Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

বুধবাৰে সন্ধিয়া কলকাতা উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ নিশাই গৃহমন্ত্ৰী শ্বাহৰ পৰ্যবেক্ষণত কলকাতাত অনুষ্ঠিত হ'ব বিজেপি বিধায়িনী দলৰ বৈঠক

publisher by publisher
May 6, 2026
in News, National
Reading Time: 1 min read
0
Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

Suvendu Adhikari:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সদ্য সমাপ্ত পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনত ২০৭খন আসন লাভ কৰি বিজেপিয়ে কলকাতা মচনদ দখল কৰাৰ পিছত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব সেয়া জানিবলৈ সকলোৱে আগ্ৰহী হৈ আছে । বিজেপিৰ মুখ্যমন্ত্ৰীৰ নাম শেষ মুহূৰ্তলৈকে গোপনে ৰখাৰ সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ কৌতুহল আৰু অধিক হৈ পৰিছে। অৱশ্যে এটা সূত্ৰই দাবী কৰিছে যে পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হৈছে। মাত্ৰ আনুষ্ঠানিকতা বাকী ৷

ADVERTISEMENT

বিজেপিৰ এক সূত্ৰই জনোৱা মতে, বিৰোধী দলৰ নেতা তথা একেৰাহে দুটা নিৰ্বাচনত মমতা বেনাৰ্জীক পৰাস্ত কৰা শুভেন্দু অধিকাৰী পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা প্ৰৱল। সূত্ৰটোৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে দলৰ শীৰ্ষ নেতৃত্বই অধিকাৰীৰ নামত সন্মতি প্ৰকাশ কৰিছে। বুধবাৰে সন্ধিয়া কলকাতা উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ I নিশাই গৃহমন্ত্ৰী শ্বাহৰ পৰ্যবেক্ষণত কলকাতাত অনুষ্ঠিত হ’ব বিজেপি বিধায়িনী দলৰ বৈঠক। নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছত হয়তো ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে অধিকাৰীৰ নাম ঘোষণা কৰিব পাৰে।

জানিব পৰা মতে, পশ্চিমবংগ বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্যই শুভেন্দু অধিকাৰীৰ নাম প্ৰস্তাৱ কৰিব আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ নাম বিধায়িনী দলৰ নেতা হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।

উল্লেখ্য যে বিজেপিৰএক উচ্চস্তৰীয় সূত্ৰই জানিব দিয়া মতে বংগৰ নতুন চৰকাৰত থাকিব পাৰে দুজনকৈ উপ- মুখ্যমন্ত্ৰী ৷ ইয়াৰ বাবে দুটা নাম বিশেষ চৰ্চালৈ আহিছে। ৰাজ্যিক বিজেপিৰ সভাপতি সমিক ভট্টাচাৰ্য আৰু ৰূপা গাংগুলী ৷

ল্লেখযোগ্য বংগৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহক পৰ্যবেক্ষক আৰু ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন মাঝিক সহ-পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। আনহাতে বংগ বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্যই ইতিমধ্যে মঙলবাৰে স্পষ্ট কৰি দিছিল যে অহা ৯ মে’ত বিশ্বগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম জয়ন্তীৰ দিনাই পশ্চিমবংগত বিজেপিয়ে নতুন চৰকাৰ গঠন কৰিব ৷

#শুভেন্দু অধিকাৰীৰ নাম কিয় চৰ্চালৈ আহিছে?

শুভেন্দু অধিকাৰী এসময়ত তৃণমূল কংগ্ৰেছত আছিল। তেওঁ আছিল মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ মিত্ৰ। কিন্তু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে মমতা বেনাৰ্জীৰ প্ৰতি মোহভংগ হৈ বিজেপিত যোগদান কৰে। পৰৱৰ্তী সময়ত মমতা বেনাৰ্জী আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰচাৰ চলাইছিল। আনকি তেওঁ মমতা বেনাৰ্জীক নন্দিগ্ৰামৰ আসনত মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে পৰাস্ত কৰিছিল। এইবাৰো সদ্য সমাপ্ত নিৰ্বাচনতো ভৱানীপুৰত মমতা বেনাৰ্জীক ১৫ হাজাৰৰো অধিক ভোটত তেওঁক পৰাস্ত কৰে। মমতা বেনাৰ্জীৰ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত মন্ত্ৰী হিচাপে অভিজ্ঞতা সম্পন্ন শুভেন্দু অধিকাৰীয়ে বিৰোধী দলপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ফলস্বৰূপে তেওঁক বৰ্তমানৰ বংগ বিজেপি চৰকাৰৰ নেতৃত্ব দিবলৈ আটাইতকৈ যোগ্য প্ৰাৰ্থী হিচাপে গণ্য কৰা হয়। এনে প্ৰেক্ষাপটত শুভেন্দু অধিকাৰীয়েই বংগৰ মুখ্যমন্ত্ৰী হোৱাটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ সম্ভাৱনা প্ৰৱল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahBJP GovtKalkataSuvendu Adhikariwest bengal new govt
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d