Brutal murder in Digboi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:এক লোমহৰ্ষক হত্যাকাণ্ড জোকাৰি গ’ল ডিগবৈ লক্ষীপথাৰ পানধোৱা গাঁও। গাঁও খনৰে বাসিন্দা প্ৰণৱজ্যোতি গোহাঁই নামৰ লোকজনে নিজৰে জ্যেষ্ঠ ভাতৃ বিজু গোহাঁইক চোকা দাৰে ঘপিয়াই হত্যা কৰে ৷ পিছত স্থানীয় গঞাৰ তৎপৰতাত আৰক্ষীয়ে ঘাতক ভাতৃক গ্ৰেপ্তাৰ কৰে । পাৰিবাৰিক কন্দলৰ পৰিণতিত এই নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ ৷
ADVERTISEMENT






























