Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আঢ়ৈ বছৰ পূৰ্বে সংসদত গৃহীত মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰক

publisher by publisher
April 19, 2026
in India, News
Reading Time: 1 min read
0
আঢ়ৈ বছৰ পূৰ্বে সংসদত গৃহীত মহিলা সংৰক্ষণ আইন কাৰ্যকৰী কৰক
2
SHARES
15
VIEWS
ShareShareShareShare

মহিলাৰ বাবে লোকসভা আৰু বিধানসভাত আসন সংৰক্ষণৰ আঁৰ লৈ ৰাজনৈতিক মুনাফা অৰ্জনৰ উদ্দেশ্যে নৰেন্দ্ৰ মোদী চৰকাৰে কৰা লোকসভাৰ আসন বৃদ্ধিৰ চেষ্টা ওফৰি পৰাৰ পাছত বিৰোধী শিবিৰৰ আক্ৰমণত নামি পৰা বিজেপি নেতৃত্বাধীন এনডিএক তাৎক্ষণিকভাবে প্রত্যাক্রমণ কৰিছে ‘ইন্ডিয়া’ই।

ADVERTISEMENT

শাসকীয় পক্ষই মহিলা বিৰোধী আখ্যা দিয়াৰ পাছতে সমুখ সমৰত নামি পৰা বিৰোধী নেতাসকল কালি এক ৰণকৌশল বৈঠকত মিলিত হয়। এই বৈঠকৰ পাছত কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধীয়ে মোদী চৰকাৰ তথা এনডিএক তীক্ষ্ণ ভাষাৰে প্রত্যাক্রমণ কৰে। সম্প্ৰতি নিম্ন সদনত মোদী চৰকাৰৰ আসন বৃদ্ধি বিধেয়ক ব্যর্থ হোৱা ঘটনাক কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ভাৰতীয় গণতন্ত্ৰৰ এক বৃহৎ জয় বুলি অভিহিত কৰিছে।

RelatedPosts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

তেওঁ কয়, ‘এই ফলাফলে বিৰোধী ঐক্যৰ শক্তিক প্রতিফলিত কৰিছে আৰু শাসকীয় পক্ষৰ ষড়যন্ত্ৰত প্ৰথমবাৰ আঘাত হানিছে।’ লক্ষ্যণীয় যে লোকসভাৰ আসন বৃদ্ধিক লৈ বৃহস্পতিবাৰে হোৱা সদনত বিতৰ্কৰ পাছতে নিশালৈ মহিলাসকলৰ বাবে আসন সংৰক্ষণ সংক্রান্তীয় পুৰণি আইন কার্যকৰী কৰাৰ কথা বিজ্ঞপ্তিযোগে ঘোষণা কৰে কেন্দ্ৰই।

কেন্দ্রীয় আইন মন্ত্রণালয়ে জাৰি কৰা বিজ্ঞপ্তি অনুসৰি ১৬ এপ্ৰিলৰ পৰাই ১০৬ সংখ্যক সংবিধান সংশোধনী আইন কার্যকৰী হৈছে। আজি সম্মিলিত বিৰোধীয়ে দাবী উত্থাপন কৰে যে শীঘ্রে এই আইন মানি লোকসভাৰ আসনৰ সংখ্যা ৫৪৩তে সীমাবদ্ধ ৰাখি তাৰ মাজতে মহিলাসকলৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ কৰাৰ প্ৰয়োজন।

উল্লেখ্য যে লোকসভাৰ আসন ৮৫০ খনলৈ বৃদ্ধিৰ উদ্দেশ্যে মোদী চৰকাৰে সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিধেয়ক কালি লোকসভাত উত্থাপন কৰে। বিধেয়কখনক লৈ দুদিন ধৰি হোৱা বিতৰ্কৰ অন্তত কালি আবেলি বিধেয়কখনক লৈ ভোটদান হয় যদিও বিধেয়কখনৰ পক্ষে ২৯৮ টা ভোট পৰাৰ বিপৰীতে বিপক্ষে ভোটদান কৰে ২৩০ জন সাংসদে। ফলত বিধেয়কখন গৃহীত নহ’ল।

কাৰণ সংবিধান সংশোধনী বিধেয়ক গৃহীত হ’বলৈ হ’লে দুই-তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন। বিধেয়কখন গৃহীত নোহোৱাত কোব খোৱা সাপৰ দৰে আচৰণ কৰি এনডিএই প্রচণ্ড আক্ৰমণ কৰিছে বিৰোধীক। লক্ষ্যণীয়ভারে বিধেয়কখন গৃহীত নোহোৱাৰ পূর্বাভাস আগতীয়াকৈ পাই মোদী চৰকাৰে পৰৱৰ্তী ৰণকৌশল প্রস্তুত কৰি ৰাখিছিল বুলি আজি মন্তব্য কৰে কংগ্রেছ নেত্রী প্রিয়ংকাই।

তেওঁ লগতে কয়, ‘তেওঁলোক (এনডিএ)-এ ভাবিছিল যদি বিধেয়কখন গৃহীত হয় তেন্তে ভাল হ’ব। যদি ব্যর্থ হয় তেন্তে বিৰোধী পক্ষক নাৰী বিৰোধীৰূপে তুলি ধৰাৰ সমান্তৰালভাৱে নিজকে নাৰীসকলৰ ৰক্ষাকর্তা বুলি প্ৰক্ষেপ কৰাৰ অংক কৰিছিল এনডিএই।’ আজি বৈঠকত অংশ লোৱা বিৰোধী নেতাসকলৰ যুক্তি হ’ল যে ২০২৩ত নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে গৃহীত হয়।

মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ কৰা এই বিধেয়কত কোৱা হৈছিল লোকপিয়লৰ পাছত আসনৰ পুনৰ বিন্যাস কৰা হ’ব। তাৰ পাছতে সেই আসনৰ এক তৃতীয়াংশ মহিলাসকলৰ বাবে সংৰক্ষণ কৰা হ’ব। কিন্তু সম্প্রতি লোকপিয়ললৈ অপেক্ষা নকৰি দুটা পৃথক বিষয়ক মোদী চৰকাৰে কেনেদৰে একেলগ কৰিলে তাক লৈ বিৰোধী শিবিৰে প্ৰশ্ন উত্থাপন কৰিছে।

অৱশ্যে বিৰোধী পক্ষই প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে উত্থাপন কৰা অভিযোগসমূহৰ সদুত্তৰ বিৰোধী শিবিৰে দিয়া নাই। তাৰ পৰিবৰ্তে বিৰোধীৰ অভিযোগ হ’ল যে লোকপিয়লৰ ফলাফল প্রকাশৰ পূর্বে সুবিধা মতে আসন পুনৰ বিন্যাসৰ মাধ্যমৰে ৰাষ্ট্ৰীয় ৰাজনীতিত দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ প্ৰভাৱ হ্রাস কৰি উত্তৰ ভাৰতৰ আসনৰ অনুপাত বৃদ্ধি কৰাৰ উদ্দেশ্যে মোদী চৰকাৰে আসন সংৰক্ষণৰ বিধেয়ক আনে।

কাৰণ উত্তৰ ভাৰতত বিজেপিৰ প্ৰভাৱ অধিক। এনেদৰে মোদী চৰকাৰে ২০২৯তো পথ নিষ্কণ্টক কৰাৰ অংক কৰিছিল বুলি বিৰোধী শিবিৰ সৰৱ হৈ উঠিছে। এই সম্পর্কত প্রিয়ংকাই কয়, ‘সম্পূর্ণ ষড়যন্ত্রটো আছিল ক্ষমতাত তিষ্ঠি থকাৰ বাবে। তেওঁলোকে ভাবিছিল যদি এতিয়া সমষ্টিসমূহৰ সীমা নির্ধাৰণ কৰা নহয় তেন্তে সেয়া ২০২৯ৰ আগত সম্ভৱ নহয়।

গতিকে এতিয়াই সমষ্টিৰ পুনৰ গঠন কৰি ক্ষমতাত তিষ্ঠি থকাৰ লক্ষ্য তেওঁলোকে লয়।’ মোদী চৰকাৰ এনেদৰে ব্যর্থ হোৱাটোক প্রিয়ংকাই সংবিধান তথা বিৰোধী ঐক্যৰ জয় বুলি অভিহিত কৰিছে। তেওঁ লগতে অভিযোগ উত্থাপন কৰে যে এই বিতর্কিত বিধেয়কৰ জৰিয়তে মোদী চৰকাৰে গণতন্ত্রক দুর্বল কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ লগতে যুক্তৰাষ্ট্রীয় গাঁথনিক সলনি কৰিবলৈ বিচাৰিছিল।

তেওঁ লগতে স্পষ্ট কৰি দিয়ে মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ বাবে সমগ্ৰ বিৰোধী প্রস্তুত আছে। প্রিয়ংকাই কয়, ‘২০২৩ত সর্বসম্মতিক্রমে গৃহীত মহিলাসকলৰ আসন সংৰক্ষণ বিধেয়ক মোদী চৰকাৰে এতিয়াই ৰূপায়ণ কৰা উচিত আৰু মহিলাসকলক অধিকাৰ প্ৰদান কৰা উচিত। সমগ্র বিৰোধী মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ বাবে প্রস্তুত আছে।’

আসন বৃদ্ধিৰ বিধেয়কৰ স’তে সংসদ আৰু বিধানসভাসমূহত মহিলাৰ আসন সংৰক্ষণৰ বিষয়টো জড়িত নহয় বুলিও তেওঁ উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d