Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

    British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

    তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

    Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তীব্ৰ গৰমে দহিছে মহাৰাষ্ট্ৰ: ৪৪° চেলচিয়াছ স্পৰ্শ তাপমাত্ৰা, জাৰি তাপপ্ৰবাহ সতর্কতা

publisher by publisher
April 16, 2026
in India, News
Reading Time: 1 min read
0
তীব্ৰ গৰমে দহিছে মহাৰাষ্ট্ৰ: ৪৪° চেলচিয়াছ স্পৰ্শ তাপমাত্ৰা, জাৰি তাপপ্ৰবাহ সতর্কতা
2
SHARES
16
VIEWS
ShareShareShareShare

তীব্ৰ গৰমে জুৰুলা কৰিছে মহাৰাষ্ট্ৰ (Maharashtra)। ৰাজ্যখনৰ বহু স্থানত তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলচিয়াছলৈকে বৃদ্ধি পোৱাৰ লগতে একাধিক জিলাত তাপপ্ৰবাহৰ পৰিস্থিতি সৃষ্টি হৈছে।

ADVERTISEMENT

এই পৰিস্থিতিত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে(India Meteorological Department) সতর্কতা জাৰি কৰিছে।

RelatedPosts

বিশ্বত চলিত বৰ্ষৰ তৃতীয় সবাতোকৈ উত্তপ্ত মাহ আছিল জুলাই

উৎকট গৰমে দহিছে সমগ্ৰ উত্তৰ ভাৰত, ছয়খন ৰাজ্যৰ ১৮খন চহৰত তাপ প্ৰবাহৰ সতৰ্কতা!

Heatwave:চলিত মাহত পাব প্ৰচণ্ড গৰমৰ পৰা সকাহ !

ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি, আকোলা(Akola) জিলাত তাপমাত্ৰা ৪৪ ডিগ্ৰী স্পৰ্শ কৰিছে। ইয়াৰ লগতে বিদৰ্ভ আৰু ৰত্নাগিৰি সহ ৰাজ্যখনৰ অধিকাংশ অঞ্চলত তাপমাত্ৰা ক্ৰমে বৃদ্ধি পাইছে।

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, এক মাৰ্চৰ পৰা ১২ এপ্ৰিলৰ ভিতৰত ৰাজ্যখনত মুঠ ১৫ জন লোক হিটষ্ট্ৰোকত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ৰত্নাগিৰি(Ratnagiri) জিলাত ছয়জন , পালঘৰত দুজন আৰু পোনে, ৰায়গড়, নাছিক, নন্দুৰবৰ, জলগাঁও, জালনা আৰু গঢ়চিৰৌলিত একোজনকৈ লোক আক্ৰান্ত হোৱা বুলি জনোৱা হৈছে।

ইফালে, পোনে পৌৰ নিগমৰ তথ্য অনুসৰি, কেৱল এটা মাহতেই ৬০০ জনতকৈ অধিক লোক তীব্ৰ গৰমৰ ফলত অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈছে।

কেৱল মাৰ্চ মাহতেই ১৯খন চিকিৎসালয় আৰু চিকিৎসা কেন্দ্ৰত ৬৫৪ জন ৰোগীয়ে চিকিৎসালয়ত ভৰ্তি হয়, যাৰ ভিতৰত ডিহাইড্ৰেছন, দুৰ্বলতা, এলাৰ্জি, পেশী সংকোচন আৰু মূৰ ঘূৰণিৰ দৰে সমস্যা অধিক দেখা যায়।

বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনসমূহত তাপমাত্ৰা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ১৫ৰ পৰা ১৮ এপ্ৰিললৈ মহাৰাষ্ট্ৰৰ বহু অংশত, ১৬ৰ পৰা ১৮ এপ্ৰিললৈ মৰাঠৱাড়া, ১৫ৰ পৰা ১৯ এপ্ৰিললৈ বিদৰ্ভ(Vidarbha)আৰু ১৫ৰ পৰা ১৭ এপ্ৰিললৈ কোঙ্কন অঞ্চলত তাপমাত্ৰা বৃদ্ধি পাব বুলি সতৰ্ক কৰা হৈছে।

এই পৰিস্থিতিত জনসাধাৰণক অতি প্ৰয়োজনীয় নহ’লে বাহিৰলৈ নাযাবলৈ আৰু পৰ্যাপ্ত পানী গ্ৰহণসহ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Heatwave
publisher

publisher

Related Posts

Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
News

ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান

April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
News

British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক

April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া
News

তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ’চিয়েল মিডিয়া

April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
News

Bikaji Foods Founder Shiv ratan Agarwal Passes Away:’বিকাজী’ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d