Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

চুবুৰীয়া নেপালী-পাকিস্তানীতকৈও অসুখী ভাৰতীয়সকল

publisher by publisher
March 22, 2026
in News, International
Reading Time: 1 min read
0
চুবুৰীয়া নেপালী-পাকিস্তানীতকৈও অসুখী ভাৰতীয়সকল
1
SHARES
14
VIEWS
ShareShareShareShare

ভাৰতীয়সকলৰ সুখ-সন্তুষ্টি হ্রাস পাইছে নেকি? বহুতে সুখ-দুখৰ মাজতে জীৱনক লৈ সন্তুষ্টি প্রকাশ কৰিলেও সামগ্রিকভাৱে ভাৰতীয়সকল অসুখী হোৱাৰ ইংগিত আকৌ স্পষ্ট হৈছে। চলিত ২০২৬ৰ বিশ্বৰ সুখ প্ৰতিবেদনত ভাৰতে ১১৬ সংখ্যক স্থানহে লাভ কৰিছে।

ADVERTISEMENT

অর্থাৎ ভাৰতীয়সকলতকৈ বিশ্বৰ ১১৫ খন দেশৰ লোক অধিক সুখী। বিশ্বখ্যাত অক্সফ’র্ড বিশ্ববিদ্যালয়ৰ ৱেলবিং ৰিছাৰ্চ চেণ্টাৰে গল-আপ আৰু ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়ন সমাধান নেটৱৰ্কৰ সহযোগত প্ৰকাশ কৰা এই প্রতিবেদনত আর্থিক অসমতা, সামাজিক সকাহ, জনমূৰি জিডিপি আদিক লক্ষ্য কৰি বিভিন্ন দেশক সুখ সূচকাংকত স্থান দিয়া হয়।

RelatedPosts

পাকিস্তানৰ প্ৰায় ৮০ শতাংশ পুৰুষ সমকামী!

বৈশাখী উদযাপনত ২,৮০০-তকৈ অধিক ভাৰতীয় তীৰ্থযাত্ৰীক ভিছা মঞ্জুৰ পাকিস্তানৰ

পাকিস্তানত পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি

উল্লেখ্য যে সম্প্রতি ভাৰতৰ আৰ্থিক অসমতা হৈছে ৯২। একেদৰে সামাজিক সকাহৰ দিশৰ পৰা স্থান ১২৩ আৰু জনমূৰি দিশৰ পৰা জিডিপিৰ স্থান ৮৯। অর্থনীতিবিদসকলে জনমূৰি জিডিপিকহে এখন দেশ বা ৰাজ্যৰ উন্নয়নৰ প্ৰকৃত মাপকাঠি আখ্যা দিয়ে।

এই ক্ষেত্রত ভাৰতৰ অৱস্থা শোচনীয় দেখা গৈছে। একেদৰে দেশত ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধান বৃহৎ হাৰত বৃদ্ধি পাইছে। ফলত আর্থিক অসমতাই ৯২ক স্পৰ্শ কৰিছে। এনে কাৰকে সুখ সূচকাংকত ভাৰতৰ স্থান নিম্নগামী কৰি ৰাখিছে।

অৱশ্যে যোৱা বছৰতকৈ এইবাৰ সুখ প্রতিবেদনত দুটা স্থান উন্নীত হয় ভাৰতৰ। যোৱা বছৰ এই প্ৰতিবেদনত দেশৰ স্থান ১১৮ আছিল। আশ্চর্যজনক যে উক্ত প্রতিবেদনত ভাৰতীয়সকলতকৈ পাকিস্তানী আৰু নেপালীসকলক অধিক সুখী বুলি কোৱা হৈছে।

কাৰণ প্রতিবেদনখনত দুই চুবুৰীয়া দেশ নেপালে ৯৯ সংখ্যক আৰু পাকিস্তানে ১০৪ সংখ্যক স্থান লাভ কৰিছে। অৱশ্যে যোৱা বছৰ এই প্রতিবেদনত নেপালৰ স্থান ৯২ আছিল। গতিকে এই ক্ষেত্রত এই বছৰ দেশখনৰ অৱস্থাৰ অৱনতি ঘটে। ফলত এবছৰৰ ভিতৰতে দেশখনৰ স্থান অৱনমিত হৈ ৯৯ হৈছে।

আনহাতে, পাকিস্তানৰ স্থান এইবাৰ পাঁচ ঘৰ উন্নীত হয়। কাৰণ যোৱা বছৰ এই প্ৰতিবেদনত দেশখনৰ স্থান ১০৯ আছিল। অৱশ্যে ভাৰতৰ আন দুখন প্রতিবেশী দেশ শ্রীলংকা আৰু বাংলাদেশৰ স্থান ভাৰততকৈ তলত। প্রতিবেদনখনত দ্বীপৰাষ্ট্ৰ শ্রীলংকাই ১৩৪ আৰু বাংলাদেশে ১২৭ সংখ্যক স্থান লাভ কৰিছে।

একেদৰে ভাৰতৰ আন এখন প্রতিবেশী দেশ ম্যানমাৰে তালিকাখনত ১২৯ সংখ্যক স্থান দখল কৰিছে। অৱশ্যে যোৱা বছৰৰ এই তালিকাত ম্যানমাৰৰ স্থান ১৩৬ সংখ্যক আছিল। অর্থাৎ প্রতিবেদনখনত এইবাৰ দেশখনৰ সাতটা স্থান উন্নীত হয়। ভাৰতৰ আন এখন চুবুৰীয়া দেশ চীনে এইবাৰ প্রতিবেদনখনত ৬৫ সংখ্যক স্থান লাভ কৰিছে। যোৱা বছৰতকৈ দেশখনৰ তিনিটা স্থান উন্নীত হয়।

উল্লেখ্য যে আন্তর্জাতিক সুখ দিৱসৰ দিনা অর্থাৎ প্রতি বছৰে ২০ মাৰ্চত বিশ্ব সুখ প্রতিবেদন প্রকাশ পায়। এইবাৰৰ প্রতিবেদন ১৪০ খনৰো অধিক দেশক সামৰি প্ৰস্তুত কৰা হৈছে। এইবাৰৰ তালিকাখনত বিশ্বৰে সবাতোকৈ সুখী দেশৰ স্থান দখল কৰিছে ফিনলেণ্ডে। তাৰ পাছতে ডেনমার্ক, আইচলেণ্ড, ছুইডেন, নৰৱে আদি দেশে স্থান লাভ কৰিছে।

লক্ষ্যণীয়ভাবে বিশ্ব জনসংখ্যাৰ তেনেই নগণ্য সংখ্যকহে এই দেশসমূহত বাস কৰে। অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ এমুঠিমানহে সুখী। তালিকাখনত এইবাৰো সবাতোকৈ শেষত স্থান লাভ কৰিছে যুদ্ধ-সংঘাত বিধ্বস্ত আফগানিস্তানে। লক্ষ্যণীয়ভাৱে বিশ্বৰে সৰ্ববৃহৎ শক্তি বুলি চিহ্নিত আমেৰিকা যুক্তৰাষ্ট্ৰই এই প্রতিবেদনত ২৪ সংখ্যক স্থানহে দখল কৰিবলৈ সক্ষম হৈছে। একেদৰে ৰাছিয়াই ৭৯ সংখ্যক স্থান দখল কৰিছে। এই বার্ষিক প্রতিবেদন প্রস্তুতত বহু সংখ্যক গৱেষক জড়িত হৈ আছে। প্রতিবেদনখন প্রস্তুত কৰোতে গৱেষকসকলে বিভিন্নজনৰ মতামতো গ্রহণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: NepalPakistan
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d