Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

পোৱালিক ৰক্ষাৰ বাবে চহৰৰ চৰাইৰ অস্ত্ৰ চিগাৰেটৰ ফিল্টাৰ

publisher by publisher
April 4, 2026
in world, News
Reading Time: 1 min read
0
পোৱালিক ৰক্ষাৰ বাবে চহৰৰ চৰাইৰ অস্ত্ৰ চিগাৰেটৰ ফিল্টাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

The Great Nest Defence:✒️কংক্রিটৰ জংঘল। চহৰত প্ৰতিদিনে বর্তি থকাৰ সংগ্ৰাম। এই সংগ্রাম কেৱল মানৱৰ মাজতে আবদ্ধ হৈ থকা নাই। বৰঞ্চ সমগ্ৰ জীৱকুলেই চহৰত জীয়াই থকাৰ সংগ্ৰামত ব্রতী হৈ আছে। চহৰত তিষ্ঠি থাকিবলৈ মানুহে প্রতি মুহূর্ততে সংগ্রাম কৰি আছে। ইয়াৰ সমান্তৰালকৈ যুঁজি আছে ক্ষুদ্রাদিক্ষুদ্র প্রাণীবোৰেও।

ADVERTISEMENT

এই জীৱনযুদ্ধত বাচি থাকিবলৈ চহৰৰ পক্ষীবোৰ কিমান তৎপৰ, সেয়া জানিলে সকলোৱেই অবাক হ’ব। চহৰীয়া জীৱনত নিজক স্বাভাৱিক কৰি তোলাত ক্রমাৎ কৌশলী হৈ পৰিছে পক্ষীজগত।

সম্প্রতি একাংশ পক্ষীবিদৰ পর্যবেক্ষণত উঠি আহিছে এনে এক চমকপ্রদ তথ্য। চহৰত বাস কৰা ঘৰচিৰিকা, শালিকা, ফেচু প্রভৃতি সৰু আকাৰৰ চৰাইবোৰে সম্প্ৰতি বাহ সাজিবলৈ ব্যৱহাৰ কৰিছে মানুহে পেলাই দিয়া চিগাৰেটৰ ফিল্টাৰ বা অৱশিষ্টাংশ।

সাধাৰণ দৃষ্টিত ইয়াক পৰিৱেশ প্ৰদূষণৰ ফল বুলিয়েই ধাৰণা হ’ব পাৰে; কিন্তু ইয়াৰ নেপথ্যত আছে চৰাইবোৰৰ এক অদ্ভুত জীয়াই থকাৰ প্ৰবৃত্তি।

বিজ্ঞানীসকলে জনাইছে যে চহৰৰ বুকুত প্রাকৃতিক সুগন্ধিযুক্ত গছলতা বা ভেষজ উপাদানৰ অভাৱ প্রকট হৈছে। গ্রামাঞ্চলত বাস কৰা চৰাইবোৰে সাধাৰণতে পৰজীবী প্রাণী খেদিবলৈ সেই ধৰণৰ শিপা নাইবা গছলতাৰ পাত ব্যৱহাৰ কৰে। চহৰত ইয়াৰ অভাৱ পূৰণ কৰিছে চিগাৰেটৰ টুকুৰাই।

গৱেষণাত দেখা গৈছে যে চিগাৰেটৰ ফিল্টাৰত থকা নিকোটিনে এক প্ৰকাৰৰ প্ৰাকৃতিক কীটনাশকৰ কাম কৰে। ই চৰাইৰ বাহৰ ভিতৰত ক্ষুদ্র কীট, ওকণী, চাঁহি, ওৰহ বা অন্যান্য ক্ষতিকাৰক পৰজীৱীবোৰৰ বংশবৃদ্ধি ৰোধ কৰে।

ফলত পৰজীৱীৰ আক্ৰমণত পোৱালিবোৰ অসুস্থ হোৱাৰ আশংকা বহুখিনি হ্রাস পায়। ‘ছায়েন্টিফিক ৰিপ’ৰ্টছ’ত প্রকাশিত তথ্য অনুসৰি, যিবোৰ বাহত চিগাৰেটৰ টুকুৰা বেছিকৈ থাকে, তাত পৰজীৱীৰ উপদ্ৰৱ তুলনাত বহু কম হয়। কেৱল স্বাস্থ্য সুৰক্ষাই নহয়, তাপমাত্ৰাৰ ভাৰসাম্য বজাই ৰখাতো ই অতি কাৰ্যকাৰী। চিগাৰেটৰ ফিল্টাৰৰ চেলুলোজ ফাইবাৰ বা তন্তুৱে বৰ ভাল অন্তৰকৰ কাম কৰে।

ই নিশাৰ ঠাণ্ডাত বাহৰ ভিতৰ অংশ গৰম কৰি ৰাখে, যিটো পোৱালিবোৰ দ্রুত ডাঙৰ হৈ অহাৰ বাবে অতি জৰুৰী। অৰ্থাৎ, নগৰায়নৰ চাপত শ’লঠেকত পৰা চৰাইবোৰে মানুহৰ বৰ্জনীয় বস্তুকে নিজৰ ‘সুৰক্ষা বৰ্ম’ কৰি তুলিছে।

ইয়াৰ অৱশ্যে বিপৰীত দিশো আছে। নিকোটিনে পৰজীৱী খেদোৱাত সহায় কৰিলেও ইয়াৰ দীর্ঘম্যাদী বিষক্রিয়াই চৰাই পোৱালিৰ শৰীৰৰ কোষৰ ক্ষতি কৰিব পাৰে। গৱেষকৰ দলৰ মতে, ই এক প্ৰকাৰৰ বিৱৰ্তনীয় বুজাবুজি। এফালে পৰজীৱীৰ হাতৰ পৰা তাৎক্ষণিক মুক্তি, আনফালে বিষাক্ত ৰাসায়নিকৰ বিষবৃক্ষ। এই দুটাৰ মাজত ভাৰসাম্য বজাই ৰাখিয়েই তিষ্ঠি আছে চহৰৰ বাস্তুতন্ত্র।

চৰাইবোৰৰ এই আচৰণে প্ৰমাণ কৰে যে সিবোৰ পৰিৱেশৰ স’তে মানি লোৱাত কিমান দক্ষ। চহৰৰ প্ৰদূষিত পৰিৱেশত য’ত স্বাভাৱিক ৰচদৰ অভাৱ, তাত আবৰ্জনাৰ পৰাই সিহঁতে বিচাৰি লৈছে আগন্তুক দিনৰ দিশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: The Great Nest Defence
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d