ADVERTISEMENT

‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ৰ নাম পৰিৱৰ্তন কৰাৰ দাবী সামাজিক মাধ্যমত

ৰাজীৱ খেলৰত্ন সন্মানৰ নাম সলনি কৰাৰ পাছত নিজৰ নামৰ ষ্টেডিয়ামক লৈ সামাজিক মাধ্যমত সমালোচনাৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।...

Read moreDetails

খেলৰত্ন সন্মানৰ আগত নাথাকিব ৰাজীৱ গান্ধীৰ নাম, হকীৰ কিংবদন্তি মেজৰ ধ্যানচন্দৰ নামেৰে নামাংকিত এই সন্মান

'ৰাজীৱ গান্ধী খেলৰত্ন পুৰস্কাৰ'ৰ নাম সলনি কৰিলে কেন্দ্ৰীয় চৰকাৰে । নতুন নাম দিয়া হৈছে 'মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ' । শুকুৰবাৰে...

Read moreDetails

৪১ বছৰৰ পাছত টকিঅ’ অলিম্পিকত পদক অৰ্জন ভাৰতীয় পুৰুষ হকী দলৰ

■ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিলে ভাৰতীয় পুৰুষ হকী দলে । ■ জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতে ।...

Read moreDetails

অলিম্পিকত ব্ৰঞ্জৰ পদক অসমৰ লাভলীনা বৰগোঁহাইৰ

টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অসমৰ লাভলীনা বৰগোঁহাইৰ। অলিম্পিকত ইতিহাসত বক্সিঙত ব্ৰঞ্জৰ পদকপ্ৰাপ্ত লাভলীনা হৈছে তৃতীয় গৰাকী ভাৰতীয় । ইয়াৰ পূৰ্বে...

Read moreDetails