Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 

    অসমত NDAৰ জয়যাত্ৰা , মৰিয়নিত পৰাস্ত জ্ঞানশ্ৰী 

    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    ৰাজ্যত NDAৰ জয়যাত্ৰা, ধূলিসাৎৰ দিশে বিৰোধী ঐক্য

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ জয়লাভ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    গোলাঘাটত বিজেপিৰ জয়ধ্বনি, বিজয়ী অজন্তা নেওগ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    যোৰহাটত পৰাস্ত গৌৰৱ গগৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

১৮৩ আসনৰে বৃহৎ অগ্ৰগতি বিজেপিৰ, টিএমচি ১০২,মমতা বেনাৰ্জী পিছপৰি আছে ভবানীপুৰত,ভবানীপুৰ আৰু নন্দীগ্ৰাম দুই সমষ্টিত অগ্ৰগতি শুভেন্দু অধিকাৰী

publisher by publisher
May 4, 2026
in National
Reading Time: 1 min read
0
WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি
1
SHARES
11
VIEWS
ShareShareShareShare

WB Election Results:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:পশ্চিমবংগক লৈ দেশজুৰি ব্যাপক চর্চা চলি থকাৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হোৱা ভোট গণনাত বিজেপিৰ চুনামী ধুলিস্যাতৰ দিশে টিএমচি ৷ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ অগ্ৰগতি ভবানীপুৰ সমষ্টিত। বিজেপিৰ অঘোষিত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰী ভবানীপুৰত পিছ পৰি থকাৰ বিপৰীতেনন্দীগ্ৰাম সমষ্টিত বৃহৎ অগ্ৰগতি লাভ কৰিছে ৷ দিনৰ এঘাৰ বজালৈকে লাভ কৰা তথ্য অনুসৰি বিজেপিয়ে ১৮৩ আসনৰ অগ্ৰগতি লাভৰ বিপৰীতে ১০২ আসনত লাভ কৰিছে অগ্ৰগতি ৷

ADVERTISEMENT

সমগ্র দেশবাসীৰ দৃষ্টি নিবন্ধ হৈ থকা ৰাজ্যখনৰ এইবাৰৰ নির্বাচনে প্রতিপন্ন কৰিলে মোদী-শ্বাহব অশ্বমেধ ঘোঁৰাৰ যাত্রা ৷দেশৰ সম্মুখত মধ্যপ্রাচ্যৰ যুদ্ধই সৃষ্টি কৰা সংকটলৈও পিঠি দি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ সর্বশক্তি প্রয়োগৰে মমতাৰ বিৰুদ্ধে কাত নমাটোৱে ইতিমধ্যে সর্বত্রে চর্চা অর্জন কৰিছে। ‘বংগ দখল’ অভিযান সফল কৰাৰ অংকৰে মোদী-শ্বাহে ৰাজ্যখনলৈ প্রচাৰৰ বাবে অসম আৰু উত্তৰ প্ৰদেশৰ দুই মুখ্যমন্ত্রী ক্রমে ড° হিমন্ত বিশ্ব শর্মা আৰু যোগী আদিত্য নাথক প্ৰচাৰ অভিযানলৈ প্ৰেৰণ কৰে। আনহাতে, পশ্চিমবংগক কেন্দ্ৰ কৰি এইবাৰ দেশৰ নিৰ্বাচন আয়োগো তুমুল বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। বিৰোধীৰ প্ৰচণ্ড প্ৰতিবাদৰ মাজতে নির্বাচন আয়োগে আঁকোৰগজালিৰে ভোটাৰ তালিকাৰ গভীৰ পুনৰীক্ষণ কৰি ৯২ লাখকৈ ভোটাৰৰ নাম কর্তন কৰে। তদুপৰি কাৰ্যতঃ বিজেপিৰ সহায়ক হোৱাকৈ ৰাজ্যখনলৈ নির্বাচন আয়োগে অভাৱনীয়ভাবে কেন্দ্রীয় সশস্ত্র বাহিনীসমূহৰ ২,১০০ কোম্পানী প্ৰেৰণ কৰে। এনেদৰে নিৰাপত্তাৰক্ষীয়ে ঘেৰি থকা অৱস্থাত ৰাজ্যখনত দুটা পর্যায়ত যোৱা ২৩ আৰু ২৯ এপ্ৰিলত ভোটগ্রহণ সম্পন্ন হয়। নির্বাচন আয়োগৰ এনে আয়োজনৰ পাছতো ফলতা সমষ্টিৰ ভোটগ্রহণ পুনৰ অহা ২১ মে’ত অনুষ্ঠিত হ’ব। গতিকে আজি ২৯৩টা সমষ্টিৰহে ভোট গণনা হয়।

RelatedPosts

No Content Available

উল্লেখ্য যে এইবাৰ অভিলেখ সৃষ্টি কৰি পশ্চিমবংগত ৯১ শতাংশ ভোটদান হয়। ভোটদানৰ এনে হাৰেও বিজেপি নে তৃণমূল কংগ্রেছ- কোনে শেষ হাঁহি মাৰিব তাক লৈ বিশ্লেষকসকলৰ মনত নিমিলা অংকৰ সৃষ্টি কৰাৰ মাজে অধিকাংশ নির্বাচনোত্তৰ সমীক্ষাই বিজেপিয়ে শেষ হাঁহি মাৰিব বুলি কৈছিল৷ সেইয়া যে সত্যত প্ৰমাণিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে দ

উল্লেখ্য যে ২০১৬ৰ পৰাই মোদী-শ্বাহে ‘বংগ দখল’ৰ চেষ্টা চলাই আহিছে। তৎসত্ত্বেও বিগত ২০১৬ আৰু ২০২১ৰ বিধানসভা নির্বাচন দুটাত বিজেপি সফল নহ’ল। আনকি ২০১৯ৰ লোকসভা নির্বাচনত ৰাজ্যখনত বিজেপিয়ে ৪২ খন আসনৰ ১৮ খনত জয়লাভ কৰে যদিও যোৱাবাৰৰ লোকসভা নির্বাচনত দলে লাভ কৰা আসনৰ সংখ্যা ১২ খনলৈ হ্রাস পায়। তৎসত্ত্বেও বিজেপিয়ে ৰাজ্যখনত ২০২৪ৰ লোকসভা নির্বাচনত ৩৯.১০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয়। ইয়াকে সাৰথি কৰি দলে এইবাৰ নিৰ্বাচনী ৰণনীতি প্রস্তুত কৰে।

ইপিনে, একাংশ বিশ্লেষকে প্ৰকাশ কৰা অনুসৰি যদিহে এইবাৰ বিজেপিয়ে পশ্চিমবংগ দখল কৰিবলৈ সক্ষম হয়, তেন্তে স্বতন্ত্র নির্বাচন আয়োগ চৰকাৰৰ এক অংগত পৰিণত হোৱাটো প্রতিপন্ন কৰিব। উল্লেখ্য যে শেহতীয়াভারে হিন্দী বলয়ৰ ৰাজ্যসমূহৰ বিজেপিৰ ভেটি কিছু কঁপিছে। সেয়েহে আগন্তুক ২০২৯ৰ লোকসভা নির্বাচনত কেন্দ্ৰৰ ক্ষমতা হাতত ৰখাৰ উদ্দেশ্যে মোদী-শ্বাহে এইবাৰ পশ্চিমবংগ দখল কৰিবলৈ প্ৰাণপণ চেষ্টা চলোৱা বুলি চর্চা হৈছে। ইপিনে, কেতবোৰ সমীক্ষা মতে, মমতাৰ প্ৰতি ৰাজ্যখনৰ যুৱক-যুৱতী আৰু হিন্দু মহিলাসকলৰ বহুতৰ মোহভংগ ঘটিছে। যুৱক-যুৱতীসকলে চাকৰি আৰু মহিলাসকলে পৰিৱৰ্তনৰ আশাত বিজেপিক ভোট দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ বিশ্লেষকে। গতিকে ‘নবান্না’ (পশ্চিমবংগ চৰকাৰৰ সচিবালয়) ত এইবাৰ বিজেপিৰ পদার্পণ ঘটাৰো সম্ভাৱনা আছে। কাৰণ মমতাৰ মূল ভেটি হৈছে জাতি, ধর্ম নির্বিশেষে মহিলাসকল। সেয়া যিয়েই নহওক, এইবাৰ মমতাৰ পতন ঘটিলে দিল্লীৰ ৰাজনীতিতো পশ্চিমবংগৰ নাম সুকীয়াকৈ সংযোজন হ’ব পাৰে। কাৰণ বিগত ১৫ বছৰ পশ্চিমবংগ বিৰোধীৰ দখলত আছে। উল্লেখ্য যে এইবাৰ মোদী-শ্বাহে পশ্চিমবংগৰ পৰা বিদেশী বহিষ্কাৰ তুংগত তোলা, হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্রদান আদিৰো প্রতিশ্রুতি দিয়ে। গতিকে কাইলৈ ফলাফলে কেৱল পশ্চিমবংগতে নহয়, সমগ্র দেশতে এক সুদৃঢ় প্ৰসাৰী প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: WB Election Results
publisher

publisher

Related Posts

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক
News

Ishank sets world record for swimming in the sea:২৯ কিলোমিটাৰ সাঁতুৰী সমুদ্ৰ পথ অতিক্ৰম কৰি শ্ৰীলংকাৰ পৰা ভাৰত পালেহি সাতবছৰীয়া ইছাংক

May 2, 2026
Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা
News

Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

May 1, 2026
349 kg of cocaine worth Rs 1,745 crore seized in Mumbai:মুম্বাইত নার্কোটিক্স বিভাগৰ বৃহৎ সাফল্য
National

349 kg of cocaine worth Rs 1,745 crore seized in Mumbai:মুম্বাইত নার্কোটিক্স বিভাগৰ বৃহৎ সাফল্য

May 1, 2026
Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত
News

Tragic road accident in Dhar district of Madhya Pradesh:মধ্যপ্ৰদেশৰ ধাৰৰ তিৰলাত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল শিশু সহ ১৬জন লোক,১৬ আহত

April 30, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d