Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home world

হ্রদ-মাছকে ধৰি সমগ্র পৰিৱেশতন্ত্ৰক ৰক্ষাৰ চেষ্টা

নিজে খান্দি নৈৰ পথ মোকলালে এখন ৰাজ্যৰ জলব্যৱস্থাপনা কর্তৃপক্ষই: আর্জেন্টিনাৰ ছান লুইছে স্থাপন কৰিলে অনুকৰণীয় দৃষ্টান্ত, ৰক্ষা পালে বানৰ পৰাও

publisher by publisher
April 11, 2026
in world, News
Reading Time: 1 min read
0
হ্রদ-মাছকে ধৰি সমগ্র পৰিৱেশতন্ত্ৰক ৰক্ষাৰ চেষ্টা
1
SHARES
11
VIEWS
ShareShareShareShare

এখন মৃতপ্রায় নৈক নতুন জীবন দান দি আর্জেন্টিনাৰ ছান লুইছত ১৮ হেজাৰ মিটাৰ দৈৰ্ঘ্যৰ নলা খনন সম্পন্ন হ’ল। ৰাজ্যখনৰ জলব্যৱস্থাপনা কর্তৃপক্ষৰ উদ্যোগত বহু হ্রদ, মাছকে ধৰি সমগ্র পৰিৱেশতন্ত্ৰক ৰক্ষাৰ উদ্দেশ্যে এই দীর্ঘ দূৰত্বৰ নলা খনন কৰা হয়। এই নলা সমগ্ৰ ৰাজ্যখনৰ মাজেৰে পাৰ হৈছে।

ADVERTISEMENT

নলা খনন সম্পন্ন হোৱাৰ পাছত বিভিন্ন হ্রদ বা তেনে জল উৎস পুনৰ পানীৰে পৰিপূৰ্ণ হৈছে। এই খননৰ জৰিয়তে ৰিঅ’ ক’নলাৰা নৈৰ পথ ভেটি ধৰা পলস আৰু অলাগতিয়াল গছ-বন আঁতৰোৱা হয়। ফলত বাৰিষা নৈখন ওফন্দি উঠি ওচৰ-পাঁজৰৰ অঞ্চলো প্লাবিত কৰিব নোৱাৰা হৈছে।

RelatedPosts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

ছান লুইছৰ জলব্যৱস্থাপনা কর্তৃপক্ষই এই অসাধ্য সাধন কৰে জনতাৰ সহযোগত বা ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে। এই উদ্দেশ্যে চৰকাৰক সহায় কৰাৰ বাবে স্থানীয় খনি ব্যবসায়ীসকলে বিনামূল্যে নলা খনন কৰোৱায়।

এই নলা খননৰ সময়ত চৰকাৰী কাৰিকৰী অৰ্হতাসম্পন্ন কৰ্মচাৰীসকলে নিৰৱচ্ছিন্ন তদাৰকী আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰে। তেওঁলোকে এই কাৰ্যৰ মান ৰক্ষাৰ দিশো লক্ষ্য কৰি থাকে। এনেদৰে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ ফলত এই অসাধ্য সাধন হোৱাত চৰকাৰৰ বিশেষ ধন ব্যয়ো নহ’ল।

অথচ এই খননৰ জৰিয়তে নৈখনৰ বহু অৱবাহিকাৰ পৰা দ্রুততৰে নৈৰ গতিপথত থকা পলস, বালিৰ দৰে আদি প্রতিবন্ধক স্তৰ আঁতৰোৱা হয়। এই খনন কার্যত জড়িতসকলে নৈৰ গতিপথত প্রতিবন্ধক হৈ থকা শিল, পলস আৰু অদৰকাৰী ঘাঁহ-বন আঁতৰ কৰে।

তদুপৰি খননকাৰীসকলে নৈৰ বুকু অধিক গভীৰ কৰাৰ লগতে পানীৰ সুঁতি পোনপটীয়া কৰে। নৈৰ বুকুৰ খননে এটা জটিল সমস্যা নিৰাময় কৰে। বিগত কিছু বছৰত বাৰিষা নৈৰ দুয়োপাৰে নতুন নতুন পলস, শিল-বালিৰ স্তৰ জমা হয়। ইয়ে পর্যায়ক্রমে নৈৰ জলপ্রবাহৰ গতি হ্রাস কৰে।

ফলত বাৰিষা দুয়োপাৰ বানত উপচি পৰে। নৈৰ গতি এনেদৰে ৰুদ্ধ হোৱাৰ ফলত ৰাজ্যখনৰ কে’বাটাও হ্রদো তৰাং হ’বলৈ ধৰে। নৈখনৰ গতিপথ পুনৰ মোকলোৱাৰ পাছত এই হ্রদসমূহো পানীৰে পৰিপূৰ্ণ হৈছে।

চৰকাৰে প্ৰকাশ কৰা অনুসৰি, লাফিনোৰ আৰু ল’জ টেজ’নেচ নগৰৰ ওচৰত খননকাৰীসকলে নৈখনৰ সুঁতি ৯,৩০০ মিটাৰ দৈর্ঘ্যৰ পৰিমাপত পদ্ধতিগত কৰি তোলে। দীর্ঘকাল ধৰি চোৱা-চিতাৰ অভাৱত নৈখনৰ বুকু অগভীৰ হৈ পৰে।

লক্ষ্যণীয়ভাবে নৈৰ গতিপথ খননৰ প্রতিটো স্থানতে নির্দিষ্ট একোটা কাৰিকৰী পৰীক্ষণৰ প্ৰয়োজন হয়। খনন আৰম্ভ কৰাৰ পূৰ্বে চৰকাৰী কাৰিকৰী বিভাগৰ লোকসকলে পলসৰ গভীৰতা, নৈৰ পানী প্রবাহৰ গাঁথনি আৰু নৈয়ে আগুৰি থকা ভূমিৰ মূল্যায়ন কৰে।

তেওঁলোকে কৰা তদাৰকীৰ জৰিয়তে এয়া নিশ্চিত কৰা হয় যে নৈখন পুনৰ প্ৰবাহিত হ’লে যাতে গৰা আৰু নামনি অঞ্চলৰ পৰিৱেশতন্ত্ৰত ব্যাঘাত নজন্মে। ৰিঅ’ ক’নলাৰা নৈক পুনৰ গতিপথ প্ৰদানৰ এই প্ৰচেষ্টা ৰূপায়ণৰ সময়ত প্রথমটো বৃহৎ প্রত্যাহ্বান আহে যোৱা চাৰি আৰু পাঁচ মাৰ্চত।

কাৰণ উক্ত দুদিনত সংশ্লিষ্ট অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছিল। অৱশ্যে ইয়াক লৈ সংশ্লিষ্টসকল হতাশ নহ’ল। নৈখনৰ সুঁতি পুনৰ খননৰ জৰিয়তে তেওঁলোকে বান প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে এই ৰাজ্যত মার্চতে পূর্বে ভয়ংকৰ বানে দেখা দিছিল। নৈখনৰ সুঁতি পুনৰ মোকলোৱাৰ পাছত এনে বানৰ সমস্যাও দূৰ হৈছে।

লক্ষ্যণীয় যে শেহতীয়াভাবে বিশ্বৰ বহু দেশৰ চৰকাৰে নৈৰ বুকু খননৰ জৰিয়তে বান-খহনীয়া আদি সমস্যা নিৰাময়ৰ কথা কৈ আহিছে। অৱশ্যে এই ক্ষেত্ৰত কেৱল আর্জেন্টিনাৰ এই প্ৰদেশখনেহে সফলতা অর্জন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d