭১. ড° বন্দিতা গোস্বামী শইকীয়া (তিতাবৰ)।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AKHIL GOGOIAsom Nagarik SanmilonDr.Hiren GohainRaijor DalSpl Latter
publisher

publisher

Related Posts

Helicopter crash in East Nepal:পূব নেপালৰ খোটাঙত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা
International

Helicopter crash in East Nepal:পূব নেপালৰ খোটাঙত ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা

March 18, 2026
পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!
News

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

March 18, 2026
“ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ
India

“ডিগ্ৰী আছে, কিন্তু চাকৰি নাই!”—ভাৰতত উচ্চশিক্ষিত যুৱকৰ নিৱনুৱাক লৈ গভীৰ উদ্বেগ

March 18, 2026
BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !
News

BJP Candidate List:আজিয়েই ঘোষণা হ’ব পাৰে বিজেপিৰ ৮৯ জনীয়া প্ৰাৰ্থী তালিকা !

March 18, 2026
Guwahati: নিউ গুৱাহাটীৰ পৰা বিজেপিৰ টিকট নোপোৱাটো নিশ্চিত হোৱাৰ পিছত দলত্যাগৰ বাবে সাজু জ্যেষ্ঠ নেতা শান্তনু ভৰালী !
News

Guwahati: নিউ গুৱাহাটীৰ পৰা বিজেপিৰ টিকট নোপোৱাটো নিশ্চিত হোৱাৰ পিছত দলত্যাগৰ বাবে সাজু জ্যেষ্ঠ নেতা শান্তনু ভৰালী !

March 18, 2026
Nagaon:দিল্লীত প্রদ্যুৎ বৰদলৈয়ে গেৰুৱাবসন পিন্ধাৰ পিছতে নগাঁৱৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ
News

Nagaon:দিল্লীত প্রদ্যুৎ বৰদলৈয়ে গেৰুৱাবসন পিন্ধাৰ পিছতে নগাঁৱৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ

March 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d