Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ধনৰ লেনদেন সম্পৰ্কীয় এইবোৰ নিয়ম জানেনে?

publisher by publisher
March 23, 2026
in Lifestyle
Reading Time: 1 min read
0
ধনৰ লেনদেন সম্পৰ্কীয় এইবোৰ নিয়ম জানেনে?
2
SHARES
24
VIEWS
ShareShareShareShare

কেন্দ্ৰীয় চৰকাৰে ক’লা ধন নিয়ন্ত্ৰণ কৰিবলৈ সময়ে সময়ে নগদ লেনদেনৰ ওপৰত একাধিক সীমা নির্ধাৰণ কৰি আহিছে। এই সীমা পাৰ কৰিলেই আয়কৰ বিভাগৰ তৰফৰ পৰা যিকোনো ব্যক্তি বা সংস্থালৈ যিকোনো মুহূৰ্ততে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হ’ব পাৰে।

ADVERTISEMENT

যদি কোনো ভাৰতীয় নাগৰিকে এই সীমাৰ বাহিৰত নগদ ধন দিয়ে বা লয়, পৰিশোধ কৰা বা প্রাপ্ত কৰা পৰিমাণৰ ওপৰত এশ শতাংশ পর্যন্ত জৰিমনা আৰোপ কৰা হ’ব পাৰে। আহকচোন এই বিষয়ে জানো…

RelatedPosts

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

আয়কৰ আইন অনুসৰি, আমাৰ দেশত এজন ব্যক্তিয়ে এদিনত বা এবাৰত দুই লাখ টকাৰ অধিক নগদ লেনদেন কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে, যদি কোনোবাই একেলগে তিনি লাখ টকাৰ গহনা ক্রয় কৰে, তেন্তে তেওঁ চেক, ক্রেডিট কার্ড, ডেবিট কার্ড বা বেংক স্থানান্তৰৰ জৰিয়তেহে বিল পৰিশোধ কৰিব পাৰে।

পৰিয়ালৰ সদস্য এজনৰ পৰা টকা লোৱাৰ সময়তো এই একেই নিয়ম অনুসৰণ কৰিব লাগে। উচ্চ মূল্যৰ লেনদেনৰ বাবে নগদ ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ, চৰকাৰে ধাৰা ২৬৯ এছটিৰ অধীনত দুই লাখ টকাৰ অধিক নগদ ধন গ্রহণ নিষিদ্ধ কৰিছে।

ইয়াৰ অৰ্থ হৈছে যে ব্যক্তি এজনে এদিনত নিজৰ নিকট আত্মীয়ৰ পৰাও আনকি দুই লাখ টকাতকৈ অধিক নগদ ধন ল’ব নোৱাৰিব।

যদি কোনোবাই এই নিয়ম ভংগ কৰি দুই লাখতকৈ অধিক নগদ ধন লয়, তেনেহ’লে প্রাপ্ত পৰিমাণৰ সমান জৰিমনা পৰিশোধ কৰিব লাগিব।

ইয়াৰ বাহিৰেও, আন কে’বা প্ৰকাৰৰো বিত্তীয় লেনদেন আছে, য’ত নিয়ম ভংগ কৰিলে আয়কৰ বিভাগৰ জাননীৰ সন্মুখীন হ’ব লাগে। তাৰে ভিতৰত প্ৰথমটো হৈছে ক্রেডিট কার্ডৰ বিল পৰিশোধৰ নিয়ম। যদি কোনো ব্যক্তিয়ে এক লাখ বা তাতকৈ অধিক, অথবা ১০ লাখ বা তাতকৈ অধিক ক্রেডিট কার্ডৰ বিলৰ নগদ ধন পৰিশোধ কৰে তেন্তে কেন্দ্রীয় প্রত্যক্ষ কৰ ব’ৰ্ডক অৱগত কৰিব লাগিব। অন্যথা নিয়ম ভংগৰ জৰিমনা ভৰিব লাগিব।

এটা নির্দিষ্ট বিত্তীয় বৰ্ষৰ ভিতৰত বেংক একাউণ্টত জমা থ’ব পৰা ধনৰ সীমাও ১০ লাখ টকা। এই পৰিমাণতকৈ অধিক নগদ ধন জমা হ’লেও আয়কৰ বিভাগে জাননী দিব পাৰে।

কোনোবাই যদি কোনো মাটি বা ঘৰ ক্ৰয় বা বিক্ৰী কৰে আৰু সেই ক্ষেত্ৰত টকাৰ পৰিমাণ নগদ ৩০ লাখতকৈ অধিক হয়, তেন্তে আয়কৰ বিভাগক অৱগত কৰিব লাগিব। অন্যথা নিয়ম ভংগৰ জৰিমনা ভৰিব লাগিব।

শ্বেয়াৰ, বণ্ড, মিউচুৱেল ফাণ্ড আৰু ডিবেঞ্চাৰত বিনিয়োগ কৰাযদি কোনো কৰদাতাই কোনো এটা বিত্তীয় বৰ্ষৰ ভিতৰত দুই লাখ টকাতকৈ অধিক নগদ লেনদেন কৰে, তেন্তে সেইক্ষেত্ৰতো আয়কৰ কর্তৃপক্ষক জনোৱা উচিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

April 24, 2026
ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়
Lifestyle

ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

April 24, 2026
ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d