Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

    বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

    জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই

    আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ

    ৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

    এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

    বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Strait of Hormuz: ভাৰত সহ চাৰি দেশৰ বাবে খুলি দিয়া হ’ল হৰমুজ প্রণালী

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ আহ্বানৰ পাছতে সিদ্ধান্ত লয় ইৰাণে, মুম্বাইস্থিত ইৰাণী কনছুলেট জেনেৰেলে এক পোষ্টযোগে সদৰি কৰে

publisher by publisher
March 26, 2026
in International, News
Reading Time: 1 min read
0
Strait of Hormuz: ভাৰত সহ চাৰি দেশৰ বাবে খুলি দিয়া হ’ল হৰমুজ প্রণালী
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ব্যৱসায়-বাণিজ্য-শক্তি সুৰক্ষা-জাহাজ পৰিবহণৰ বাবে অপৰিহাৰ্য

হৰমুজ প্ৰণালী বন্ধ, এপ্ৰিলত তেল যোগানত বৃহৎ সংকটৰ আশংকা

BW ELM and BW TYR Indian ships cross the Strait of Hormuz:ঘণ্টাত ২৭ কিলোমিটাৰ গতিবেগত ভাৰত অভিমুখে এল পি জি গেছ পৰিবাহী BW ELM আৰু BW TYR ভাৰতীয় জাহাজ

Strait of Hormuz:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ইৰাণৰ পৰা ভাৰতৰ বাবে আহিল এটা ভাল খবৰ। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বৃহস্পতিবাৰে কয় যে ভাৰত সহ আন চাৰি এছিয় দেশক “বন্ধুত্বপূৰ্ণ দেশ” হিচাপে অভিহিত কৰি দেশ কেইখনৰ তৈলবাহী জাহাজসমূহক হৰমুজ প্ৰণালী’ৰ মাজেৰে পাৰ হ’বলৈ দিয়া হ’ব । এই সিদ্ধান্তই ভাৰতৰ এল পি জি আৰু শক্তি সম্পৰ্কীয় সমস্যাসমূহ দূৰ কৰিব পাৰে, যিয়ে কেইবাটাও উদ্যোগক প্ৰভাৱিত কৰি আহিছে। ইৰাণে স্পষ্টভাৱে কৈছিল যে, ভাৰতৰ উপৰিও চীন, ৰাছিয়া, ইৰাক, পাকিস্তানৰ দৰে দেশকো এই পথেৰে পাৰ হ’বলৈ দিয়া হ’ব।

ADVERTISEMENT

আনহাতে ইৰাণৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে এই ইতিবাচক খবৰৰ পিছতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয়, ইৰাণৰ এই বক্তব্যই স্বাভাৱিকতে আশাৰ ৰেঙনি কঢ়িয়াই আনিলে ৷ ৰাষ্ট্ৰসংঘই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ইৰাণক আবেদন জনাইছিল। পশ্চিম এছিয়াৰ যুদ্ধ শেষ কৰিবলৈও তেওঁ আমেৰিকা আৰু ইজৰাইলক আহ্বান জনায়। ইয়াৰ এদিন পূৰ্বে নিউয়ৰ্কত ইৰাণৰ মিছনে উল্লেখ কৰিছিল যে ইৰাণৰ প্ৰতি শত্ৰুতা নথকা দেশৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদে পাৰ হ’বলৈ দিয়া হ’ব যদিও ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে পূৰ্বৰ সমন্বয়ৰ প্ৰয়োজন হ’ব।

ইপিনে হৰমুজ প্রণালী মুকলি কৰি দিয়াৰ সন্দৰ্ভত ইৰাণৰ প্ৰতিৰক্ষা পৰিষদেও স্পষ্ট কৰি দিছে যে এই পথটো সম্পূৰ্ণ মুকলি নহয়, বৰঞ্চ চৰ্তযুক্ত। জাহাজসমূহে পূৰ্বৰ অনুমতি ল’ব লাগিব আৰু ইৰাণে নিজৰ ইচ্ছা অনুসৰি সমগ্ৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে ইৰাণে এই পথটো কৌশলগত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।

ইফালে বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়েও আমেৰিকা আৰু ইজৰাইললৈ বাৰ্তা প্ৰেৰণ কৰি যুদ্ধৰ অন্ত পেলাব৷ কিয়নো ইয়াৰ ফলত অসামৰিক লোকৰ মৃত্যু বৃদ্ধি পাইছে আৰু বিশ্ব অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে। এই সংঘাতৰ সৈতে জড়িত নহোৱা চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণ বন্ধ হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে।

# হৰমুজ প্ৰণালী কিয় গুৰুত্বপূৰ্ণ ?

হৰমুজ প্ৰণালীৰে ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেল ৮৫% তকৈ অধিক বিদেশৰ পৰা আমদানি কৰে। শেহতীয়াকৈ পাৰস্য উপসাগৰত ২২খন ভাৰতীয় জাহাজ আবদ্ধ হৈ পৰিছে ৷ ইয়াৰে ২০খন ভাৰতৰ শক্তি যোগানৰ বাবে অতি প্ৰয়োজনীয়। শেহতীয়াকৈ ভাৰতে আই এন এছ শিৱালিক আৰু আই এন এছ নন্দ দেৱী নামৰ দুখন জাহাজ খালী কৰিছে। কিন্তু কেৱল এই দুখন জাহাজেই দেশৰ সমগ্ৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট নহয়।

এই সিদ্ধান্তৰ আঁৰত এটা উল্লেখযোগ্য ৰাজনৈতিক বাৰ্তা আছে। ইৰানে ভাৰতক “বন্ধুত্বপূৰ্ণ দেশ” বুলি মুকলিকৈ উল্লেখ কৰাটোৱে ইংগিত দিয়ে যে পশ্চিমীয়া দেশৰ হেঁচাত পৰিলেও ইৰাণৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা বা নিষেধাজ্ঞাৰ বাবে ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাই। ইৰানে এইটোও প্ৰদৰ্শন কৰিব বিচাৰিছে যে ইয়াৰ এতিয়াও শক্তিশালী আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ আছে যাৰ সহায়ত পশ্চিমীয়া দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indian shipsirans PermissionStrait of Hormuz
publisher

publisher

Related Posts

বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ
India

বিজয়া দশমীত ৰাৱণৰ প্রতিকৃতি দাহ নিষেধ

October 20, 2026
জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই
India

জামিন নাপালে ককৰোচ জনতা পাৰ্টিৰ দুই নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাই

October 20, 2026
আলাস্কাৰ তুষাৰৰ মাজত জীৱন্তে উদ্ধাৰ এটি কুকুৰ
International

October 19, 2026
৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে
International

৯৯ বছৰতো বয়সৰ ওচৰতো হাৰ মনা নাই হেল্লা ডুফীয়ে

October 19, 2026
এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ
India

এছিয়াৰ সৰ্ববৃহৎ বস্তিত পুনৰ সংস্থাপনৰ পদক্ষেপ আৰম্ভ

October 19, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d