ADVERTISEMENT

Education

NEET Result 2021 : ব’ম্বে উচ্চ ন্য়ায়ালয়ৰ নির্দেশত স্থগিতাদেশ, স্নাতক স্তৰৰ মেডিকেল প্রৱেশিকাৰ ফল প্রকাশৰ নির্দেশ উচ্চতম ন্য়ায়ালয়ৰ

স্নাতক স্তৰৰ মেডিকেল প্রৱেশিকাৰ ফলাফল প্রকাশৰ নির্দেশ । নেচনেল টেষ্টিং এজেন্সিক ফল প্রকাশৰ নির্দেশ দিছে উচ্চতম ন্য়ায়ালয়ে । ব'ম্বে উচ্চ...

Read more

দিল্লী বিশ্ববিদ্যালয়ৰ স্নাতক প্ৰথম ‘কাট অফ্’ তালিকা প্ৰকাশ : জিছেছ এণ্ড মেৰী কলেজত বি এ (অনাৰ্ছ)-মনোবিজ্ঞানৰ ”কাট অফ্’১০০ শতাংশ নিৰ্ধাৰণ

দিল্লী বিশ্ববিদ্যালয়ে স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰথমখন ‘কাট অফ্’ তালিকা প্রকাশ কৰিলে। এই তালিকা অনুসৰি বিশ্ববিদ্যালয়খনৰ অধীনস্থ জিছেছ এম মেৰী...

Read more

অক্টোবৰৰ পৰাই পাঠদান আৰম্ভ

দীঘলীয়া বিৰতিৰ পাছত অহা অক্টোবৰৰ পৰা পৰ্যায়ক্ৰমে ৰাজ্যৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ হ'ব । কালি ৰাজ্য বিভাগে জাৰি কৰা জাননী...

Read more

গুৱাহাটী বিশ্ববিদ্যালয়ে ঘােষণাই নকৰিলে স্নাতক পঞ্চম-ষষ্ঠ যান্মাসিকৰ ফলাফল ,পহিলা অক্টোবৰৰ পৰা আৰম্ভ নতুন শিক্ষাবর্ষ

গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক সাহাটী বিশ্ববিদ্যালয় বৰ্ষৰ পঞ্চম আৰু ষষ্ঠ ষান্মাসিকৰ ফলাফল আজিকোপতি ঘােষণা নকৰাৰ ফলত দেশৰ অগ্রণী উচ্চ শিক্ষানুষ্ঠান অথবা...

Read more

অসম চৰকাৰে আজিৰে পৰা দশম শ্ৰেণীৰ চাৰি লাখ শিক্ষাৰ্থীক বিদ্যালয়ত পাঠদান কৰিবলৈ প্ৰস্তুত

ৰাজ্যত পুনৰ বিদ্যালয় খোলাৰ প্ৰকৃত পৰীক্ষা সোমবাৰৰ পৰা আৰম্ভ হ'ব । চাৰি লাখৰো অধিক দশম শ্ৰেণীৰ শিক্ষাৰ্থীক বিদ্যালয় চৌহদত আমন্ত্ৰণ...

Read more

সৰ্ব্বভাৰতীয় ইঞ্জিনিয়াৰিং প্ৰৱেশিকাত প্ৰথম স্থান দখল কৰা ১৮জন

জয়েন্ট এন্ট্রেন্স মেইন পৰীক্ষাত চলিত বৰ্ষত ১৮ জন পৰীক্ষার্থীয়ে প্রথম স্থান দখল কৰিছে । ইঞ্জিনিয়াৰিঙত ভর্তিৰ সর্বভাৰতীয় এই প্রৱেশিকা পৰীক্ষাত...

Read more

নীটৰ পৰা ৰেহাইৰ বাবে তামিলনাডুত বিধেয়ক গৃহীত

তামিলনাডু বিধানসভাই মেডিকেল প্ৰৱেশ পৰীক্ষা নীটৰ পৰা ছাত্ৰ-ছাত্ৰীক ৰেহাই দিয়াৰ উদ্দেশ্যৰে এখন বিধেয়ক বিধানসভাত গৃহীত কৰিলে । এই বিধেয়কৰ জৰিয়তে...

Read more

চিবিএছ‌ই-ৰ শিক্ষাৰ্থীসকলে ফলাফল প্ৰকাশৰ আগতেই নামভৰ্তি কৰিব পাৰিব

অতিমাৰীৰ ফলত এইবাৰ অন্যান্য বোর্ডৰ দৰে চিবিএছই দ্বাদশৰ নিয়মিত পৰীক্ষার্থীসকলৰ বিকল্প পদ্ধতিত মূল্যায়ন হয় যদিও বেচৰকাৰী আৰু কম্পার্টমেন্টেল পৰীক্ষার্থীসকলে লিখিত...

Read more

শিক্ষাপ্রতিষ্ঠান খোলাৰ চৰকাৰী সিদ্ধান্তত স্থগিতাদেশ তেলেংগানা উচ্চ ন্যায়ালয়ৰ

ৰাজ্যত বিদ্যালয় আৰু অন্যান্য শিক্ষাপ্রতিষ্ঠান খোলাৰ বিষয়ত চৰকাৰী সিদ্ধান্তত স্থগিতাদেশ দিলে তেলেংগানা উচ্চ ন্যায়ালয়ে । ক'ভিড পৰিস্থিতি সামান্য নিয়ন্ত্রণত আহোতেই...

Read more

আফগান মহিলাসকলে বিশ্ববিদ্যালয়ত পঢ়িব পাৰিব, কিন্তু ল’ৰা-ছোৱালী একলগে পঢ়া নিষিদ্ধ : তালিবান

মহিলাসকলক বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰাৰ অনুমতি দিয়া হ'ব; কিন্তু কোনো পৰিস্থিতিতে ল'ৰা-ছোৱালীয়ে একেলগে শিক্ষা গ্ৰহণ কৰিব নোৱাৰিব । স্পষ্টভাৱে জনালে আফগানিস্তানৰ...

Read more