Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Education

বেচৰকাৰী বিদ্যালয়ৰ তুলনাত ভিৰ বাঢ়িছে চৰকাৰী শিক্ষানুষ্ঠানত

publisher by publisher
November 19, 2021
in Education, India, News
Reading Time: 1 min read
0
বেচৰকাৰী বিদ্যালয়ৰ তুলনাত ভিৰ বাঢ়িছে চৰকাৰী শিক্ষানুষ্ঠানত
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

মধ্য প্রাচ্যৰ যুদ্ধই কাঢ়িলে শিশুৰ ভৱিষ্যৎ শৰণাৰ্থী শিবিৰত পৰিণত শ্ৰেণীকোঠা

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ভাৰতত আজিও বিদ্যালয়লৈ নাযায় ৪৫.৪ শতাংশ কন্যা

কৰ’নাৰ দৌৰাত্ম্যৰ ফলত বিগত বেৰ বছৰৰো অধিক সময় ভাৰতত শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছিল । মধ্যবিত্ত আৰু নিম্নবিত্তৰ বাবে ক’ভিডৰ এই সময়ছোৱা আছিল আৰ্থিকভাৱে যথেষ্ট জঞ্জালৰে ভৰা । ক’ভিডে অন্যান্য বিভিন্ন ক্ষেত্ৰৰ লগতে দেশৰ শিক্ষা ক্ষেত্ৰতো সৰ্বাধিক প্ৰভাৱিত কৰিলে । বৰ্তমানে দেশৰ প্ৰায়বোৰ ৰাজ্যতে বিদ্যালয় পুনৰ মুকলি কৰা হৈছে । কিন্তু ক’ভিডোত্তৰ পৰিস্থিতিত স্পষ্ট হৈছে যে ব্যক্তিগত খণ্ডৰ পৰিৱৰ্তে সম্প্ৰতি চৰকাৰী খণ্ডত শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাইছে ।

ADVERTISEMENT

ৰাজধানী দিল্লীৰ লগতে পশ্চিমবংগতো মহামাৰী পৰৱৰ্তী অৰ্থিক অৱস্থাত শিক্ষাৰ্থীৰ সংখ্যা ব্যক্তিগত বিদ্যালয়ৰ পৰিৱৰ্তে চৰকাৰী শিক্ষানুষ্ঠানত অধিক হোৱাটো প্ৰত্যক্ষ হৈছে । ‘এনুৱেল ষ্টেটাছ অৱ এডুকেচন ৰিপ’ৰ্ট’ শীৰ্ষক প্ৰতিবেদনৰ তথ্য অনুসৰি,২০২০ বৰ্ষত মহামাৰী আৰম্ভ হোৱাৰ সময়ৰ পৰাই ব্যক্তিগত শিক্ষানুষ্ঠানৰ অধ্যয়নৰত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছিল । আনকি অনেক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰিবলৈকো বাধ্য হৈছিল ।

এই প্ৰতিবেদন অনুসৰি, বেচৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস বৰ্তমানেও অব্যাহত আছে আৰু ক্ৰমে দেশৰ চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিবেদনটোত ইয়াৰ কাৰণ হিচাপে ৪০ শতাংশই মত পোষণ কৰি কৈছে যে ব্যক্তিগত বিদ্যালয়ত বিগত ডেৰ বছৰে শিক্ষাদান সঠিকভাৱে হোৱা নাই । আনহাতে, ১৫ শতাংশৰ মতামত অনুসৰি, শিক্ষাৰ্থীৰ সংখ্যা ব্যক্তিগত বিদ্যালয়ত হ্ৰাস হোৱাৰ কাৰণ হৈছে ব্যাপক হাৰত হোৱা প্ৰব্ৰজন ।

৬২ শতাংশ লোকৰ মতে, অৰ্থিক দুৰৱস্থাৰ ফলত শিক্ষাৰ্থীক বেচৰকাৰী বিদ্যালয়ৰ পৰা চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰিত কৰিবলৈ অভিভাৱকসকল বাধ্য হৈছে । ৫০ শতাংশই কয় যে, চৰকাৰী বিদ্যালয়ত বিনামূলীয়া সা-সুবিধা লাভ কৰাৰ কাৰণতো ব্যক্তিগত বিদ্যালয়ৰ পৰা শিক্ষাৰ্থীৰ ব্যাপক প্ৰব্ৰজন হৈছে ।

২০১৮ বৰ্ষত চৰকাৰী বিদ্যালয়ত ভৰ্তি হোৱা শিক্ষাৰ্থীৰ সংখ্যা আছিল ৬৩ শতাংশ আৰু ২০২১ বৰ্ষত ই ৭২ শতাংশলৈ বৃদ্ধি পালে । স্কুলীয়া শিক্ষাৰ বাহিৰত থকা শিশুৰ অনুপাতো ২০২০ বৰ্ষৰ তুলনাত ১.৪ শতাংশ বৃদ্ধিৰে ৪.৬ শতাংশ হ’ল । দেশৰ উত্তৰ প্রদেশ, ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, মহাৰাষ্ট্ৰ, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থীৰ সংখ্যা বিগত ডেৰ বছৰত যথেষ্ট বৃদ্ধি পাইছে ।

ইয়াৰ বিপৰীতে উত্তৰ-পূব ভাৰতৰ কে’বাখনো ৰাজ্যত এই সময়ছোৱাত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে বিদ্যালয়ত নামভৰ্তি নকৰা শিশুৰ অনুপাত বৃদ্ধি পালে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EducationGovernment School
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d