Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ব্যৱসায়-বাণিজ্য-শক্তি সুৰক্ষা-জাহাজ পৰিবহণৰ বাবে অপৰিহাৰ্য

বিশ্বৰ পাঁচটা গুৰুত্বপূৰ্ণ প্ৰণালী

publisher by publisher
April 20, 2026
in News, International
Reading Time: 1 min read
0
ব্যৱসায়-বাণিজ্য-শক্তি সুৰক্ষা-জাহাজ পৰিবহণৰ বাবে অপৰিহাৰ্য
2
SHARES
19
VIEWS
ShareShareShareShare

যোৱা ২৮ ফেব্ৰুৱাৰীত সূত্রপাত ঘটা মধ্য প্রাচ্য যুদ্ধই চর্চালৈ অনা হৰমুজ প্রণালীক লৈ জটিলতা বর্তমানেও অব্যাহত আছে। বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত অন্যতম মূল ভূমিকা পালন কৰা হৰমুজ প্রণালীৰে কেতিয়ালৈ ইন্ধনবাহী জাহাজৰ চলাচল সম্ভৱ হ’ব সেয়াও একপ্রকাৰ অনিশ্চিত হৈ আছে।

ADVERTISEMENT

উল্লেখ্য যে বিশ্বৰ ব্যবসায়-বাণিজ্য, জাহাজ পৰিবহণ আৰু শক্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত পাঁচটা প্রধান প্রণালী অপৰিহাৰ্যৰূপে চিহ্নিত হৈছে। এই পাঁচ প্রণালীৰে অন্যতম হৈছে হৰমুজ প্রণালী। গতিকে প্রণালীসমূহ হৈছে বিশ্বৰ গুৰুত্বপূৰ্ণর্ণ স্থান, য’ত ভূমি আৰু মহাসাগৰ দুয়োটাৰে মিলন ঘটে। ইয়াৰ জৰিয়তে ভূমি আৰু মহাসাগৰে দুটা বৃহৎ জলভাগৰ মাজত এক সংযোগৰ সৃষ্টি কৰে। এই জলপথসমূহৰ ওপৰত ভৌগোলিক কাৰকেও প্রভাৱ পেলায়। স্বাভাৱিকতে এই জলপথসমূহৰে বছৰি কোটি কোটি টন সামগ্ৰীৰ পৰিবহণ ঘটে।

RelatedPosts

হৰমুজ প্ৰণালী বন্ধ, এপ্ৰিলত তেল যোগানত বৃহৎ সংকটৰ আশংকা

BW ELM and BW TYR Indian ships cross the Strait of Hormuz:ঘণ্টাত ২৭ কিলোমিটাৰ গতিবেগত ভাৰত অভিমুখে এল পি জি গেছ পৰিবাহী BW ELM আৰু BW TYR ভাৰতীয় জাহাজ

Strait of Hormuz: ভাৰত সহ চাৰি দেশৰ বাবে খুলি দিয়া হ’ল হৰমুজ প্রণালী

প্রণালীসমূহে মহাসাগৰৰ স’তে সংযোগ স্থাপন কৰাৰ সমান্তৰালভাৱে মহাদেশসমূহক পৃথকো কৰে। বিশ্বৰ কোনকেইটা প্ৰণালী অপৰিহাৰ্য বা গুৰুত্বপূৰ্ণ সেয়া নির্ধাৰণ কৰা হয় একোটা প্রণালীৰে পৰিবহণ ঘটা সা-সামগ্ৰীৰ পৰিমাণৰ ভিত্তিত। এনেদৰে পাঁচটা প্রণালীক অপৰিহাৰ্য বুলি চিহ্নিত কৰা হৈছে। ইয়াৰ মাজত হৰমুজ প্রণালীও আছে।

হৰমুজ প্রণালী: বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰণালীসমূহৰ অন্যতম হৰমুজ প্রণালী এক ৰণকৌশলজনিত দিশৰ পৰাও তাৎপর্যপূর্ণ সামুদ্রিক জলপথ। পাৰস্য উপসাগৰৰ পৰা বিশ্বৰ আন প্ৰান্তলৈ তেল পৰিবহণৰ ক্ষেত্ৰত ঘাইকৈ এই প্রণালী ব্যৱহাৰ কৰা হয়। এই প্ৰণালী ইৰানৰ উত্তৰ উপকূলৰ পৰা অ’মানৰ দক্ষিণ প্ৰান্তলৈ আৰু সংযুক্ত আমিৰ শ্বাহীলৈ পৰিব্যাপ্ত। গতিকে এই প্রণালীয়ে পাৰস্য উপসাগৰক অ’মান উপসাগৰৰ স’তে সংযোগ কৰিছে। অৱশেষত ইয়ে আৰব সাগৰক সংযোগ কৰিছে। বিশ্বৰ তেলবাহী এক বুজন সংখ্যক জাহাজে এই প্রণালীৰে চলাচল কৰে। গতিকে বিশ্বৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত এই প্রণালীয়ে অন্যতম প্রধান ভূমিকা পালন কৰি আহিছে।

মালাক্কা প্রণালী: মালাক্কা প্রণালীও বিশ্বৰ এক অন্যতম প্রধান সামুদ্রিক পথ। এই প্রণালীয়ে প্রশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰক সংযোগ কৰিছে। ই মালয় উপদ্বীপ আৰু ইণ্ডোনেছিয়াৰ সুমাত্রা দ্বীপৰ মাজত অৱস্থিত। মালয় উপদ্বীপে মালয়েছিয়া আৰু ছিংগাপুৰক সামৰি লৈছে। মালক্কা প্রণালীও বিশ্বৰ সবাতোকৈ ব্যস্ত জাহাজ চলাচল পথ। এই প্রণালীৰেও তেল, ইলেক্ট্র’নিক সঁজুলিকে ধৰি বৃহৎ পৰিমাণৰ সা-সামগ্ৰীৰ পৰিবহণ ঘটে। পূব এছিয়া, মধ্য প্রাচ্য আৰু ইউৰোপৰ মাজৰ ব্যৱসায়ত এই প্রণালীয়ে অন্যতম প্রধান ভূমিকা পালন কৰি আহিছে।

বস্পৰাছ প্ৰণালী: তুৰস্ক বস্পৰাছ প্ৰণালীত অৱস্থিত। এই প্রণালী ইষ্টানবুলৰ মাজেৰে পাৰ হৈছে আৰু ই ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। এই প্রণালীয়েও বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত অন্যতম প্রধান ভূমিকা পালন কৰি আছে। কাজেই এই প্রণালীও বিশ্বৰ অন্যতম ব্যস্ত জলপথত পৰিণত হৈছে। এই প্ৰণালীৰে কৃষ্ণ সাগৰ আৰু মাৰমাৰা সাগৰক সংযোগ কৰিছে।

ড’ভাৰ প্ৰণালী: ড’ভাৰ প্ৰণালী হৈছে ইংলিছ চেনেলৰ সবাতোকৈ শীর্ণ অংশ। ড’ভাৰ প্ৰণালীয়ে ইংলণ্ডৰ দক্ষিণাঞ্চল উত্তৰ ফ্ৰান্সৰ পৰা পৃথক কৰিছে। ইংলিছ চেনেলৰ জৰিয়তে ড’ভাৰ প্ৰণালীৰে উত্তৰ সাগৰক আটলান্টিক মহাসাগৰৰ স’তে সংযোগ কৰিছে। এই প্রণালীয়েও বিশ্বৰ বাণিজ্যৰ ক্ষেত্রত অন্যতম প্রধান ভূমিকা পালন কৰি আহিছে।

বেব এল-মাণ্ডেব প্রণালী: আৰব উপদ্বীপত য়েমেন আৰু জিজিব’টি আৰু এৰিট্ৰীৰ মাজত বেব এল-মাণ্ডেব প্রণালী অৱস্থিত। এই প্ৰণালীক চকুপানীৰ প্ৰৱেশদ্বাৰ বুলিও জনা যায়। এই প্রণালীয়ে লোহিত সাগৰক এডেন উপসাগৰৰ স’তে সংযোগ কৰিছে। অৱশেষত এই প্রণালীয়ে ভাৰত মহাসাগৰলৈ গতি কৰিছে। গতিকে এই প্রণালী ছুৱেজখালৰ জৰিয়তে সাগৰীয় মালবস্তু পৰিবহণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ জলপথত পৰিণত হৈছে। এই প্রণালীৰে এছিয়া আৰু ইউৰোপৰ মাজত ব্যৱসায়-বাণিজ্য চলে। বছৰি কোটি কোটি টন সা-সামগ্ৰীৰ এই প্রণালীৰে পৰিবহণ ঘটে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Strait of Hormuz
publisher

publisher

Related Posts

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d