ADVERTISEMENT

Tag: Elon Musk

Elon Musk : ৩০০ বিলিয়ন ডলাৰ উপাৰ্জনকাৰী বিশ্বৰ প্ৰথম ব্যক্তিৰ স্বীকৃতি মাস্কলৈ

বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত বৈদ্যুতিক গাড়ী নির্মাতা কোম্পানী টেছলাৰ মুৰব্বী এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ প্রতিদিনে বৃদ্ধি পাবলৈ ধৰিছে। ...

Read moreDetails

মুকেশ অম্বানীৰ আজীৱন উপাৰ্জনৰ ধন এবছৰতে লাভ এলন মাস্কৰ

চলিত বৰ্ষত বৰ্তমানলৈকে বৈদ্যুতিক ‌গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কৰ ১১৭ বিলিয়ন ডলাৰৰ সম্পত্তি বৃদ্ধি পালে । ...

Read moreDetails

Elon Musk : ২১৪ বিলিয়ন ডলাৰৰ সম্পত্তিৰ গৰাকী হ’ল এলন মাস্ক, ১৯৭ বিলিয়ন ডলাৰৰে দ্বিতীয় স্থানত বেজছ

বৈদ্যুতিক ‌গাড়ী নিৰ্মাতা কোম্পানী টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে সম্পত্তি আহৰণৰ প্ৰতিযোগিতাত এমেজনৰ প্ৰতিষ্ঠাপক জেফ বেজছতকৈ যথেষ্ট আগুৱাই গ'ল ...

Read moreDetails

Porn in Space : মহাকাশত এইবাৰ পৰ্ণ ছবিৰ শ্বুটিঙ !অভিনেত্ৰী যাব এলন মাস্কৰ ৰকেটত

বিপুল দৰ্শকক আকৰ্ষিত কৰিবলৈ আৰু অত্যাধিক ভিউ পাবৰ বাবে পৰ্ণ ইণ্ডাষ্ট্ৰীয়ে নতুনত্ব আনিবলৈ চেষ্টা কৰে । কিন্তু এইবাৰ এক পৰ্ণ ...

Read moreDetails

বিশ্বৰ ৫০০ ধনাঢ্যই এদিনতে ১৩৫ বিলিয়ন ডলাৰ হেৰুৱালে : কিন্তু কিয়?

চীনৰ দ্বিতীয়টো সর্ববৃহৎ ৰিয়েল এষ্টেট প্রতিষ্ঠান এভাৰগ্ৰেণ্ড হঠাতে প্রায় দেউলীয়া হ'ল। কোম্পানীটোৰ ঋণৰ পৰিমাণ ৩০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে আৰু ...

Read moreDetails

ধনাঢ্য ব্যক্তিৰ শীৰ্ষ স্থানত এলন মাস্ক

বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে আকৌ এবাৰ ব্লুমবার্গৰ তালিকাত শীর্ষ স্থান নিজৰ দখললৈ আনিলে যুৱ ব্যৱসায়ী এলন মাস্কে। বৈদ্যুতিক গাড়ী ...

Read moreDetails

মহাকাশচাৰীৰে পুনৰ চন্দ্ৰৰ বুকুত নামিবলৈ তিনি বছৰো নালাগিবঃ এলন মাস্ক

২০২৪ৰ নিৰ্ধাৰিত সময়সীমাৰ আগতেই চন্দ্ৰত অবতৰণ কৰিব পাৰে, চাৰি দশকৰ পাছত পুনৰ মহাকাশচাৰীৰে নাছাৰ চন্দ্ৰাভিযান 'আৰ্টেমিছ'ৰ লেণ্ডাৰৰ । আমেৰিকাৰ ধনকুবেৰ ...

Read moreDetails

এইবাৰ মহাকাশত বিজ্ঞাপন হ’র্ডিং লগাব মাস্কে

আমেৰিকাৰ অন্যতম ধনাঢ্য ব্যক্তি তথা স্পেচ এক্স আৰু টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে এইবাৰ মহাকাশত আঁৰিব বিজ্ঞাপনৰ হ’র্ডিং। এই হর্ডিং পৃথিৱীৰ ...

Read moreDetails

অভিলেখ : তিনি মাহত প্ৰথমবাৰ টেছলাই অৰ্জন কৰিলে এক বিলিয়ন ডলাৰৰ মুনাফা

আমেৰিকাৰ সৰ্ববৃহৎ বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই প্ৰথমবাৰৰ বাবে তিনি মাহত এক বিলিয়ন ডলাৰতকৈ অধিক পৰিমাণৰ মুনাফা অৰ্জন কৰিলে । ...

Read moreDetails

এইবাৰ ভার্জিন গেলেক্টিকৰ মহাকাশ যানৰ টিকট কাটিলে স্পেচএক্সৰ এলন মাস্কে

মহাকাশ ভ্ৰমণৰ বাবে টিকট কাটিলে বিশ্বৰ এক নম্বৰ ধন কুবেৰ এলন মাস্কে। বন্ধু ব্রিটিছ ধন কুবেৰ ৰিচাৰ্ড ব্রেনছনৰ মহাকাশ প্রতিষ্ঠান ...

Read moreDetails
Page 6 of 8 1 5 6 7 8