Today’s Horoscope:দিনটোৰ ৰাশিফল
মেঘ ৰাশি: আজি নতুন কোন সংযোগত আহুকাল। শৰীৰ মধ্যম। বিবাহৰ যোগ। আর্থিক দিশত টকা-পইচাৰ লেনদেন নিজ হাতেৰ কৰিব। প্ৰেমত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
বৃষ ৰাশি : আজি মাতৃৰ শৰীৰ অশুভ। শুভ কামত আগবাঢ়িব পাৰে। ব্যৱসায়ত মধ্যম। প্রেমত বাধা। শুভ ৰং ৰঙা। সংখ্যা ৯।
মিথুন ৰাশি: আজি সন্তানৰ বাবে চিন্তা। ভ্রমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ। প্রেম বিবাহৰ যোগ। শুভ ৰং নীলা। শুভ ৰং ৪।
কর্কট ৰাশি : আজি কর্মক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ সুযোগ পাব। মামলা মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা। শুভ ৰং মেৰুণ। শুভসংখ্যা ২।
সিংহ ৰাশি – আজি অংশীদাৰী ব্যৱসায়ত উন্নতিৰ যোগ। বিদ্যাত সফলতা লাভ। বন্ধু বৰ্গৰ পৰা সতৰ্ক। প্ৰেমত বিবাহৰ যোগ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
কন্যা ৰাশি: আজি চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা সহায় লাভ। শৰীৰ শুভ। প্ৰেমত কষ্ট। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
তুলা ৰাশি : আজি আর্থিকত খৰছ বৃদ্ধি পাব। বিদ্যাত বাধা। যান-বাহন ক্ৰয়ৰ যোগ। মাতৃৰ শুভ। প্ৰেমত মধ্যম। শুভ ৰং বগা। শুভ সংখ্যা ৩।
বৃশ্চিক: আজি কর্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম। ব্যৱসায়ত সমস্যাৰ সমাধান পাব। প্ৰেমত উৎসাহ। শুভ ৰং ক’লা। শুভসংখ্যা ৭।
ধনু ৰাশি : আজি নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পৰ্কে সু-সংবাদ লাভ। বিদ্যাত শুভ। ভ্রমন শুভ। ঘৰুৱাত শুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৫।
মকৰ: আজি ব্যৱসায়ত মধ্যম। শৰীৰৰ প্ৰতি যত্ন ল’ব। সন্তানৰ শুভ। নিবনুৱাসকলৰ কৰ্ম সংস্থাপনৰ যোগ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
কুম্ভ ৰাশি: আজি কামত উৎসাহ পাব। ঘৰুৱা দিশত সহানুভূতি থাকিব। বিদ্যাত বাধা। ব্যৱসায় বাণিজ্যত শুভ। শৰীৰ মধ্যম। শুভ ৰং ক’লা। শুভসংখ্যা ৪।
মীন ৰাশি: আজি কোন সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে। বিদ্যাত ভবামতে ফল নাপাব। শৰীৰ অশুভ। দাম্পত্যত সুখী নহ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।






























