ADVERTISEMENT

Tag: NASA

Albert Einstein : এলবাৰ্ট আইনষ্টাইনৰ কাহিনীয়ে আপোনাকো যোগাব উৎসাহ :-

Albert Einstein : নোবেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন । তেওঁৰ মগজু ইমানেই তীক্ষ্ন আছিল যে, মৃত্যুৰ পাছত তেওঁৰ ...

Read moreDetails

NASA : নাছাৰ বিষয়াৰ দাবী ২০৩০ৰ ভিতৰত চন্দ্ৰত বাস কৰিব পাৰিব মানুহে

NASA : আৰ্টেমিছ ৰকেটৰ সফল উৎক্ষেপণৰ পাছত নাছাৰ এজন অগ্রণী বিষয়াই কয় যে এই দশকৰ অন্তৰ আগতেই মানুহে চন্দ্ৰত বাস ...

Read moreDetails

Space Flight : ৯০৮ দিন মহাকাশত থাকি ৰেকৰ্ড গঢ়িলে এখন মহাকাশ যানে :

Space Flight : এখন মনুষ্যবিহীন মাৰ্কিন সামৰিক মহাকাশযান ষষ্ঠ মিছনত ৯০৮ দিন মহাকাশত থাকি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে । এক ...

Read moreDetails

অসমৰ পৰাও দেখা যাব শতিকাৰ দীর্ঘতম চন্দ্রগ্রহণ

এই মাহতে পৃথিৱীবাসী সাক্ষী হ’ব চলিত শতিকাৰ সবাতােকৈ দীর্ঘস্থায়ী চন্দ্রগ্রহণৰ। অহা ১৯ নৱেম্বৰত হ'বলগীয়া এই গ্রহণ অৱশ্যে পূর্ণগ্রাস নহয়, এই ...

Read moreDetails

মহাকাশ ষ্টেচনত উৎপাদন হ’ল জলকীয়া

মহাকাশত জলকীয়াৰ খেতি। এই অসাধ্যই সাধন কৰিলে এদল মহাকাশচাৰীয়ে। তেওঁলোকে জলকীয়া উৎপাদন কৰিলে আন্তর্জাতিক মহাকাশ ষ্টেচনত। প্ৰথমবাৰলৈ মহাকাশ ষ্টেচনত কোনো ...

Read moreDetails

মহাকাশচাৰীৰে পুনৰ চন্দ্ৰৰ বুকুত নামিবলৈ তিনি বছৰো নালাগিবঃ এলন মাস্ক

২০২৪ৰ নিৰ্ধাৰিত সময়সীমাৰ আগতেই চন্দ্ৰত অবতৰণ কৰিব পাৰে, চাৰি দশকৰ পাছত পুনৰ মহাকাশচাৰীৰে নাছাৰ চন্দ্ৰাভিযান 'আৰ্টেমিছ'ৰ লেণ্ডাৰৰ । আমেৰিকাৰ ধনকুবেৰ ...

Read moreDetails

প্ৰথমবাৰ চন্দ্ৰত খোজ দিব আৰৱৰ মহিলা মহাকাশচাৰীয়ে

এইবাৰ চন্দ্ৰত খোজ দিব সংযুক্ত আৰৱ আমিৰশ্বাহিয়ে । চন্দ্ৰত দুই মহাকাশচাৰী প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে আমিৰশ্বাহিয়ে । তেওঁলোকৰ ভিতৰত এগৰাকী ...

Read moreDetails

১০ মিনিটৰ সফল মহাকাশ ভ্ৰমণ জেফ বেজ’ছৰ : অভিনন্দন নাছাৰ

১০ মিনিট মহাকাশত অতিবাহিত কৰি সম্পূৰ্ণ সুৰক্ষিতভাৱে পৃথিৱীলৈ উভতি আহিল বিশ্বৰ সবাতোকৈ ধনাঢ্য ব্যক্তি জেফ বেজ'ছ । নিজৰ সংস্থা ব্লু ...

Read moreDetails
Page 3 of 7 1 2 3 4 7