Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

publisher by publisher
April 6, 2026
in News
Reading Time: 1 min read
0
AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

Re-voting in N.karimganj One Polling Centre:শ্রীভূমিৰ এটা ভোটকেন্দ্রত আজি পুৱাৰে পৰা পুনৰ আৰম্ভ ভোটগ্রহণ

Dilip Saikia Pressmeet:ৰাজ্যত অভিলেখ সংখ্যক ভোটদান হোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন দিলীপ শইকীয়াৰ

AASSIKS:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব ৯ এপ্ৰিলত। সেইদিনা অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলে সচাকৈ বিজেপি ৰাজনৈতিক দলক ভোট প্রদান নকৰিবলৈ সদৌ অসম ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজে আহ্বান জনাইছে।

ADVERTISEMENT

এক বিবৃত্তিত সদৌ অসম ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ নেতৃত্ববৃন্দই যোৰদাৰ ভাৱে দাবী কৰি কৈছে যে বিজেপি দল আৰু চৰকাৰৰ হৈছে এটা সম্প্রদায়িক তথা জনজাতি জাতিদ্রোহী আৰু জাতি ধ্বংসকাৰী ৰাজনৈতিক দল। তেনেক্ষেত্রত এই বিজেপি দল বা চৰকাৰৰ মুখাসিন্ধা দগাবাজ নেতৃত্বৰ লগতে বিধায়ক আৰু মন্ত্ৰী সকলৰ ষড়যন্ত্রমূলক চলাহী কথাত ভুলতে ডুব নাযাবলৈ আহ্বান জনাইছে। কাৰণ যোৱা দহ বছৰ ধৰি অসমত বিজেপি দলৰ চৰকাৰখনে কছাৰী তথা জনজাতি সকলৰ ৰাজনৈতিক সামাজিক অর্থনৈতিক আৰু শৈক্ষিক অধিকাৰ সমূহ বলপূর্বক ভাৱে দমন নীতিৰে কাঢ়ি লোৱাৰ লগতে জাতি মাটি ভেটি ভাষা আৰু ৰীতি নীতিসমূহ দমন নীতিৰে নিঃশেষ কৰাৰ ষড়যন্ত্রমূলক কার্য্যত লিস্ত হোৱা দেখিবলৈ পোৱা যায়।

আনহাতে অসমৰ ট্রাইবেল লেও এও ৰেভিনিও এক্ট ১৮৮৬ চেপ্টাৰ X আইন অনুসৰি আৰু গুৱাহাটী উচ্চ ন্যায়ালয় ৰায়ৰ আদেশ আৰু নির্দেশ অনুসৰি আসম ট্রাইবেল বেল্ট আৰু ব্লক সমূহৰ পৰা অজনজাতি সকলক সম্পূৰ্ণৰূপে উচ্ছেদ কৰাৰ দূৰৈৰ কথা বিজেপি চৰকাৰখনে ৰাজনৈতিক ভাৱে ধ্বংস কৰা উদ্দেশ্যৰে ষড়যন্ত্র মূলক তাৰে অজনজাতি সকলৰ টাই আহোম, মৰাণ, মটক, চুতীয়া আৰু নেপালি সকলক বেআইনীভাৱে সংৰক্ষণ (Protected class) শ্ৰেনীৰ লোক নহয় যদিও কিন্তু বলপূর্বক ভাৱে ছাপ মাৰি ট্রাইবেল বেল্ট আৰু ব্লক সমুহত ভূমি অধিকাৰ প্ৰদান কৰি স্থায়ী ভাৱে থাকিবলৈ সুযোগ আৰু সুবিধা দিয়াটো সঁচাকৈ চৰাচৰ জনজাতি জাতি দ্রোহী ষড়যন্ত্রমূলক লোৱা কাৰ্য্যক কোনো পধ্যেই গ্রহণযোগ্য মানি লোৱা নহব বুলি সকীয়াই দিছে আৰু বিজেপি দলৰ চৰকাৰৰ যে জনজাতি সকলৰ পৰপন্থী ইযে জীয়া প্ৰমাণ। আনহাতে দেখা যায় যে: অসমত সংৰক্ষণ শ্ৰেনীৰ লোক আছে বুলি কলেপ্রকৃততে ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলেই কাৰণ অসমখন কছাৰী তথা জনজাতি সকলৰ মাতৃভূমি আৰু আচল মালিক।

আনহাতে বিবৃতিটোত আকৌ উল্লেখ কৰি কয় যে বাংলাদেশ পৰা অহা মিঞা আৰু হিন্দু বঙালী সকলে যেনেকৈ অসমখনত বেআইনীভারে কলনি পাতি বসবাস কৰি আছে ঠিক সেইদৰে ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা বহিৰাগত হিচাপে আহি অসমত আহি কলনি পাতি বসবাস কৰি থকা অজনজাতি সকলেও বেআইনীভাৱে বলপূর্বক ভাৱে বসবাস কৰি থকা সকল কেতিয়াও অসমীয়া আৰু খিলঞ্জীয়া নহয় যদিও বলপূর্বক ভারে বুলি দাবী কৰি থকাৰ নৈতিক অধিকাৰ নাই। কিন্তু অসমত বসবাস কৰি থকা অজনজাতি সকলে অসমৰ ইতিহাস আৰু ৰাষ্ট্ৰ সংঘৰ নীতি অনুসৰি কেতিয়াও আচল অসমীয়া নহয় আৰু নহয় খিলঞ্জীয়া ততস্বতেও কিন্তু নিলজ্য ও বেআইনীভাৱে অসমীয়া আৰু খিলঞ্জীয়া বুলি সিদ্ধাকৈ শিয়ালে কন্দাৰ নিচিনাকৈ চিঞৰি কথা দেখা গৈছে।

কিন্তু বিজেপি দল আৰু চৰকাৰখনে অসমত বসবাস কৰি থকা মিঞা মুছলমান সকলক বিদেশী বুলি দাবী আছে যদিও বহিষ্কাৰ কৰাৰ সাহস নাই মাথোঁ ভূমি অধিগ্রহণ কৰি ভূমি অধিকাৰ কাঢ়ি লৈছে ঠিক সেইদৰে জনজাতি সকলৰ ৰাজনৈতিক অধিকাৰৰ পৰা জাতি মাটি ভেটি ভাষা আদি কৰি সমুদায় ৰীতি নীতিসমূহৰ অধিকাৰ বলপূর্বক ভাৱে দমন নীতিৰে কাঢ়ি লোৱাৰ ষড়যন্ত্র অব্যাহত আছে।

তেনেক্ষেত্রত জনজাতি সকলে ভুলতেও বিজেপি ৰাজনৈতিক দলৰ প্ৰাৰ্থীক কেতিয়াও ভোট প্রদান কৰিব নালাগে কাৰণ বিজেপি দলৰ চৰকাৰৰ হৈছে সম্পূৰ্ণৰূপে বহিৰাগত আৰু জনজাতি জাতিদ্রোহী I জাতি ধ্বংসকাৰী হিচাপে জনজাতি সকলৰ পূৰ্বপুৰুষৰ অধিকাৰসমূহ ধবংস কৰি থকা বিজেপি দলৰ ও চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে কেতবোৰ জনজাতি সংগঠনৰ লগত জড়িত সকলে নিকৃষ্ট মানসিকতাৰে নেতৃত্ব দায়িত্ব লৈ বিজেপি দলৰ লগত জড়িত হৈ জনজাতি সকলক জাতীয় অস্তিত্বৰ ধবংস কৰাই নহয় বিক্ৰী কৰি খোৱাত দালাল সকল জড়িত থকাৰ পৰা আতৰি অহা উচিত বুলি সকীয়াই দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against bjpassam assembly elaction 2026Press release
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d