Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক

সংসদ ভৱন কমপ্লেক্সত অনুষ্ঠিত হ’ব বৈঠক, বৈঠকত প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিৰ দাবী কংগ্ৰেছৰ

publisher by publisher
March 25, 2026
in India
Reading Time: 1 min read
0
All Party meeting in New Delhi:ইৰাণ বিষয়ক লৈ আজি নতুন দিল্লীত সৰ্বদলীয় বৈঠক
1
SHARES
14
VIEWS
ShareShareShareShare

All Party meeting in New Delhi:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–পশ্চিম এছিয়া (ইৰাণ) সংকটৰ সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰে এখন গুৰুত্বপূৰ্ণ সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। এই বৈঠকত শক্তি সুৰক্ষা, খাৰুৱা তেলৰ যোগান, উপসাগৰীয় দেশসমূহত ভাৰতীয়ৰ সুৰক্ষা, আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে আলোচনা কৰা হ’ব।

ADVERTISEMENT

একেদৰে বৈঠকত সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰা আৰু এই আন্তঃৰাষ্ট্ৰীয় সংকটৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় ঐকমত্য গঢ়ি তোলা। বুধবাৰে সন্ধিয়া ৫ বজাত দেশৰ ৰাজধানীৰ সংসদ ভৱন কমপ্লেক্সত অনুষ্ঠিত হ’ব এই বৈঠক।

RelatedPosts

IOCL Pressmeet:ইন্ধনৰ নাটনি, সাম্প্ৰতিক পৰিৱেশক লৈ আইঅচিৰ সংবাদমেল

Tennis Icon Leander Paes joins BJP: বিজেপিত যোগদান কৰিলে কিংবদন্তি টেনিছ খেলুৱৈ লিয়েণ্ডাৰ পেজে

Guwahati:মহানগৰীত নাটনি হোৱা পেট্ৰ’ল-ডিজেল সন্দৰ্ভত তিনিটা কোম্পানীৰ স্পষ্টীকৰণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বৈঠকৰ অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, গৃহমন্ত্ৰী অমিত শ্বাহ, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি আন জ্যেষ্ঠ মন্ত্ৰীসকলো উপস্থিত থাকিব। সকলো ডাঙৰ ৰাজনৈতিক দলৰ পৰা প্ৰতিনিধি সদনৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। কিন্তু লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে হয়তো এই বৈঠকত উপস্থিত নথকাৰ সম্ভাৱনা ব্যক্ত কৰিছে কংগ্ৰেছ শীৰ্ষ সূত্ৰই ৷

উল্লেখ্য যে ৰাহুল গান্ধীয়ে কেৰালাম ভ্ৰমণৰ কথা আছিল যদিও মঙলবাৰে নিশা মাতৃ ছোনিয়া গান্ধী হঠাৎ অসুস্থ হৈ পৰাত ৰাহুল গান্ধীয়ে ভ্ৰমণ বাতিল কৰি মাতৃৰ কাষত আছে ৷

উল্লেখ্য যে সৰ্বদলীয় সভাত আলোচ্য হ’বলগীয়া মূল বিষয় সমূহ হ’ল মুলত:মধ্য প্ৰাচ্য যুদ্ধই ভাৰতৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ প্ৰতি অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। খাৰুৱা তেল, প্ৰাকৃতিক গেছ (এল পি জি), আৰু কৃষি সাৰৰ যোগান শৃংখল বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ, কিয়নো ভাৰতে নিজৰ শক্তিৰ প্ৰয়োজনীয়তাৰ এক উল্লেখযোগ্য অংশ এই যুদ্ধবিধ্বস্ত অঞ্চলৰ পৰা আমদানি কৰে। উপসাগৰীয় দেশসমূহত প্ৰায় এক কোটি ভাৰতীয়ই কাম কৰে। তাত বাস কৰা নাগৰিকসকলৰ সুৰক্ষা আৰু খালী কৰাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা হ’ব পাৰে। হৰমুজ জলদ্বীপত বাণিজ্যিক জাহাজ চলোৱাত ব্যাঘাত জন্মাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ওপৰত প্ৰভাৱ কমোৱাৰ ব্যৱস্থাৰ বিষয়েও আলোচনা হ’ব পাৰে।

মনকৰিবলগীয়া যে, মঙলবাৰে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত দিয়া বক্তব্যৰ পিছতে বিৰোধীয়ে এই বিষয়ত সৰ্বদলীয় বৈঠকৰ দাবী জনাইছিল। কংগ্ৰেছৰ লগতে আন কেইবাটাও বিৰোধী দলে পশ্চিম এছিয়াৰ যুদ্ধ আৰু ভাৰতত ইয়াৰ প্ৰভাৱ সন্দৰ্ভত চৰকাৰক অহৰহ প্ৰশ্ন উত্থাপন কৰি আহিছে।

আনহাতে কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠক সন্দৰ্ভত বিৰোধী দলসমূহে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। কংগ্ৰেছ আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ নেতাসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ব্যক্তিগতভাৱে এই গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰিবলৈ দাবী জনাইছে। কংগ্ৰেছৰ সাংসদ অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে চৰকাৰৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰি কয় যে যদিহে কেৱল আনুষ্ঠানিকতাৰ স্বাৰ্থত এই বৈঠক আহ্বান কৰা হৈছিল তেন্তে স্থগিত ৰখাটো ভাল আছিল। ৱাৰিঙে তীক্ষ্ণভাৱে কয় যে যদি চৰকাৰে এই বিষয়টোৰ প্ৰতি গুৰুত্ব আৰোপ কৰে তেন্তে প্ৰধানমন্ত্ৰীয়ে ব্যক্তিগতভাৱে বৈঠকত অংশ গ্ৰহণ কৰিব লাগে। তেওঁৰ অবিহনে এনে বৈঠকৰ কোনো ন্যায্যতা নাথাকে । তেওঁ অভিযোগ কৰে যে দেশৰ বাবে সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেৱল “দুজন বন্ধু”— অমিত শ্বাহ আৰু পি এম মোডীয়েহে লৈছিল।

ইফালে চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাইও প্ৰধানমন্ত্ৰীক সৰ্বদলীয় বৈঠক আহ্বান কৰি সকলো পক্ষৰ মতামত বিচাৰিবলৈ দাবী জনায়। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ উদাহৰণ দি তেওঁ কয়- বাজপেয়ীয়ে প্ৰতিটো ৰাষ্ট্ৰীয় সংকটৰ সময়ত সৰ্বদলীয় বৈঠক আহ্বান কৰিছিল। ইৰাক সংকটেই হওক বা আন কোনো ডাঙৰ বিষয়েই হওক, ৰাজনৈতিক দলৰ সৈতে আলোচনাত তেওঁ বিশ্বাস কৰিছিল। আলোচনাৰ বাবে সাজু নেকি প্ৰধানমন্ত্ৰী মোডী ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Party MeetingMiddle East Warnew delhiPerliament Complexunion govt
publisher

publisher

Related Posts

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
বিয়া ভিডিঅ’ কৰাই হ’ল কাল 
India

বিয়া ভিডিঅ’ কৰাই হ’ল কাল 

April 23, 2026
১২ ঘণ্টাৰ ভিতৰত দুটা যৌন নিৰ্যাতনৰ অভিযোগ— দিল্লীত IRS বিষয়াৰ কন্যাৰ ধৰ্ষণ-হত্যা, 

বোমা বিস্ফোৰণৰ হুমকি— প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীসহ শীৰ্ষ নেতাসকল লক্ষ্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d